অংশিদাৰী

২০ টা শেহতীয়া মতামত


বৰ সুন্দৰ লিখনি।
নুৰ আলম শ‌ইকীয়া, নলবাৰী Sep 19, 2017
পেট কমিবলৈ জিম কৰিলে কনী খাব পাৰিনে?
এল শইকীয়া Sep 19, 2017
ৰাতি জিম কৰিলে শোৱাৰ আগত কি খাব লাগে? জিম কৰিলে কনী খাব পাৰিনে? কনী খালে চৰ্বি বৃদ্ধি হয় নেকি?
এল শইকীয়া Sep 19, 2017
মই ৰাতি ৯বজাৰ পৰা ১০বজালৈ জিম কৰো, কাৰন সময়ৰ অভাৱ, পেটৰ চৰ্বি কমাবলৈ জিমত কেনেধৰণৰ ব্যায়াম কৰা উচিত? ৰাতি জিম কৰি কেনেধৰণৰ আহাৰ খোৱা উচিত? [...]
Sep 19, 2017
আপোনালোকৰ ওপৰত দিয়া নামাকৰণৰ সবিশেষত তাৰিখ আৰু জন্মৰ সময় কত উল্লেখ কৰিব লাগিব জনালে সুখী হম ।
হীৰেন গগৈ Sep 19, 2017
মই hs পাছ কৰিলো । চাকৰি (যিকোনো বিভাগ )খবৰ পাম নেকি ?
দিপিকা Sep 18, 2017
ভাল।
পংকজ তালুকদাৰ Sep 18, 2017
মাতৃ ভাষাত জানিবলৈ পায় ভাল লাগিল
প্ৰাঞ্জল বৰা Sep 18, 2017
শাওণ মাহত মাতিৰ পৰা ওচৰত লগা শাক পাচলিবোৰ খাব নালাগে কিন্তু কিছু ওপৰৰ বা চাইনাত লগাবোৰ খাব পাৰি ইয়াৰ ওপৰত আপোনাৰ মতামত কি ?
দীপ শৰ্মা Sep 18, 2017
Bohut bohut dhonybad
Abdul Ushman Sep 17, 2017
Mur suali jnir rokto xoron odhik hoi upaitu dibo buli aaxa korilu...
Miss Jutika borah Sep 16, 2017
Thank you very much that you think so much for our tribe and keep so much information.
Akash sahu(teli) Sep 16, 2017
অতি সুন্দৰ
ৰিতু হাজৰিকা Sep 15, 2017
ভাল লাগিল বহু
অদীপ নাথ Sep 15, 2017
Pohi val lgil. Sonowal hokolor homaj aru bhakhar uporot kisu jonale val pam
Topon sonowal Sep 15, 2017
কামৰূপাৰ বাৱে contact me-9577780755
অৰূপ কলিতা Sep 14, 2017
প্ৰাণায়ামৰ নামবোৰ উল্লেখ কৰিলে আৰু ভাল হʼলহেতেন..
চাৰ্থে ক্ৰʼ Sep 13, 2017
Write future valuable tropics.
Bhagaban Choudhury. Sep 13, 2017
আপোনাৰ লেখাটি পঢ়ি ভাল লাগিল।
শ্ৰী ৰঞ্জু কুৰ্মি Sep 13, 2017
# সাৱধান ! Cyber Crime কৰি আছে নেকি? (অপূৰ্ব দাস) আজিৰ যুগত facebook, Youtube, Whatsapp বা অন্য social media ব্যৱহাৰ নকৰা মানুহ কমকৈয়েই ওলাব ৷ [...]
অপূৰ্ব দাস Sep 13, 2017
Back to top