অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেতিৰ দিহা :

খেতিৰ দিহাৰ বিষয়ে লিখা হৈছে ।

 

১) সৰিয়হ, ফুলকবিত বিঘাই প্ৰতি ১ কিলো ব’ৰাক্স প্ৰয়োগ কৰিব।

২) নাৰিকল গছৰ গুৰিৰ পৰা নিলগত চক্ৰাকাৰে গাঁত খান্দি ৫০ গ্ৰাম ব’ৰাক্স, ৭৫০ গ্ৰাম ইউৰিয়া, ১ কিলো ছুপাৰ, ১ কিলো পটাছ সাৰ ৪ বছৰৰ ওপৰৰ প্ৰতিজোপা গছত এপাচি গোবৰৰ সৈতে প্ৰয়োগ কৰক। অক্টোবৰ-নৱেম্বৰ মাহত।

৩) কলৰ ফল আঁচোৰা পোক নিবাৰণৰ বাবে মালাথিয়ন ৫০ ই চি আৰু পানামা ৰোগ নিবাৰণৰ বাবে ইন্দ’ফিল এম-৪৫ প্ৰয়োগ কৰক।

উৎস: অসমীয়া খবৰ

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top