অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি

কৃষি

  • পশু পালন
  • দুগ্ধ উৎপাদন, গাহৰি, ছাগলী, ভেৰা, শঁহাপহু, গৰু, ঘোঁৰা ঘৰুৱা জন্তু ইত্যাদিবোৰৰ প্ৰতিপালন পৰিচালনা আৰু ব্যৱসায়িক উৎপাদন আদি বিষয়সমূহ আলোচনা কৰা হৈছে।

  • অসমৰ কৃষকসকলৰ বাবে আঁচনিসমূহ
  • অসমৰ কৃষকসকলৰ বাবে থকা আঁচনিসমূহ ইয়াত আলোচনা কৰা হৈছে।

  • অসমৰ খেতিসমূহ
  • ইয়াত অসমৰ বিভিন্ন ধৰণৰ খেতিসমূহৰ কথা উল্লেখ কৰা হৈছে।

  • আমাৰ কৃষক, আমাৰ গৌৰৱ
  • ইয়াত অসমৰ কৃষকসকলে বিভিন্ন কৃষিৰ জৰিয়তে লাভ কৰা পাৰদৰ্শিতাৰ বিষয়ে আলোচনা কৰা হৈছে।

  • উত্তম অভ্যাস
  • এই শিতানত ধাৰণশীল কৃষি, পশুপালন, মীনপালন, ফাৰ্ম ভিত্তিক উদ্যোগ, অভিজ্ঞ ব্যক্তিসকলৰ অভিজ্ঞতা ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।

  • ঋণ আৰু বীমা
  • কৃষি ঋণ আৰু কৃষিজ বীমাৰ বিষয়ে বহলাই আলোচনা কৰা হৈছে।

  • কৃষি বিজ্ঞান কেন্দ্ৰ
  • কৃষিয়েই হ’ল আমাৰ দেশীয় অৰ্থনীতিৰ মেৰুদণ্ড ৷ কৃষি উন্নতিৰ ওপৰতেই দেশৰ প্ৰগতি নিৰ্ভৰ কৰিছে ৷ কৃষি সম্পৰ্কীয় গৱেষণালব্ধ জ্ঞান আমাৰ দেশৰ গাৱঁলীয়া কৃষক সমাজৰ মাজলৈ সম্প্ৰসাৰণ কৰাৰ যি অনলয় প্ৰয়াস চলিছে, তাৰেই এক মাধ্যম হ’ল কৃষি বিজ্ঞান কেন্দ্ৰ ৷

  • চাহ খেতি
  • ইয়াত চাহ খেতিত কীটনাশক দ্ৰব্যৰ পৰা লʼব পৰা সাৱধানতা, সাৰ প্ৰয়োগৰ বাবে জানিবলগীয়া কথা আদিৰ বিষয়ে বিষদভাৱে দিয়া হৈছে।

  • জিলাভিত্তিক কৃষি তথ্য
  • ইয়াত জিলাভিত্তিক কৃষি তথ্য পোৱা যাব

  • নীতি/আঁচনিসমূহ
  • কৃষি, উদ্যান শস্য, পশুপালন, মীন পালন, গ্ৰাম্য প্ৰজাতিৰ লগত জড়িত বিভিন্ন নীতি আৰু আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

  • মীণ পালন
  • মাছ উৎপাদন, মিছামাছ, মুকুতা, আলংকাৰীক মাছৰ উৎপাদন, মাছৰ পৰা তৈয়াৰ হোৱা মূল্য সংযোজিত সামগ্ৰী, মাছ ধৰা যন্ত্ৰ ইত্যাদিবোৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে

  • শস্য উৎপাদন
  • এই শিতানত কৃষিৰ পৰামৰ্শ, উৎপাদন প্ৰযুক্তি, পথাৰৰ সঁজুলীসমূহ, খেতি ছপোৱাৰ পিছৰ প্ৰযুক্তি, বতৰ, বজাৰ ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

  • ৰেচম শিল্প
  • ৰেচম শিল্প

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate