অংশিদাৰী


ব্যৱহাৰকাৰীৰ সহাঁৰি




নাম সহাঁৰি সহাঁৰি তাৰিখ
লাখেশ্চৰ নৰহ ভৌতিক জগতৰ সৰ্ম্পকে এটি চমু আলোচনা কৰা Dec 10, 2018
Himangshu kumar মই ব্ৰইলাৰ হাহঁ ৫৫ টা আনিছিলো। এতিয়া ৫ দিন মান হৈছে আৰু এতিয়া বাকী আছে ২০ টা মান হাহঁ। কেনেকৈ ৰাখিম জনাৱ। Nov 24, 2018
Dhruba jyoti gogoi শংকৰদেৱৰ বিষয়ে আলোচনা কৰিবলৈ অনুৰোধ জনালো। Sep 29, 2018
Dhruba jyoti gogoi শংকৰদেৱৰ বিষয়ে আলোচনা কৰিবলৈ Sep 29, 2018
ৰাজু দাস আমাৰ দেশৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে শিক্ষাৰ আধুনিক লক্ষ্যৰ ভূমিকা Sep 23, 2018
পুৰঞ্জন নাথ ধৰ্মমূলক গ্ৰন্থবিলাকৰ অসমীয়া অনুবাদ পালে উপকৃত হলোঁহেঁতেন। Jul 29, 2018
বিপ্লৱ চেতিয়া কাটিং চাহ পুলি কিদৰে ৰূপন কৰা হয়| Jul 07, 2018
ভূপেন কুমাৰ ডেকা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে কি কি পঢ়িব লাগিব ।কেনেদৰে পঢ়িব লাগিব,যোৱা বছৰৰ প্ৰশ্ন কাকত যোগান ধৰিব চোন। Jun 27, 2018
পৰাগ জ্যোতি লস্কৰ অসমীয়া ভাষা এতিয়ালৈকে গুগুলত কিয় হোৱা নাই? Jun 18, 2018
Biki hazarika ঘৰচীয়া জীৱ জন্তুৰ উপকাৰিতা আৰু অপকাৰিতা Mar 15, 2018
বৰষা মই এই বিষয়টোৰ বিষয়ে জানিবলৈ আগ্ৰহী । Feb 27, 2018
Rakesh Rajkhowa ভাল হৈছে আপোনালোকে এই কাম কৰি যাওঁক। Jan 14, 2018
কৃষ্ণ পাতৰ আদিবাসী সমাজৰ পৌষ পৰব হৈছে কৃষিৰ লগত সংগতি ৰাখি পালন কৰা জাতীয় উৎসৱ | Jan 12, 2018
হীৰক াা বহুত ভাল পালো আৰু পাই থাকিম Dec 10, 2017
Manowar Hussain গনতন্ত্রৰ প্ৰত্যাহ্বান সমূহৰ বিষয়ে লিখি দিয়ক Nov 08, 2017
sri pranab medhi অসমীয়া বিষয় Oct 26, 2017
bhaskar gogoi I want to know mu password Oct 02, 2017
অপূৰ্ব দাস বন-ঔষধিৰে ৰোগ মুক্ত কৰক (অপূৰ্ব দাস) আমাৰ চাৰিওফালে যিমানবোৰ গছ-গছনি বা উদ্ভিদ আছে তাৰ মাজতে ঔষধি গুণ যুক্ত বহুবিধ উদ্ভিদো আছে ৷ গাঁৱ অঞ্চলত এইবোৰৰ ব্যৱহাৰৰ কথা মই ককা-আইতাৰ মুখৰ পৰা শুনি আহিছোঁ ৷ এনে ঔষধি উদ্ভিদ থাউকতে পোৱা যায় আৰু সুলভ ৷ কোনো টকা খৰচ নকৰাকৈয়ে আমি কিছুমান সৰু-সুৰা বেমাৰৰ পৰা মুক্ত হ’ব পাৰোঁ ৷ এনে বন-ঔষধিৰ কোনো পাৰ্চক্ৰিয়া নাথাকে কাৰণে সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে ৷ তেনে কেইবিধমান বনৌষধিৰ কথা তলত উল্লেখ কৰা হ’ল- * তুলসী : তুলসী হিন্দু ধৰ্মৰ পবিত্ৰ গছ ৷ হিন্দু শাস্ত্ৰ মতে তুলসী হৈছে লক্ষ্মী দেৱীৰ ৰূপ ৷ সেয়েহে ভগৱান শ্ৰীহৰিক তুলসীৰে পূজা কৰিলে সোনকালে প্ৰসন্ন হ’য় ৷ হিন্দু ধৰ্মালম্বী লোক সকলৰ প্ৰত্যেকৰে ঘৰৰ আগ চোতালত এইবিধ পৱিত্ৰ আৰু ঔষধি গছ দেখিবলৈ পোৱা যায়৷ আমাৰ অসমীয়াৰ কাতি বিহু উৎসৱতো তুলসীৰ তলত চাকি জ্বলাই কঙালীৰ পৰা মুক্ত হ’বলৈ ভগৱানক প্ৰাৰ্থনা কৰা হয় ৷ তুলসীৰ গুণ অপৰিসীম৷ মূৰৰ বিষ , ইনফ্লুয়েঞ্জা, চৰ্দি , নিউমোনিয়া , ব্ৰংকাইটিছ, চকুৰ বেমাৰ, কাণৰ বেমাৰ, মুখৰ ঘা, হাপানি, জ্বৰ আদি ৰোগত ইয়াক ব্যৱহাৰ কৰি ৰোগ নিৰ্মূল কৰিব পাৰি ৷ * অমিতা : এইবিধ ফলৰ গছ গাঁৱ অঞ্চলত প্ৰায় সকলোৰে ঘৰত পোৱা যায় ৷ অজীৰ্ণ, প্লীহা, যকৃত, জ্বৰ , শালমইন আদি ৰোগ নিৰ্মূল কৰিবলৈ ইয়াৰ ফল ব্যৱহাৰ কৰা হয় ৷ পকা অমিতা মুখত সানিলে ছালৰ উজ্বলতা বাঢ়ে আৰু শালমইনা ওলাবলৈ এৰে ৷ শৌচ পনীয়া আৰু পেটৰ কামোৰনি হ’লে পকা অমিতা আৰু ভীম কল খালে ভাল হয় ৷ * বাহক তিতা : বাহক তিতাৰ গছ গাঁৱত দেখা পোৱা যায় ৷ ইয়াৰ ফুল মাছৰ সৈতে আঞ্জা ৰান্ধি খাবলৈ বৰ সোৱাদ ৷ ই মূৰৰ বিষ, চৰ্দি, যকৃত ৰোগ, মাত ভঙা, কাহ, হুপিংকাহ, নিউমোনিয়া, ব্ৰংকাইটিছ, ইনফ্লুয়েঞ্জা ,কৃমি আৰু খৰ-খজুৱতি আদি বেমাৰ দূৰ কৰে৷ * আকন গছ : কুষ্ঠৰোগ , ছালৰ ৰোগ , কলেৰা, দন্তৰোগ দূৰ কৰে৷ * ৰাম তুলসী : চৰ্দি, কাহ,পেটৰ বিষ, মূত্ৰৰোগ,প্ৰমেহ আদি নাশ কৰে৷ * অৰ্জুন : হৃদৰোগ,ৰক্তহীনতা,অস্থিভংগ আদি নিৰ্মূল কৰে ৷ * আঁহত : মূৰ ঘূৰোৱা, স্বপ্নদোষ, ৰক্তস্ৰাৱ, অৰ্শ আদি বেমাৰ নাইকিয়া কৰে ৷ * পাণ : পাণৰ পাতে বমি, পেত কামোৰনি আদি দূৰ কৰে৷ * পাতেগজা : পেট শীতল