মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / গৰু ম’হৰ পেলু-নাশক ঔষধ প্রয়োগৰ সময় তালিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গৰু ম’হৰ পেলু-নাশক ঔষধ প্রয়োগৰ সময় তালিকা

ইয়াত গৰু ম’হৰ পেলু-নাশক ঔষধ প্রয়োগৰ সময় তালিকা দিয়া হৈছে।


ক্র.নং.

পেলুৰ প্ৰকাৰ

কৃমিৰ নাম

বেমাৰৰ নাম

ঔষধৰ নাম

পৰিমান/কি.গ্ৰা.
গাৰ ওজন

মাধ্যম

মন্তব্য

পোৱালি গৰুৰ ঘূৰণীয়া পেলু

এছকাৰিছ ভিটুলোৰাম

এছকাৰিয়াছিছ

১) ফাৰবাণ্ডাজল
২) এলবাণ্ডাজল
৩) আইবাৰমেক্টিন

৫ মিলি/১০ কি.গ্ৰাম 

২ গ্রা/১০ কে.জি

মুখেৰে

জন্মৰ ৫-৬ দিনৰ ভিতৰত প্রথম পালি,
৪৫ দিন পিছত আকৌ ২য় পালি দিব লাগে৷

চেপেটা কৃমি(ফ্লুক)

লিভাৰ ফ্লুক
অ্যাম্ফিঅ’স্টোম

ফেছিঅ’লিয়াছিছ, এম্ফিওস্টোমিয়াছিছ

১) ডিস্টোডিন

২) জাণ্টিল

৩) এলবাণ্ডাজল

৪) আইবাৰমেক্টিন

১-২ টা টেবলেট
৩০ মিলি/১০০ কিলোগ্ৰাম
২ গ্ৰাম/১০ কিলোগ্ৰাম
২ চিচি/১০০ কিলোগ্ৰাম

 

ডিঙিৰ ওচৰৰৰ ছালৰ তলত

 

প্রয়োজন সাপেক্ষে পেলুৰ ঔষধ দিব

ছিস্টোছোমিয়াছিছ
নেজালিছ
এছ.জাপোনিকাম

ছিস্টোছোমিয়াছিছ
(নেজেল গ্রানিউলোমা)

১) অ্যান্থিওম্যালিন
২) লিথিয়াম অ্যাণ্টিমনি
থায়োম্যালেট

১৫ মি.লি
১৫ মি.লি

৪-৬ বাৰ মাংস পেশীত

প্রয়োজন সাপেক্ষে প্ৰয়োগ কৰিব

ফিতা পেলু

মোনিয়েজ়িয়া এক্সপেন্সা
এম. বেনিডিন

ফিতা পেলু সংক্রমণ

আয়ুর্বেদিক ঔষধ
টেনিল
ওপেল
আইবাৰম্যাক্টিন

 

১০-১২ গ্রাম/পশু
১৫ গ্রাম/পশু

 

 

২০ দিন পিছত আকৌ দিব

উৎস: আইএনডিজি দল

3.08108108108
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
মৌচুমী Feb 15, 2016 01:02 PM

ঔষধৰ নামসমূহ ইংৰাজীত লিখিলে সুবিধা হয়।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top