মূল পৃষ্ঠা / কৃষি / পশু পালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পশু পালন

দুগ্ধ উৎপাদন, গাহৰি, ছাগলী, ভেৰা, শঁহাপহু, গৰু, ঘোঁৰা ঘৰুৱা জন্তু ইত্যাদিবোৰৰ প্ৰতিপালন পৰিচালনা আৰু ব্যৱসায়িক উৎপাদন আদি বিষয়সমূহ আলোচনা কৰা হৈছে।

ধান খেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত প্ৰণালীঃ
পশুপালনঃ
কৃষিকাৰ্যৰ অন্যতম ক্ষেত্ৰ হ’ল পশুপালন। বিজ্ঞানসন্মত পদ্ধতিত পশুপালন কৰাটো এটা অত্যন্ত লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। অসমতো ব্যৱসায়িক ভিত্তিত পশুপালনৰ প্ৰচুৰ সম্ভাৱনা আছে। গৰু-ম’হ, ছাগলী, ভেড়া আৰু হাঁহ-কুকুৰা আমাৰ কৃষক ৰাইজৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ পশুধন।
পশুপালকৰ জ্ঞাতাৰ্থে কিছু কথা
ইয়াত পশুপালকৰ জ্ঞাতাৰ্থে কিছু কথা লিখা হৈছে
গ্ৰাম্য অৰ্থনীতিত পশুপালনৰ ভূমিকাঃ
চবকা ৰোগৰ ভয়াৱহতা, প্ৰতিকাৰ আৰু প্ৰতিষেধক ব্যৱস্থা
চবকা ৰোগৰ ভয়াৱহতা, প্ৰতিকাৰ আৰু প্ৰতিষেধক ব্যৱস্থাৰ কথা লিখা হৈছে
বাৰিষাকালি হোৱা গৰু মহ’ৰ বেমাৰসমুহ
বাৰিষাকালি হোৱা গৰু মহ’ৰ বেমাৰসমুহৰ বিষয়ে লিখা হৈছে
বানৰ সময়ত আৰু বানৰ পাছত পশুধনৰ প্ৰতি ল’বলগীয়া ব্যৱস্থা
বানৰ সময়ত আৰু বানৰ পাছত পশুধনৰ প্ৰতি ল’বলগীয়া ব্যৱস্থাৰ বিষয়ে লিখা হৈছে
মৌৰ প্ৰধান শত্ৰু, কোদোৰ সম্বন্ধিত কিছু কথা
মৌৰ প্ৰধান শত্ৰু, কোদোৰ সম্বন্ধিত কিছু কথা লিখা হৈছে
পশুৰ চবকা ৰোগ
পশুৰ চবকা ৰোগৰ বিষয়ে লিখা হৈছে
অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজনন পদ্ধতি
অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজনন পদ্ধতিৰ বিষয়ে লিখা হৈছে
দিক্‌ নিৰ্ণায়ক
Back to top