মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / গৰু-ম’হৰ স্ংক্ৰামক গৰ্ভপাত(ব্ৰুচেল’ছিছ) ৰোগ, ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰু-ম’হৰ স্ংক্ৰামক গৰ্ভপাত(ব্ৰুচেল’ছিছ) ৰোগ, ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ

স্ংক্ৰামক গৰ্ভপাত(ব্ৰুচেল’ছিছ) ৰোগ

স্ংক্ৰামক গৰ্ভপাত(ব্ৰুচেল’ছিছ)

গৰ্ভপাত হৈছীটা ভয়াবহ স্ংক্ৰামক ৰোগ। এইটো ৰোগত সাধাৰণতে আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয় আৰু গৰ্ভধাৰণ ক্ষমতাও বহু গুণে কমি যায়।

ৰোগৰ লক্ষণসমূহ

· আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয়।

· মৃত পোৱালিটোৰ গাত ৰঙা ৰঙা দাগ দেখা যায় আৰু মাজে মাজে পানী জোলা বন্ধা দেখা যায়।

· গৰ্ভপাত হোৱাৰ পাছতো জলখন সময়মতে নসৰে।

প্ৰতিকাৰ

· আক্ৰান্ত জন্তুক অনতিপলমে অন্য জন্তৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিব লাগে।

· চাৰি-পাঁচ মাহ বয়সৰ চেঁউৰী পোৱালিক ছিটা দিয়াব লাগে।

· গৰ্ভপাত হোৱাৰ বস্তুখিনি জ্বলাই দিব লাগে বা গাঁতত ভালদৰে পুতি তাৰ ওপৰত চূণ ছটিয়াই দিব লাগে।

· গৰ্ভপাত হোৱা ঠাইখিনিত কীটনাশক দ্ৰব্য-ফেনাইল আদি দি চাফা কৰিব লাগে।

চিকিৎসা

এনে ৰোগৰ লক্ষণ দেখা মাত্ৰকে ওচৰৰ পশু-চিকিৎচকৰ পৰামৰ্শ ল’ব লাগে।

 

উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম

3.02409638554
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top