অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লু্চার্ন

লু্চার্ন

জাত :

জাত
কৃষিকাল (দিন)
সেউজীয়া ঘাঁহ (কুই: /হে: )
শুকান ঘাঁহ (কুই: /হে: )
কিমানবাৰ শস্য কাটিব পাৰি
এল এলকম্প-৫
৭৫
২৯৮
৪৯.৬৬
প্ৰথমবাৰ
টি – ৯
৭৫
২৮০
৪২.৪২
প্ৰথমবাৰ

ব্যৱধান : শাৰীবোৰৰ মাজত ২৫ চে: মি:

বীজৰ পৰিমাণ : প্ৰতি হেক্টৰত ২০ কিলোগ্রামা

বীজ সিঁচাৰ সময় : অক্টোবৰ - নবেম্বৰ


সাৰ প্ৰয়োগ :

সাৰ
কিলো/হেক্টৰ
কিলো/বিঘা
গোবৰ বা পচন সাৰ
৩ টন
৪ কুই:
নাইট্ৰ'জেন
২৫
৩.৩
ফছফৰাচ
৮৭
১১.৫
পটাছ
৪০
৫.৩

জলসিঞ্চন

শস্যডৰা ভালদৰে বাঢ়ি অহালৈকে প্ৰতি সপ্তাহৰ ব্যৱধানৰ ২/৩ বাৰ জলসিঞ্চন কৰিব লাগে ৷ তাৰপিচত মাটিত জেক থকাৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চন কৰিব লাগে৷

শস্য কটা

  1. কেইবাৰ কাটিব পাৰি: যিমান বাৰ সম্ভৱ সিমান বাৰ কাটিব ৷
  2. কটাৰ সময়: বীজ সিচাৰ ৫৫-৬০ দিনৰ পিছত প্ৰথমবাৰ শস্য কাটিব লাগে আৰু তাৰ পিছত ৩০-৩৫ দিনৰ ব্যৱধানৰ শস্য চপাব পাৰি৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate