অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰু ম’হৰ পেলু-নাশক ঔষধ প্রয়োগৰ সময় তালিকা

গৰু ম’হৰ পেলু-নাশক ঔষধ প্রয়োগৰ সময় তালিকা


ক্র.নং.

পেলুৰ প্ৰকাৰ

কৃমিৰ নাম

বেমাৰৰ নাম

ঔষধৰ নাম

পৰিমান/কি.গ্ৰা.
গাৰ ওজন

মাধ্যম

মন্তব্য

পোৱালি গৰুৰ ঘূৰণীয়া পেলু

এছকাৰিছ ভিটুলোৰাম

এছকাৰিয়াছিছ

১) ফাৰবাণ্ডাজল
২) এলবাণ্ডাজল
৩) আইবাৰমেক্টিন

৫ মিলি/১০ কি.গ্ৰাম 

২ গ্রা/১০ কে.জি

মুখেৰে

জন্মৰ ৫-৬ দিনৰ ভিতৰত প্রথম পালি,
৪৫ দিন পিছত আকৌ ২য় পালি দিব লাগে৷

চেপেটা কৃমি(ফ্লুক)

লিভাৰ ফ্লুক
অ্যাম্ফিঅ’স্টোম

ফেছিঅ’লিয়াছিছ, এম্ফিওস্টোমিয়াছিছ

১) ডিস্টোডিন

২) জাণ্টিল

৩) এলবাণ্ডাজল

৪) আইবাৰমেক্টিন

১-২ টা টেবলেট
৩০ মিলি/১০০ কিলোগ্ৰাম
২ গ্ৰাম/১০ কিলোগ্ৰাম
২ চিচি/১০০ কিলোগ্ৰাম

 

ডিঙিৰ ওচৰৰৰ ছালৰ তলত

 

প্রয়োজন সাপেক্ষে পেলুৰ ঔষধ দিব

ছিস্টোছোমিয়াছিছ
নেজালিছ
এছ.জাপোনিকাম

ছিস্টোছোমিয়াছিছ
(নেজেল গ্রানিউলোমা)

১) অ্যান্থিওম্যালিন
২) লিথিয়াম অ্যাণ্টিমনি
থায়োম্যালেট

১৫ মি.লি
১৫ মি.লি

৪-৬ বাৰ মাংস পেশীত

প্রয়োজন সাপেক্ষে প্ৰয়োগ কৰিব

ফিতা পেলু

মোনিয়েজ়িয়া এক্সপেন্সা
এম. বেনিডিন

ফিতা পেলু সংক্রমণ

আয়ুর্বেদিক ঔষধ
টেনিল
ওপেল
আইবাৰম্যাক্টিন

 

১০-১২ গ্রাম/পশু
১৫ গ্রাম/পশু

 

 

২০ দিন পিছত আকৌ দিব

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate