অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালীন শাক-পাচলিৰ কৃষি নির্দেশনা

শীতকালীন শাক-পাচলিৰ কৃষি নির্দেশনা

শস্যৰ নাম

জাত

ৰোপন ব্যৱধান

( ছে:মি:)শাৰী x পুলি

ৰোপন সময়

সাৰৰ পৰিমাণ প্রতি বিঘাত (কি:গ্রাম)

পচনসাৰ

ইউৰীয়া

চুপাৰ

পটাছ্

ফুলকবি

আগতীয়া: আর্লিকুৱৰী পুছা কেতেকী, পুছা দিপালী

৪৫ x ৪৫

জুলাই - আগষ্ট

১৩০০

২৪

৪৯

১১

মধ্যমীযা : পুছা স্নোব'ল, পুছা ছিনথেটিক

৬০ x ৬০

চেপ্তেম্বৰ - অক্টোবৰ

১৩০০

২৪

৪৯

১১

শেহতীয়া : স্নোব'ল-১৬,হিছাৰ-১

৪৫ x ৪৫

নবেম্বৰ পর্য্যন্ত

১৩০০

২৪

৪৯

১১

বন্ধাকবি

আগতীয়া : গোল্ডেন একাৰ,প্রাইড অৱ ইণ্ডিযা , পুছা মুক্তা

৬০ x ৩০

চেপ্তেম্বৰ - নবেম্বৰ

১৩০০

৩৫

৪৯

১৪

শেহতীয়া : ড্রামহেড, ইকলিপচ ড্রামহেড

৬০ x ৬০

চেপ্তেম্বৰ - নবেম্বৰ

১৩০০

৩৫

৪৯

১৪

ওলকবি

আগতীয়া : হোৱাইট ভিয়েনা

৩০ x ২৫

চেপ্তেম্বৰ - নবেম্বৰ

১৩০০

২৪

৪৯

১৪

শেহতীয়া : পার্পল ভিয়েনা

৩০ x ২৫

চেপ্তেম্বৰ - নবেম্বৰ

১৩০০

২৪

৪৯

১৪

বেঙেনা

কুছীয়া,জেচি-১,বি.ডব্লিড.আৰ -৩৪ আৰু ১২, পুছা ভৈৰব , পুছা ক্রান্তি,পন্ট সম্রাট,পুছা পার্পল( দীঘল , ঘূৰণীয়া, থোপা)

৭৫ x ৬০

চেপ্তেম্বৰ - নবেম্বৰ

১৩০০

২৪

৪৯

১১

বিলাহী

পঞ্জাৱ চুহাৰা , এচ-১২ , ছিউ, ভিচি - ৪৮-১, আর্কা আভা , আর্কা আলোক

৬০ x ৩০

অক্টোবৰ - নবেম্বৰ

১৩০০

২২

৪৯

১৪

মূলা

পুছা দেশী, পুছা হিমানী, বোম্বে ৰেড

১‌০ x ১২

আগষ্ট - অক্টোবৰ

১৩০০

১৫

৪০

২০

গাজৰ

নান্টেচ , পুছা কেশৰ

১০ x ৩০

অক্টোবৰ - নবেম্বৰ

১৩০০

১৮

২৪

২৪

মটৰ

টি-১৬৩, বোনেভিল ,এইছ . ইউ . পি - ২ , কে.এফ.পি.ডি - ১

৩০ x ১০

অক্টোবৰ

৬০০

৪০

-

ফ্রেসবিন

পুছা পার্বতী, কন্টেনডাৰ, ইউ. পি. এফ - ২০৩, প্রিমিয়াৰ

৪৫ x ৩০

অক্টোবৰ - মার্চ

২৫০০

৩২

জলকীয়া

এন.পি - ৪৬, পুছা জ্বৱালা,

৪৫x৪৫

ডিচেম্বৰ - জানুৱাৰী

১৩০০

২০

৩২

১৪

কেপছি কাম

আর্কা মোহনী, আর্কা গৌৰৱ, কেলফোর্ণিয়া ওন্দাৰ , চিলকচন -১৬

৪৫ x ৪৫

ডিচেম্বৰ - জানুৱাৰী

১৩০০

২০

৩২

১৪

আলু

কুফ্রী চন্দ্রমুখী , কুফ্রী সিন্দুৰী, কুফ্রী জ্যোতি

৩০ x ১৫

অক্টোবৰ - নবেম্বৰ

১৩০০

১৯

৪৫

১২

*চুপাৰ - একক চুপাৰ ফছফেট , পটাছ - মিউৰেট অৱ পটাছ ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate