অংশিদাৰী

www.vikaspedia.gov.in নামৰ বহুভাষী পৰ্টেলটোৱে মুক্ত উৎসৰপৰা যিমানখিনি সম্ভৱ বিশ্বাসযোগ্য তথ্য আৰু ডাতা দিবলৈ চেষ্টা কৰিছে। বিভিন্ন উৎসৰপৰা, বিভিন্ন ৱেবচাইটৰ পৰা সংগ্ৰহ কৰা এই তথ্য আৰু ডাতা সমূহৰ লগতে আমাৰ পৰ্টেলৰ লিখনি সমূহ প্ৰকাশৰ পিছত যদি কোনোবা উৎসই অভিযোগ কৰে তেন্তে তাৰ বাবে চি-ডেক জগৰীয়া নহয়। লিখনিসমূহ যিমান সম্ভৱ সঠিক আৰু তথ্যভিত্তিক হ’ব লাগে। লিখনিসমূহ বিভিন্ন ৱেবচাইট, মতামত বা অভিজ্ঞতাৰ প্ৰকাশক লিখনি, বিভিন্ন লিখনি প্ৰদানকাৰীয়ে নীতি, আঁচনি ইত্যাদিৰ পৰা আহৰণ কৰে। এই লিখনিসমূহ চি-ডেকে আহৰণ নকৰে।

  • কিবা কাৰণত যদি পৰ্টেলৰ পৰিসীমা নোহোৱা হয়, তথ্যৰ ক্ষতি হয়, ব্যৱসায়ৰ প্ৰতিবন্ধকতাৰ সৃষ্টি হয় তেন্তে ইয়াৰ বাবে চি-ডেক জগৰীয়া নহয়।
  • পৰ্টেলৰ লিখনিসমূহ যে ভুলমুক্ত হ’ব আৰু ভুলবোৰো যে শুদ্ধ হ’ব আৰু চাৰভাৰ আৰু পৰ্টেলটো ভাইৰাচৰ পৰা যে মুক্ত হ’ব সেই বিষয়ে চি-ডেকে নিশ্চয়তা প্ৰদান কৰিব নোৱৰে।
  • আপুনি জনাটো উচিত যে পৰ্টেলত সামগ্ৰী ডাউনলোড কৰোতে যদি আপোনাৰ কম্পিউটাৰৰ কিবা ক্ষতি হয় বা তথ্য নোহোৱা হয় তেন্তে তাৰবাবে নিজে দায়বদ্ধ হ’ব।
  • পৰ্টেলৰ সামগ্ৰী আৰু সেৱাসমূহৰ বেচা-কিনাৰ লেন-দেনৰ ক্ষেত্ৰত চি-ডেক জগৰীয়া নহয়।
  • যিকোনো প্ৰত্যক্ষ, পৰোক্ষ বা কোনো দুৰ্ঘটনাবশত স্ংগঠিত যিকোনো ঘটনাৰ ক্ষতিৰ বাবে চি-ডেক জগৰীয়া নহয়।তলত উল্লেখ কৰা কাৰণসমূহৰ দ্বাৰা যিকোনো ক্ষতি হ’ব পাৰে-

১। পৰ্টেলৰ ব্যৱহাৰ বা ব্যৱহাৰৰ ক্ষেত্ৰত অক্ষমতা।

২। পৰ্টেলৰ সেৱা লাভ কৰিবলৈ কেতিয়াবা বেচা-কিনা লেনদেন কৰিব তেতিয়া সেই সেৱাৰ বিকল্প সেৱাৰ বাবে হোৱা খৰচ।

৩। পৰ্টেলৰ সামগ্ৰীসমূহ।

৪। চি-ডেকে ক্ষতিৰ সম্ভাৱনীতাৰ সন্দৰ্ভত আগতীয়া পৰামৰ্শ দিলেও পাছত চিডেক জগৰীয়া নহয়।

চি-ডেকে যে আন্তৰাষ্ট্ৰীয় তথ্য যোগান ধৰে এই সমূহৰ ভিতৰত চি-ডেকে বিভিন্ন সামগ্ৰী, কাৰ্য্যসূচী আৰু সেৱাসমূহৰ উল্লেখ থাকিব। এই সেৱাসমূহ কিন্তু আপোনাৰ দেশত এতিয়াও চি-ডেকে ঘোষণা কৰা নাই, কিন্তু ই এইটো নুবুজায় যে চি-ডেকে আপোনাৰ দেশত কাৰ্য্যসূচী আৰু সেৱাসমূহৰ প্ৰচাৰৰ পৰিকল্পনা কৰিছে।

পঞ্জীয়ন প্ৰ-পত্ৰ

বিকাশপেডিয়াৰ প্ৰতি আগ্ৰহ দেখুৱাৰ বাবে আপোনাক ধন্যৱাদ জনালোঁ
আপুনি ‘সদস্য’ বা ‘লিখনি প্ৰদানকাৰী’ হিচাপে পঞ্জীয়ন কৰি তলত উল্লেখ কৰা সুবিধাসমূহ পাব পাৰে।
সদস্য
  • বিষয়সমূহ চাবলৈ আৰু আলোচনা কৰিবলৈ পাৰিব
  • কেনে সাম্প্রতিক সামগ্ৰী দৃশ্যমান হব সেইটো ঠিক কৰিব পাৰিব।
  • অনলাইন বাৰ্তালোচনীৰ গ্ৰাহক হ’ব পাৰিব
লিখনি প্ৰদানকাৰী
  • কেবল সাধাৰণ পৃষ্ঠাসমূহ সম্পাদনা কৰিব পাৰিব
  • নতুন পৃষ্ঠা যোগ দিব পাৰিব
  • আলোচনাৰ বিষয় সৃষ্টি কৰিব পাৰিব







Enter the word
Has Vikaspedia helped you? Share your experiences with us !!!
To continue to home pagehttp://asvikaspedia.in/InDG
Back to top