অংশিদাৰী

সন্ধানৰ ফলাফলসমূহ কেঞ্চাৰ ৰোগৰ লক্ষণ :

RSS সদায় নবতম আৰএছএছ ফিডছৰ গ্ৰাহকভূক্ত হওঁক

আপুনি বিচৰা সামগ্ৰীৰ লগত মিল থকা 58 সামগ্ৰী পোৱা গ’ল
ফলাফল পৰিশোধন কৰক
সামগ্ৰীৰ ধৰণ











নতুন সামগ্ৰী



সজাওঁক: প্ৰাসংগিক · তাৰিখ (প্ৰথমে নতুনবোৰ) · বৰ্ণানুক্ৰমে
দেশীয় গছ-গছনি আৰু ফলমূলৰ দ্বাৰা ৰোগমুক্তিঃ
অঙ্কুৰিত বুটমাহ, গাজৰ, বন্ধাকবি, তুলসীপাত, গম, ঘেঁহু, আদা প্ৰভৃতি কেঞ্চাৰ ৰোগীসকলে অৱশ্যেই খোৱা উচিত।
Located in স্বাস্থ্য / আয়ুস
কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ লক্ষণ দহটা
কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ লক্ষণ দহটা
Located in স্বাস্থ্য / স্বাস্থ্য কিটিপ
জানো আহক স্তন কৰ্কটৰ লক্ষণসমূহঃ
প্ৰতিবছৰে অক্টোবৰ মাহত স্তন কেঞ্চাৰৰ লগত জড়িত আমেৰিকাৰ দাতব্য অনুষ্ঠানসমূহে এই ৰোগৰ সজাগতা বৃদ্ধিৰ প্ৰচাৰ, গৱেষণা, ৰোগবিধৰ চিনাক্তকৰণ, প্ৰতিৰোধ, চিকিৎসা তথা আৰোগ্যৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰে। সেয়েহে অক্টোবৰ মাহটোক স্তন কেঞ্চাৰ সজাগতা মাহ বুলি কোৱা হয়। ১৯৮৫ চনতে আমেৰিকান কেঞ্চাৰ ছ’চাইটী আৰু ইম্পিৰিয়েল কেমিকেল ছচাইটীৰ ফাৰ্মাচিটিউকেল ডিভিজনৰ মাজত অংশীদাৰিত্বৰ চুক্তিত প্ৰতিষ্ঠা কৰা হয় “নেশ্যনেল ব্ৰেষ্ট কেঞ্চাৰ মান্থ” (এন বি চি এম)। যিহেতু মেমোগ্ৰামৰ দ্বাৰা প্ৰাৰম্ভিক স্তৰতে স্তন কেঞ্চাৰ ধৰা পেলাব পাৰি, সেয়েহে আৰম্ভণিৰে পৰা এন বি চি এম-এ মেমোগ্ৰামক স্তন কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ সবাতোকৈ শক্তিশালী অস্ত্ৰৰূপে থিয় কৰোৱাৰ বাবে পৃষ্ঠপোষকতা কৰি আহিছে।
Located in স্বাস্থ্য / মহিলাৰ স্বাস্থ্য
Comment কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ লক্ষণ
কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ লক্ষণসমূহ হʼল ১) কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন কমি যোৱা যদিহে কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন অধিক হাৰত কমি যায় তেন্তে এই বিষয়ত সতৰ্ক হওক। ডায়েটিং, খাদ্য অভ্যাসৰ পৰিৱৰ্তন, আন কোনো সাধাৰণ অসুখ আদিৰ ক্ষেত্ৰত কম পৰিমাণে ওজন কমি যোৱাটো বিশেষ ক্ষতিকাৰক নহয়। কিন্তু এইসমূহৰ অবিহনে ওজন কমি যোৱাটো অতি লক্ষণীয়। ২) কিছুদিনৰ বিৰতিৰ মূৰে মূৰে জ্বৰ হৈ থকা যদি কিছু সময়ৰ মূৰে মূৰে একেৰাহে জ্বৰ হৈ থাকে তেন্তে ই তেজৰ কেঞ্চাৰ অৰ্থাৎ লিম্ফোমা বা লিউকোমিয়া হোৱাৰ প্ৰধান লক্ষণ হ’ব পাৰে। ৩) শৰীৰৰ বিভিন্ন অংগত বিষ একেৰাহে বহুদিন ধৰি মূৰৰ বিষ হোৱাটো মগজু কেন্সাৰৰ প্ৰাথমিক লক্ষণো হ’ব পাৰে। ইয়াৰ উপৰিও পিঠিৰ তলভাগত একেৰাহে বিষ হোৱাটো ৰেক্টল আৰু অভাৰিয়ান কেন্সাৰৰ লক্ষণ হ’ব পাৰে। ৪) একেৰাহে বহুদিন কাঁহ হোৱা ঠাণ্ডা দিনত চৰ্দি লাগি কাঁহ হোৱাটো স্বাভাৱিক যদিও একেৰাহে বহুদিনৰ বাবে কাঁহ হৈ থাকিলে হাওঁফাওঁৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে। গতিকে