মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / শাক-পাচলি কীট-নাশক ঔষধ প্রয়োগ কৰাৰ পিচত আহাৰ হিচাবে গ্রহণযোগ্য হবৰ বাবে আপেক্ষাৰ প্রয়োজন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাক-পাচলি কীট-নাশক ঔষধ প্রয়োগ কৰাৰ পিচত আহাৰ হিচাবে গ্রহণযোগ্য হবৰ বাবে আপেক্ষাৰ প্রয়োজন

শাক - পাচলি কীট- নাশক ঔষধ প্রয়োগ কৰাৰ পিচত আহাৰ হিচাবে গ্রহণযোগ্য হবৰ বাবে আপেক্ষাৰ প্রয়োজন

কীটনাশক ঔষধ পৰিমাণ (কি: গ্রাম এ আই / হেক্টৰে ) আপেক্ষাৰ প্রয়োজন (দিন )
ভেন্দি
এন্দোচালফান ৩৪ ইচি ০.২৫
০.৫০
০.৭৫
ফেনভালৰেট্ ২০ ইচি ০.০৫
০.১০
ম'নক্রোটফচ্ ৩৬ ০.১৫
০.১৮ ১২
০.৩৬ ১৫
০.৫৪ ১৬
ডেল্টামিথ্রিণ ২.৮ ইচি ০.০১৪
০.০২৮
বেঙেনা
কার্বফুৰাণ ৩ জি ৩ গ্রাম / গছত
৫ গ্রাম / গছত ১৮
ফৰেট ১০ জি ৫ গ্রাম / গছত ৩২
১০ গ্রাম /গছত ৩২
কুইনেলফচ্ ২০ এ এফ্ ০.৫
১.০ ১০
কুইনেলফচ্ ২০ এ এফ্ ০.৫
১.০
বন্ধাকবি
কুইনেলফচ্ ২৫ ইচি ০.২৫
০.৫ ১৫
জলকীয়া
মালাথিয়ন ৫০ ইচি ০.০৭৬ শতাংশ স্প্রে
০.১৫ শতাংশ স্প্রে ১১
ম'নক্রোঠফচ্ ০.০৬ শতাংশ স্প্রে ১০
০.১৪ শতাংশ স্প্রে ২৫
ফ্রেঞ্চবীন
মালাথিয়ন ৫০ ইচি ০.০৮৫ শতাংশ স্প্রে
০.১৫ শতাংশ স্প্রে
ব'নক্রোঠফচ্ ৩৬ ০.০৬ শতাংশ স্প্রে ১৩
০.১২ শতাংশ স্প্রে ১৭
বিলাহী
ৰিদ'মিল এম জেদ ৭২ ০.২ ১০
০.২৫ ১০

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

3.0350877193
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top