অংশিদাৰী

সন্ধানৰ ফলাফলসমূহ পানী শৰীৰৰ প্ৰয়োজনত :

RSS সদায় নবতম আৰএছএছ ফিডছৰ গ্ৰাহকভূক্ত হওঁক

আপুনি বিচৰা সামগ্ৰীৰ লগত মিল থকা 52 সামগ্ৰী পোৱা গ’ল
ফলাফল পৰিশোধন কৰক
সামগ্ৰীৰ ধৰণ











নতুন সামগ্ৰী



সজাওঁক: প্ৰাসংগিক · তাৰিখ (প্ৰথমে নতুনবোৰ) · বৰ্ণানুক্ৰমে
পানী শৰীৰৰ প্ৰয়োজনত :
পানী শৰীৰৰ প্ৰয়োজনৰ বিষয়ে লিখা হৈছে ।
Located in স্বাস্থ্য / পৰিপুষ্টি
নাকৰ শব্দত দুৰ্বিষহ জীৱন
নাকৰ শব্দত দুৰ্বিষহ জীৱনৰ বিষয়ে লিখা হৈছে
Located in স্বাস্থ্য / ৰোগসমূহ
মেটাবলিচম(METABOLISM):
মেটাবলিচম(METABOLISM)ৰ বিষয়ে লিখা হৈছে ।
Located in স্বাস্থ্য / স্বাস্থ্য কিটিপ
Comment Re: গৰমত কেনেকৈ সাৱধানতা লʼব লাগে
গৰমত লʼব লগা সাৱধানতাসমুহ গৰমত বাহিৰলৈ ওলালে সদায় লগত পানী লৈ যোৱা উচিত। কাৰণ প্ৰখৰ ৰ’দৰ কাৰণে পিয়াহ লাগে। লগতে হঠাৎ দুৰ্বল অনুভৱ কৰিলে ছাঁ থকা ঠাইত জিৰণি লৈ মুখমণ্ডলত পানী মাৰিব লাগে। ছানষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ পিন্ধা কাপোৰ ঢিলা কৰি দিব লাগে। ঘৰত থাকিলে দুৱাৰ-খিৰিকী খুলি দিব লাগে, যাতে সতেজ বতাহ অহা-যোৱা কৰিব পাৰে। দুপৰীয়া ৰ’দৰ তাপ বেছি। পৰাপক্ষত এই সময়ত ঘৰৰ পৰা বাহিৰলৈ যাব নালাগে। প্ৰয়োজনত যাবলগীয়া হ’লেও ছাতি ব্যৱহাৰ কৰিব লাগে। ছানষ্ট্ৰোক বা হিটষ্ট্ৰোক আক্ৰান্ত ব্যক্তিৰ শৰীৰত খনিজ লৱণযুক্ত পানী ভাগ কমি যায়। সেয়ে অ’ আৰ এছ নাইবা নিমখ-চেনি মিহলোৱা পানী খাব লাগে। হিটষ্ট্ৰোকত আক্ৰান্ত ব্যক্তিৰ শৰীৰ চেঁচা পানীৰে মোহাৰি দিব লাগে। তেতিয়া ৰোগীয়ে আৰাম পায়। শিশুসকল ছানষ্ট্ৰোক বা হিটষ্ট্ৰোকত বেছিকৈ আক্ৰান্ত হয়। কাৰণ শিশুসকলে প্ৰচণ্ড গৰমতো দৌৰা-দৌৰি কৰি থাকে, বিভিন্ন খেল খেলি থাকে। তেওঁলোকৰ শৰীৰৰ পৰা ঘামৰ লগত শৰীৰৰ বাবে দৰকাৰী খনিজ লৱণ ওলাই যায়। সেয়ে শিশুসকলক গৰমৰ দিনত বাহিৰত খেলা খেল যেনে-ফুটবল, বেডমিন্টন, ক্ৰিকেট, ভলীবল আদি খেলিবলৈ দিয়া উচিত। গৰমত পলিষ্টাৰ, নাইলন আদি কাপোৰ ব্যৱহাৰ কৰিলে গৰম বেছি লাগে। কপাহী কাপোৰ গৰমৰ বাবে উত্তম। কাৰণ কপাহী কাপোৰেৰে ঘাম শুহি লয়। গতিকে গৰমত কপাহী নাইবা চিফন কাপোৰ পিন্ধিব লাগে। শৰীৰ শীতল ৰাখিবলৈ গৰমত প্ৰচুৰ পানী খাব লাগে। আক্ৰান্ত ব্যক্তিক ঠাণ্ডা পানীৰে জলপতি দিব লাগে। ৰ’দত কাম কৰি থাকোতে খোজ কাঢ়ি থাকোতে মূৰ ঘূৰোৱা যেন লাগিলে নাইবা অস্বাভাৱিকভাৱে ঘামিলেও ছাঁ থকা স্থানত বিশ্ৰাম ল’ব লাগে। বিশ্ৰাম লোৱাৰ পিছতো আৰাম অনুভৱ নহ’লে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
Located in স্বাস্থ্য / / গৰমত সাৱধানতা / গৰমত কেনেকৈ সাৱধানতা লʼব লাগে
জীৱনৰ উপহাৰ স্বেচ্ছা ৰক্তদান
জীৱনৰ উপহাৰ স্বেচ্ছা ৰক্তদান
Located in স্বাস্থ্য / ৰক্ত দান- জীৱন দান
গেষ্ট্ৰিক আলচাৰৰ পৰা সাৱধান :
গেষ্ট্ৰিক আলচাৰৰ পৰা সাৱধানৰ বিষয়ে লিখা হৈছে ।
Located in স্বাস্থ্য / ৰোগসমূহ
সাধাৰণ কিটিপ
সাধাৰণ কিটিপ
Located in স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
স্তন কেনছাৰ :
স্তন কেনছাৰৰ বিষয়ে লিখা হৈছে ।
Located in স্বাস্থ্য / মহিলাৰ স্বাস্থ্য
প্ৰাথমিক চিকিৎসাৰ মূল পৰামৰ্শ
প্ৰাথমিক চিকিৎসাৰ মূল পৰামৰ্শসমূহ ইয়াত দিয়া আছে।
Located in স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
ছানষ্ট্ৰোক বা হিটষ্ট্ৰোকৰ পৰা সাৱধান
ছানষ্ট্ৰোক বা হিটষ্ট্ৰোকৰ পৰা সাৱধান
Located in স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
Back to top