কৰে৷ পেটৰ কামোৰনি, পেটৰ বিষ,পাথৰ,প্ৰস্ৰাব বন্ধ হোৱা ৰোগ,যকৃত ৰোগ,অৰ্শ ৰোগ, জুইয়ে পুৰিলে হোৱা পোৰনি আদি দূৰ কৰে ৷ * নহৰু : বহুমুত্ৰ ৰোগ, উচ্চ ৰক্তচাপ আদি দূৰ কৰে৷ * ব্ৰাহ্মী : এই শাকে স্নায়ু দুৰ্বলতা,মৃগি ৰোগ, বহুমুত্ৰ ৰোগ, কৃমি আদি নাশ কৰে ৷ এই শাকৰ ৰস ১ চামোচ কৈ একাপ গাখীৰৰ লগত প্ৰতিদিনে খালে স্মৃতি শক্তি বাঢ়ে ৷ * নয়নতৰা : ই এবিধ ফুলৰ গছ ৷ ইয়াৰ ৫-৬ টা মান পাত মিহিকৈ বতি প্ৰত্যেক দিনে খাই থাকিলে বহুমূত্ৰ বা ডায়েবেটিছ ৰোগ নাশ হয় ৷ * আমলখি : শকত লোক সকলে প্ৰতিদিনে ৪-৫ টাকৈ খাব লাগে ৷ প্ৰতিদিনে ২ টা কৈ খালে দৃষ্টিশক্তি বাঢ়ে আৰু স্বপ্নদোস দূৰ হয় ৷ চুলি সৰিলে বা পকিলে ইয়াক খোৱাৰ লগতে মিহিকৈ পিহি চুলিত আধা ঘন্টামান এমাহ লগালে সুফল পায় ৷ ইয়াক নিমখৰ লগত খালে বদ হজমৰ পৰাও ৰক্ষা পোৱা যায় ৷ * নিম তিতা : নিম তিতাৰ পাত খালে মেলেৰিয়া, বসন্ত ৰোগ, এলাৰ্জি, হাইজা ৰোগ, জ্বৰ,ডায়েবেটিছ, পেলু আদি নিৰ্মূল কৰে ৷ * শিলিখা : গাঁৱৰ প্ৰায়ভাগ মানুহৰ ঘৰত এইবিধ মহা ঔষধি গছ পোৱা যায় ৷ শিলিখা খালে হজম শক্তি বাঢ়ে ৷ শৌচ টান হ’লে শিলিখা খাব লাগে ঠিক হৈ যায় ৷ ডায়েবেটিছ, কৰ্কট ৰোগ, কেঁচুমূৰীয়া ৰোগ, জণ্ডিচ , চুলি পকা ৰোগ, গ্ৰহণী, পিত্ত ৰোগ আদি নিৰ্মূল কৰে ৷ * পিয়াঁজ : প্ৰত্যেক দিনে এটুকুৰাকৈ ভাতৰ লগত কেঁচা পিয়াঁজ খালে যৌন শক্তি বৃদ্ধি হ’য় ৷ সাৱধান, উচ্চ ৰক্তচাপ থকা ৰোগীয়ে পিয়াঁজ নাখাব ৷ ই ৰক্ত বৃদ্ধি কৰে ৷ ইয়াৰ ৰস মূৰত সানিলে টকৌৱে খোৱা বেমাৰ দূৰ হ’য় ৷ নপুংসতা , টোপনি নহা ৰোগ, টাইফয়েদ, গৰল ৰোগ আদি নিৰ্মূল কৰে ৷ এনে আৰু বহুবিধ ঔষধি উদ্ভিদ আমাৰ চাৰিওফালে আছে ৷ ইয়াত মাথো মই জনা কেইবিধমান উদ্ভিদৰ ঔষধি গুণৰ বিষয়ে জনোৱা হ’ল ৷ Sep 01, 2017
ৰাকেশ গৰ্ভধাৰন নকৰাৰ উপায় সমুহ কি কি? প্ৰথমটো যৌন কাৰ্যৰ সময়ত গৰ্ভধাৰন হোৱাৰ সম্ভৱনা থাকে নেকি? Aug 21, 2017
আহের আলী নবয মান শ্রেণীর বিজ্ঞান সহায়িকা Aug 08, 2017

Back to top