মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / জৈৱিক চাহ-খেতি আৰু মহিলা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক চাহ-খেতি আৰু মহিলা :

জৈৱিক চাহ-খেতি আৰু মহিলাৰ বিষয়ে লিখা হৈছে ।

 

অমি জানো যে চাহ খেতিয়কসকল সাধাৰণতে পুৰুষ । কিন্তু ইয়াৰ বিপৰীতে গোলাঘাটৰ শ্ৰীমতী ভোগেশ্বৰী চাংমাই এক ব্যতিক্ৰম । আটাইতকৈ উল্লেখযোগ্য কথা হ’ল চাংমায়ে জৈৱিক পদ্ধতিৰে চাহখেতি কৰে । সেয়েহে অসমকে আদি কৰি নতুন দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বাংগালোৰ তথা ভাৰতৰ অন্য ৰাজ্যবোৰতে নহয়, বিদেশতো চাংমাইৰ চাহপাতে যথেষ্ট সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । ভোগেশ্বৰী চাংমায়ে নিজেই যথেষ্ট শাৰীৰিক পৰিশ্ৰম কৰে আৰু সেয়েহে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনৰো পথ প্ৰদৰ্শক হৈ পৰিছে ।

ভোগেশ্বৰীৰ দৰে আৰু অনেক মহিলাই জৈৱিক পদ্ধতিৰে চাহখেতি কৰিবলৈ আগবাঢ়ি আহিব বুলি আমাৰ দৃঢ় বিশ্বাস ।

উৎস :- নন্দিনী

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top