অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লু্চার্ন

লু্চার্ন

জাত :

জাত
কৃষিকাল (দিন)
সেউজীয়া ঘাঁহ (কুই: /হে: )
শুকান ঘাঁহ (কুই: /হে: )
কিমানবাৰ শস্য কাটিব পাৰি
এল এলকম্প-৫
৭৫
২৯৮
৪৯.৬৬
প্ৰথমবাৰ
টি – ৯
৭৫
২৮০
৪২.৪২
প্ৰথমবাৰ

ব্যৱধান : শাৰীবোৰৰ মাজত ২৫ চে: মি:

বীজৰ পৰিমাণ : প্ৰতি হেক্টৰত ২০ কিলোগ্রামা

বীজ সিঁচাৰ সময় : অক্টোবৰ - নবেম্বৰ


সাৰ প্ৰয়োগ :

সাৰ
কিলো/হেক্টৰ
কিলো/বিঘা
গোবৰ বা পচন সাৰ
৩ টন
৪ কুই:
নাইট্ৰ'জেন
২৫
৩.৩
ফছফৰাচ
৮৭
১১.৫
পটাছ
৪০
৫.৩

জলসিঞ্চন

শস্যডৰা ভালদৰে বাঢ়ি অহালৈকে প্ৰতি সপ্তাহৰ ব্যৱধানৰ ২/৩ বাৰ জলসিঞ্চন কৰিব লাগে ৷ তাৰপিচত মাটিত জেক থকাৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চন কৰিব লাগে৷

শস্য কটা

  1. কেইবাৰ কাটিব পাৰি: যিমান বাৰ সম্ভৱ সিমান বাৰ কাটিব ৷
  2. কটাৰ সময়: বীজ সিচাৰ ৫৫-৬০ দিনৰ পিছত প্ৰথমবাৰ শস্য কাটিব লাগে আৰু তাৰ পিছত ৩০-৩৫ দিনৰ ব্যৱধানৰ শস্য চপাব পাৰি৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

3.08450704225
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top