মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / গ্ৰীষ্মকালীন খেতি / লেচেৰা মাহ আৰু ৰাইচবিনৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লেচেৰা মাহ আৰু ৰাইচবিনৰ খেতি

লেচেৰা মাহ আৰু ৰাইচবিনৰ খেতি

অনুমোদিত জাত

লেচেৰা মাহ  = নং ১০, নং ৪২/১, ই-চি ৪২১৬
ৰাইচবিন    = কে-১

পথাৰ প্ৰস্ততি

পানী জমা হব নোৱাৰা বা ওলাই যাব পৰা মাটি নিৰ্বাচন কৰিব লাগে ৷ মোল্ডবোৰ্ড নাঙলৰ দ্বাৰা হাল বাই ২-৩ বাৰ মৈয়াই মাটিডৰা প্ৰস্তুত কৰি লব লাগে৷

বীজ সিঁচাৰ সময়

এপ্ৰিল-মে’ ৷

বীজৰ পৰিমান

লেচেৰা মাহ  = প্ৰতি হেক্টৰত ৫০ কি:গ্ৰাম ৷
ৰাইচবিন    = প্ৰতি হেক্টৰত ২৫ কি:গ্ৰাম ৷

দূৰত্ব

শাৰীৰ মাজত ৩৫ ছে:মিটাৰ ৷
গছৰ মাজত ১০ ছে:মিটাৰ ৷

সাৰ প্ৰয়োগ : হেক্টৰে প্ৰতি ৩-৪ টন নাইবা বিঘাই প্ৰতি ৪-৬ কুইন্টল পচন সাৰ বা পামজাত সাৰ প্ৰয়োগ কৰিব ৷

ফুষ্টি

পৰিমান

সাৰ

সাৰৰ পৰিমান (কি:গ্ৰাম)

হেক্টৰত

বিঘাত

নাইট্ৰোজেন

২০

ইউৰীয়া

৪৪

ফছফৰাছ

৪০

একক চুপাৰ ফছফেট

২৪৮

৩৫

পটাছ

২০

মিউৰেট অৱ পটাছ

৩২

শস্য চপোৱা / কটা : বীজ সিঁচাৰ ৭০ দিনৰ পিছত ৷

সেউজীয়া ঘাঁহৰ উৎপাদন : প্ৰতি হেক্টৰত ২০-২৫ টন৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

2.96825396825
ধনঞ্জয় কুৰ্মী মাহাতো Aug 16, 2015 03:43 PM

সাৰ কেতিয়া প্ৰয়োগ কৰিব লাগে বিতং ভাবে জনালে হয় । ঘাহৰ কথাটো বুজি নাপালো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top