এই বিষয়ত সতৰ্ক হোৱা প্ৰয়োজন। ৫) ছালৰ তলত উখহি উঠা শৰীৰৰ যিকোনো অংগৰ ছালৰ তলত গুটি গুটি আকাৰৰ ফুলি উঠা গোটা মাংসপিণ্ড কেন্সাৰৰ প্ৰথম আৰু প্ৰধান লক্ষণ। তথাপিও এই গুটিসমূহ বুকুৰ ওচৰে-পাজৰে থাকিলে ইয়াক কেন্সাৰৰ লক্ষণ হিচাপে গণ্য কৰা হয়। অৱশ্যে শৰীৰৰ আন অংগ যেনে- হাত, ভৰি আদিত দেখা দিলে বিশেষ ভয়ৰ কাৰণ নাই। ৬) অতিৰিক্ত আৰু অস্বাভাৱিক ৰক্তপাত কফ বা কাঁহৰ লগত তেজ ওলালে ইয়াক হাওঁফাওঁৰ কেন্সাৰৰ লক্ষণ হিচাপে গণ্য কৰা হয়। পেচাৱ-পায়খানাৰ লগত তেজ গ’লে ই ব্লাডাৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে। স্তনৰ পৰা তেজ ওলালে স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে। এনে লক্ষণসমূহ দেখা দিলে লগে লগে চিকিৎসকক দেখুওৱা উচিত। ৭) মূত্ৰনলীৰ সমস্যা পেচাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা আৰু পেচাৱৰ লগত তেজ ওলালে একেবাৰেই অৱহেলা কৰা অনুচিত। অতি সোনকালেই চিকিৎসকক দেখুৱাব লাগে। ৮) মুখৰ ভিতৰত ঘাঁ লগা আৰু খজুওৱাৰ সমস্যা যদি মুখৰ ভিতৰত ঘাঁ লাগে আৰু এই ঘাঁ বহুদিন ধৰি ঠিক নহয়, ডিঙিৰ বিষ আৰু খচখচাই থকা আদিবোৰ লক্ষণ মুখগহ্বৰৰ কেন্সাৰৰ লক্ষণ হ’ব পাৰে। ৯) শৰীৰৰ ছালৰ কিছুমান উল্লেখ্যযোগ্য পৰিৱৰ্তন যদিহে শৰীৰৰ ছালৰ বৰণ মাজে মাজে সলনি হৈ থাকে, কোনো কাৰণ নোহোৱাকৈ আঘাতৰ দৰে দাগ দেখা পোৱা যায়, তেন্তে এইসমূহ ছালৰ কেন্সাৰৰ লক্ষণ। এনেবোৰ দাগ আৰু ৰঙৰ পৰিৱৰ্তন ভালদৰে লক্ষ্য কৰি থকা উচিত। অৱশ্যে ছালৰ যিকোনো পৰিৱৰ্তন হ’লেই ছাল বিশেষজ্ঞৰ দেখুওৱাটো উচিত। ১০) সকলো সময়তে দুৰ্বল অনুভৱ হোৱা বহু সময় জিৰণি লোৱাৰ পিছতো যদি ভাগৰ নপলাই তেন্তে আমি সাধাৰণ ভাৱে ভাবি লও যে আমাৰ প্ৰয়োজনীয় জিৰণি লোৱা সময় কম হৈছে। কিন্তু আমাৰ মনলৈ এইটো ভাৱ নাহে যে এইটো এটা কেন্সাৰৰ লক্ষণ হ’ব পাৰে। কম সময়তে ভাগৰ লগা আৰু সকলো সময়তে দুৰ্বল ভাৱ হৈ থাকিলে এই লক্ষণবোৰ অৱহেলা নকৰি অনতিপলমে চিকিৎসকৰ কাষ চাপিব লাগে।
Located in স্বাস্থ্য / / কেন্সাৰ ৰোগৰ সতৰ্কীকৰণ / কেন্সাৰ ৰোগৰ সতৰ্কীকৰণৰ লক্ষণ
কেঞ্চাৰ ৰোগৰ লক্ষণ :
কেঞ্চাৰ ৰোগৰ লক্ষণৰ বিষয়ে লিখা হৈছে ।
Located in স্বাস্থ্য / ৰোগসমূহ
গেষ্ট্ৰিক আলচাৰৰ পৰা সাৱধান :
গেষ্ট্ৰিক আলচাৰৰ পৰা সাৱধানৰ বিষয়ে লিখা হৈছে ।
Located in স্বাস্থ্য / ৰোগসমূহ
স্ত্ৰীৰোগ আৰোগ্যত হোমিও চিকিৎসা
স্ত্ৰীৰোগ আৰোগ্যত হোমিও চিকিৎসা
Located in স্বাস্থ্য / ৰোগসমূহ / হোমিঅʼ আৰু আকুপাংচাৰ
সাৱধান! গেষ্ট্ৰিক আলচাৰ হ’ব পাৰে কেঞ্চাৰৰ কাৰকঃ
গেষ্ট্ৰিক আলচাৰ হ’ব পাৰে কেঞ্চাৰৰ কাৰক
Located in স্বাস্থ্য / ৰোগসমূহ / কেন্সাৰ
কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিৎসা
কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিৎসা
Located in স্বাস্থ্য / ৰোগসমূহ / কেন্সাৰ
স্ত্ৰীৰোগ
স্ত্ৰীৰোগ
Located in স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / স্ত্ৰী ৰোগ আৰু সাৱধানতা
Back to top