অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰ ভিত্তিক শস্য বীমা আঁচনি

বতৰ ভিত্তিক শস্য বীমা আঁচনি

অসম ৰাজ্য

ৰবি, ২০১৫-১৬ বতৰ

(ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানী অফ্‌ ইণ্ডিয়া লিমিটেডৰ যৌথ উদ্যোগত)

১) অন্তৰ্ভুক্ত দুৰ্যোগ: উচ্চ তাপ, খৰাং বতৰ, অতিমাত্ৰা বৰষুণ, ধাৰাষাৰ বৰষুণ, বেমাৰ উপযোগী বতৰ, উত্তাপৰ অস্থিৰতা আদি (শস্য বিশেষে)।

২) অন্তৰ্ভুক্ত কৃষক: সকলো ডাঙৰ/ক্ষুদ্ৰ/উপান্ত কৃষক-(তাৰ উপৰিও আধি, ঠিকা খোৱা সামৰি)

কৃষি ঋণ লোৱা কৃষকৰ বাবে বাধ্যতামূলক আৰু কৃষি ঋণ নোলোৱা কৃষকৰ বাবে স্বেচ্ছামূলক

৩) অন্তৰ্ভুক্ত শস্য: বৰো ধান, ঘেঁহু, সৰিয়হ, আলু, কুঁহিয়াৰ, কল, বেঙেনা, জলকীয়া, বিন, ভেন্দি, তিতা কেৰেলা, পটল, ভাতকেৰেলা, জাতিলাও, ফুলকবি, বন্ধাকবি, পিয়াক, বিলাহী, মটৰ।

৪) খেতিয়কৰ বীমামূলু, বীমাকৃত ৰাশি আৰু বীমাকৰণৰ শেষ তাৰিখ:

শস্য

খেতিয়কৰ বীমামূল্য

প্ৰতি হেক্টৰ

প্ৰতি বিঘা

বীমাকৰণ অন্তৰ্ভুক্তিৰ শেষ তাৰিখ

বীমা ৰাশি (টকাত)

বীমা মূল্য

বীমা ৰাশি (টকাত)

বীমা মূল্য

বৰো ধান

৫ শতাংশ

৫৭,০৭৩.০০

২৮৫৩.৬৫

৭৬১০.০০

৩৮০.৪৯

৩১ জানুৱাৰী, ২০১৬

ঘেঁহু

৫ শতাংশ

৪৬,২৪১.০০

২৩১২.০৫

৬১৬৫.০০

৩০৮.২৭

১৪ নবেম্বৰ, ২০১৫

সৰিয়হ

৫ শতাংশ

৩৪,২১৬.০০

১৭১০.৮০

৪৫৬২.০০

২২৮.১১

১৪ নবেম্বৰ, ২০১৫

আলু

৬ শতাংশ

১,৩৪,৮৯৭.০০

৮০৯৩.৮২

১৭৯৮৬.০০

১০৭৯.১৮

১৪ নবেম্বৰ, ২০১৫

কুঁহিয়াৰ

৬ শতাংশ

৯৮,৬০৬.০০

৫৯১৬.৩৬

১৩১৪৭.০০

৭৮৮.৮৫

২৯ ফেব্ৰুৱাৰী, ২০১৬

কল

৬ শতাংশ

১,৩৬,৯৮৮.০০

৮২১৯.২৮

১৮২৬৫.০০

১০৯৫.৯০

২৯ ফেব্ৰুৱাৰী, ২০১৬

বেঙেনা

৬ শতাংশ

৬৮,২৫১.০০

৪০৯৫.০৬

৯১০০.০০

৫৪৬.০১

৩১ জানুৱাৰী, ২০১৬

জলকীয়া

৬ শতাংশ

৬৮,৯৫৮.০০

৪১৩৭.৪৮

৯১৯৪.০০

৫৫১.৬৬

১৪ নবেম্বৰ, ২০১৫

বিন

৬ শতাংশ

৬০,০০০.০০

৩৬০০.০০

৮০০০.০০

৪৮০.০০

১৪ নবেম্বৰ, ২০১৫

ভেন্দি

৬ শতাংশ

৬৯১৭৭.০০

৪১৫০.৬২

৯২২৪.০০

৫৫৩.৪২

৩১ ডিচেম্বৰ, ২০১৫

তিতা কেৰেলা

৬ শতাংশ

৬৮১৫১.০০

৪০৮৯.০৬

৯০৮৭.০০

৫৪৫.২১

৩০ নবেম্বৰ, ২০১৫

পটল

৬ শতাংশ

৬৩,১৪৯.০০

৩৭৮৮.৯৪

৮৪২০.০০

৫০৫.১৯

৩১ ডিচেম্বৰ, ২০১৫

ভাত কেৰেলা

৬ শতাংশ

৬৫,০০০.০০

৩৯০০.০০

৮৬৬৭.০০

৫২০.০০

৩১ জানুৱাৰী, ২০১৬

জাতিলাও

৬ শতাংশ

৬০,০০০.০০

৩৬০০.০০

৮০০০.০০

৪৮০.০০

৩০ নবেম্বৰ, ২০১৫

ফুলকবি

৬ শতাংশ

৬৪,৩৫৫.০০

৩৮৬১.৩০

৮৫৮১.০০

৫১৪.৮৪

১৪ নবেম্বৰ, ২০১৫

বন্ধাকবি

৬ শতাংশ

৬৪,৬০৫.০০

৩৮৭৬.৩০

৮৬১৪.০০

১০৪০.০০

১৪ নবেম্বৰ, ২০১৫

পিয়াজ

৬ শতাংশ

১,৩০,০০০.০০

৭৮০০.০০

১৭৩৩৩.০০

৫৪৬.০১

১৪ অক্টোবৰ, ২০১৫

বিলাহী

৬ শতাংশ

৬৮,২৫১.০০

৪০৯৫.০৬

৯১০০.০০

৫৬০.০০

১৪ নবেম্বৰ, ২০১৫

মটৰ

৬ শতাংশ

৭০,০০০.০০

৪২০০.০০

৯৩৩৩.০০

 

৩১ অক্টোবৰ, ২০১৫

 

ওপৰত দিয়া বীমা হাৰ/বীমামূল্য চৰকাৰৰ দ্বাৰা ৰেহাই মূল্যত নিৰ্দ্ধাৰণ কৰা হৈছে। ইয়াৰ পিছত কোনো ধৰণৰ ৰেহাই প্ৰযোজ্য নহ’ব।

৫) কেনেকৈ বীমা কৰাব?

ক) কৃষি ঋণ লোৱা কৃষকৰ বাবে-বেংকৰহে দায়িত্ব, বীমাৰাশি (খেতিয়কে ঋণ পত্ৰত উল্লেখ কৰা কৃষিভূমিxনিৰ্ধাৰিত বীমা ৰাশি) ৰ পৰা বীমা মূল্য কাটি লৈ বীমা কাৰ্য্যালয়লৈ পঠোৱা। কৃষকে একো কৰিব নালাগে।

খ) কৃষি ঋণ নোলোৱাৰ কৃষকৰ বাবে-ওচৰৰ বেংক নাইবা AIC ৰ ক্ষেত্ৰীয় কাৰ্য্যালয়ত কৰাব পাৰে:

  • নিজৰ নামত বেংক একাউন্ট থাকিব লাগে।
  • এখন সৰল প্ৰস্তাৱ পত্ৰ ভৰাই বীমা মূল্য জমা দিব লাগে।
  • মাটি/খেতিৰ প্ৰমাণপত্ৰৰ কপি দিব লাগে।

৬) ক্ষতিপূৰণৰ পদ্ধতি

  • Reference Weather Station ৰ পৰা পোৱা বতৰ তথ্যৰ ওপৰত ভিত্তি কৰি ক্ষতিপূৰণ নিৰ্দ্ধাৰণ কৰা হ’ব।
  • প্ৰতিকূল বতৰৰ নিৰীক্ষণত শস্যৰ ক্ষতি নিৰ্ণয় হ’লে বীমা কোম্পানীয়ে সম্পূৰ্ণ ক্ষতিপূৰণৰ দায়িত্ব বহন কৰিব।

যিকোনো প্ৰশ্ন বা সহায়ৰ বাবে যোগাযোগ কৰক:

এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানী অফ্‌ ইণ্ডিয়া লিমিটেড, গুৱাহাটী ক্ষেত্ৰীয় কাৰ্য্যালয়: ঘৰ নং-১৬০, তৃতীয় মহলা, ৰাজগড় ৰোড, গুৱাহাটী-৭৮১০০৭

উৎস: এগ্ৰিকালচাৰ ইঞ্চিওৰেন্স কোম্পানী অফ্‌ ইণ্ডিয়া লিমিটেড।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate