মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / গাখীৰ খীৰোৱা পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাখীৰ খীৰোৱা পদ্ধতি :

গাখীৰ খীৰোৱা পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

১) গাখীৰ খীৰোৱাৰ আগতে গাইজনীক ভালকৈ গা ধুৱাই ল’ব ।

২) প্ৰতিদিনে একে সময়তে নিয়মিতভাৱে খীৰাব ।

৩) একে সময়ৰ ব্যৱধানত খীৰাব ।

৪) খীৰোৱাৰ আগতে ওহাৰখন ভালকৈ ধুই শুকুৱাই ল’ব ।

৫) দীঘলীয়া পাত্ৰত খীৰাব ।

৬) অতি সোনকালে খৰকৈ সম্পূৰ্ণকৈ খীৰাব ।

৭) এটা পিয়নকালত ৩০৫ দিনৰ অধিক খীৰাব নালাগে ।

উৎস :- অসমীয়া খবৰ

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top