মূল পৃষ্ঠা / ই-প্ৰশাসন / ডিজিটেল পৰিশোধ ব্যৱস্থা / বিভিন্ন প্ৰকাৰৰ ডিজিটেল পৰিশোধ ব্যৱস্থা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন প্ৰকাৰৰ ডিজিটেল পৰিশোধ ব্যৱস্থা

ইয়াত বিভিন্ন উপলদ্ধ ডিজিটেল পৰিশোধ ব্যৱস্থাৰ বিষয়ে বৰ্ননা কৰা হৈছে।

ভাৰতবৰ্ষৰ নিতী আয়োগে সাধাৰন নাগৰিকক সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নগদহীন আৰ্থিক লেনদেন ব্যৱস্থাৰ লগত সহচৰ কৰিবলৈ বিভিন্ন ডিজিটেল পৰিশোধ ব্যৱস্থা ৰাইজৰ সেৱালৈ আগবঢ়াইছে যাতে দেশৰ সকলো ৰাজ্যৰ,বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত নাগৰিকে সহজতে এই নগদহীন আৰ্থিক লেনদেন ব্যৱস্থাক আকোঁৱলী লব পাৰে তথা এখন সবল সমৃদ্ধি নগদহীন সমাজলৈ ৰুপান্তৰৰ দিশত অগ্ৰসৰ হয়।তলত উল্লেখ কৰা বিভিন্ন ডিজিটেল পৰিশোধ ব্যৱস্থাক বৰ্তমান সমগ্ৰ দেশতেই ৰাইজৰ সুবিধাৰ বাবে আগবঢ়োৱা হৈছে তথা ইয়াক কাৰ্যকৰী কৰা হৈছে যাতে দেশৰ সকলো নাগৰিকে এনে ব্যৱস্থাৰ লগত জড়িত হৈ এই সুবিধা লব পাৰে।এই ডিজিটেল পৰিশোধ বিভিন্ন ব্যৱস্থাৰ ব্যৱহাৰ পদ্ধতিৰ বিত্ং বিৱৰন তলত দাঙি ধৰা হল-

Help


ডিজিটেল পৰিশোধ ব্যৱস্থা

বেংক কাৰ্ড

বেংক কাৰ্ড লাভ কৰিবৰ বাবে-

আপোনি বেংক কাৰ্ড কেনেকৈ লাভ কৰিব-

  • আপোনাৰ নিকটীৱৰ্তী বেংক শাখালৈ যাওঁক।
  • ভিন্ন ধৰনৰ কাৰ্ড নিজ একাউণ্ট পৰা লাভ কৰিব।
  • এই ভিন্ন ধৰনৰ কাৰ্ডবোৰৰ গোপনীয় গুপ্তশব্দ বেংকে পৃথকৈ জাৰি বা প্ৰদান কৰিব।

আপোনাৰ কাৰ্ডখন সক্ৰিয় কৰিক-

  • আপোনাৰ বেংকৰ এটিএমত শেহতীয়া সংৰক্ষিত ধনৰ পৰিমান পৰীক্ষা কৰিও এই কাৰ্ড সক্ৰিয় কৰিব পাৰে।
  • আপোনাৰ বেংকৰ একাউণ্ট শাখাত আৰ্থিক লেনদেন কৰাৰ যোগেদিও এই কাৰ্ডখন সক্ৰিয় কৰিব পাৰি।

বিভিন্ন ধৰনৰ কাৰ্ড আৰু ইয়াৰ ব্যৱহাৰ-

প্ৰিপেইড কাৰ্ড:

  • আগতীয়াকৈ ধনৰাশি জমা থাকে আপোনাৰ একাউণ্ট পৰা।
  • সীমিত মূল্যৰ লেনদেন তথা ব্যৱহাৰ কৰিবলৈ নিৰাপদ।
  • এই কাৰ্ড মবাইল ফোনৰ দৰে ৰিচাৰ্জ কৰিব পাৰি।

ডেবিট কাৰ্ড:

  • এই কাৰ্ডবিধ আপোনাৰ বেংক একাউণ্ট লগত সংযোক্ত
  • এই কাৰ্ডবিধৰ দ্বাৰা বজাৰত সামগ্ৰী ক্ৰ্য় কৰোতে, অনলাইন সামগ্ৰী ক্ৰয় কৰিলে,এটিএম,ৱালেট আদিত ভূগদান কৰিব পাৰে।

বেংকে বিভিন্ন কাৰ্ড তেওঁলোকৰ বেংক একাউণ্ট গৰাকীক যোগান ধৰে।সেইবোৰ হল-

প্ৰিপেইড কাৰ্ড

ডেবিট কাৰ্ড

  • ক্ৰেডিট কাৰ্ড

বজাৰ কৰিবলৈ এই কাৰ্ড সকলোতে ব্যৱহাৰ কৰিব পাৰে-

  • যিকোনো POS অৰ্থাৎ সামগী বিক্ৰি কেন্দ্ৰ স্থলত।
  • এটিএমত
  • অনলাইন বজাৰ কৰোতে।

প্ৰিপেইড কাৰ্ড যিকোনো বেংকে জাৰি কৰিব পাৰে নগদ টকাৰহিত তথা বেংক একাউণ্ট পৰা-

তলত উল্লেখিতবোৰ এই কাৰ্ডৰ সুবিধা-

  • আগতীয়া ধনৰাশি জমা কাৰ্ড।
  • এই কাৰ্ড নগদ টকা সমকক্ষ।
  • এই কাৰ্ড অনেকবাৰ ৰিচাৰ্জ কৰিব পাৰে।
  • এই কাৰ্ডখন সামগ্ৰী বিক্ৰি কেন্দ্ৰ,এটিএম ব্যৱহাৰ কৰিব পাৰে।

মবাইল বেংকি সেৱা-USSD(Unsaturated Supplementary Service Data)

*99#নেচনেল ইউনিফাইড USSD প্লেটফৰ্ম(NUUP)

এই সেৱা সক্ৰিয়কৰনৰ বাবে আৱশ্যক হয়-

  • বেংকৰ এটা একাউণ্ট
  • যিকোনো মবাইল ফোন জিচিএম নেটৱৰ্ক।
  • এই ৱ্যৱস্থাৰ মাজেদি গ্ৰাহকে দিনত অতিকমেও ৫০০০ টকা পৰ্যন্ত ভূগদান কৰিব পাৰে।

পঞ্জিয়ন:

  • আপোনাৰ মবাইল নম্বৰ বেংক একাউন্ট লগত সংযুক্ত কৰিবলৈ আপোনাৰ বেংকৰ শাখাৰ লগত যোগাযোগ কৰক।এই কৰ্য্য এটিএম তথা অনলাইন মাধ্যমেদিও কৰিব পাৰে।
  • আপোনি পঞ্জিভূত হোৱাৰ পিছত MMID আৰু মবাইল পিন নম্বৰ লাভ কৰিব।
  • আপোনি নিজৰ MMID আৰু মবাইল পিন নম্বৰ মনত ৰাখিব লাগিব।

আধাৰ কাৰ্ডৰ সহযোগত ভূগদান ব্যৱস্থা-

  • এই আধাৰ কাৰ্ড ভূগদান ব্যৱস্থাৰ মাধ্যমেদি POSত দুটা বেংকৰ মাজত লেনদেন সম্পাদিত কৰিব পাৰি ব্যৱসায়িক ব্যক্তিৰ সহযোগত।
  • এই ৱ্যৱস্থত কেৱল মাথো আধাৰ কাড়দ আৱশ্যক হয়।

এই আধাৰ কাৰ্য্যক্ষম ব্যৱস্থাৰ সেৱাবোৰ হল-

  • বাকী থকা ধনৰাশিৰ অনুসন্ধান কৰিব পাৰি।
  • টকা মুকোলাৱ পাৰি বেংকৰ পৰা।
  • টকা জমা ৰাখিব পাৰি বেংকত।
  • ধন আধাৰ পৰা আন এজন আধাৰলৈ স্থানান্তৰ কৰিব পাৰি।
  • যিকোনো সামগী ইয়াৰ সহায়ত উচিত দামত ক্ৰয় কৰিব পাৰি।

এই আধাৰ কাৰ্ড কাৰ্য্যক্ষম পৰিশোধ ব্যৱস্থাৰ পৰ্য্যায়-

  • আপোনাৰ বেংক একাউণ্ট লগত আপোনাৰ আধাৰ নম্বৰ সংযুক্ত কৰক বেংকত কোনো বেংকৰ প্ৰতিনিধিৰ সহযোগত।
  • তাৰপিছত আপোনি যিকোনো আধাৰ কাৰ্ড কাৰ্য্যক্ষম পৰিশোধ ব্যৱস্থা স্থানত অনেক বাৰ আৰ্থিক লেনদেন কৰিব পাৰে কোনো গুপ্তশব্দ পিন অবিহনে।
  • আধাৰ কাৰ্ড কাৰ্য্যক্ষম পৰিশোধ আৰু লেনদন ব্যৱস্থাৰ মূল পদক্ষেপ-

    • বেংক প্ৰতিনিধি বা মাইক্ৰ এটিএম লৈ যাওঁক।
    • আপোনাৰ বেংকৰ নাম আৰু আধাৰ যোগান ধৰক।
    • কি ধৰনৰ লেনদন কৰিব তাক বাচনি কৰক।
    • আপোনাৰ আঙুলিৰ চাপ স্ক্ৰেনাৰত প্ৰদান কৰক।
    • সফলতাপূৰ্বক লেনদেন সমাপ্তিৰ পিছত ৰচিদখন লওঁক।
    • কাৰ্য্যপদ্ধতি সম্পূৰ্ন।

    মাইক্ৰ এটিএম আৰ্থিক লেনদেন-

    ইউনিফাইড পেইমেন্ট ইন্টাৰফেচ-

    UPI(ইউনিফাইড পেমেণ্ট ইন্টাৰফেচত পঞ্জিয়নৰ বাবে আৱশ্যক সামগ্ৰী)

    আৱশ্যক হোৱা সামগ্ৰীবোৰ হল-

    • এটা ষ্মাৰ্ট ফোন ইন্টাৰনেট সংযোক্ত।
    • নিজৰ বেংক একাউণ্ট বিত্ং বিৱৰন।

    উপলদ্ধ বেংকৰ এপবোৰ হল-

    Sl.No.

    Bank Name

    App Name

    1

    Allahabad Bank

    Allahabad Bank UPI

    2

    Andhra Bank

    Andhra Bank ONE

    3

    Axis Bank

    Axis Pay

    4

    Bank of Baroda

    Baroda MPay

    5

    Bank of Maharashtra

    MAHAUPI

    6

    Canara Bank

    Canara Bank UPI - Empower

    7

    Catholic Syrian Bank

    CSB UPI

    8

    DCB Bank

    DCB Bank

    9

    Federal Bank

    Lotza

    10

    HDFC Bank

    HDFC Bank MobileBanking

    11

    ICICI Bank

    Pockets- ICICI Bank

    12

    Karnataka Bank

    KBL Smartz

    13

    Kotak Mahindra Bank

    KayPay

    14

    Oriental Bank of Commerce

    OBCUPI PSP

    15

    Punjab National Bank

    PNB UPI

    16

    South Indian Bank

    SIB M-Pay (UPI Pay)

    17

    State Bank of India

    SBI Pay

    18

    TJSB Bank

    TranZapp

    19

    UCO Bank

    UCO UPI

    20

    Union Bank of India

    Union Bank UPI

    21

    United Bank of India

    United UPI

    22

    Vijaya Bank

    Vijaya UPI App

    23

    Yes Bank

    Yes Pay

     

    অধিক তথ্যৰ বাবে এই লিংকত ক্লিক কৰক visit http://www.npci.org.in/UPI_Livemembers.aspx

    UPI পঞ্জিয়ন পদ্ধতি:

    • যিকোনো তৃতীয় পাৰ্টীৰ বা এটা বেংক এপ ডাউনলোড কৰক।
    • আপোনাৰ একক ID(আধাৰ,মবাইল নম্বৰ) বাচনি কৰক VPA হিচাপে।
    • আপোনাৰ বেংক বাচনি কৰক।
    • সম্পূৰ্ন বেংক বিৱৰন প্ৰথমবাৰৰ বাবে প্ৰদান কৰক।
    • M-Pin প্ৰদান কৰক এই লেনদেন কাৰ্য্যকৰী কৰিবলৈ।
    • পঞ্জীয়ন প্ৰনালী ইয়াৰ লগে লগে সম্পূৰ্ন।

    পঞ্জীয়ন পদ্ধতি UPIত

    UPI সহায়ত টকা প্ৰেৰন পদ্ধতি-

    • “Send money” নিৰ্বাচিত কৰক।
    • প্ৰেৰন কৰিব লগা ব্যক্তিজনৰ VPI প্ৰদান কৰক।
    • মূল্যটো প্ৰদান কৰক।
    • লেনদেনৰ কোনো মন্তব্য লিখক।
    • বিত্ং ৱিবৰনক সুনিশ্চিত কৰক।
    • “Send”Hit কৰক।

    টকা প্ৰেৰন-

    টকা সংগ্ৰহ UPI-সহায়ত

    টকা সংগ্ৰহ-

    ৱালেট(Wallets)

    ই-ৱালেট কি হয়?

    • ই হল এক ইলেকট্ৰনিকচ পৰিশোধ ব্যৱস্থা।
    • ইয়াৰ যোগেদি অনলাইন মবাইল বা কম্পিউটাৰ সহযোগত সামগ্ৰী ক্ৰ্য় কৰিব পাৰি।।
    • এটা ব্যক্তিগত বেংক একাউণ্ট ইয়াৰ বাবে আৱশ্যক হয় যাতে এই ডিজিটেল ৱালেটত টকা ভৰ্তি হয়।
    • সকলো বেংকৰে নিজা ই-ৱালেট আছে তথা কিছু ব্যক্তিগত কোম্পানীৰো এই ৱালেট আছে।

    ৱালেটৰ ব্যৱহাৰযোগ্যতা-

    গ্ৰাহকে এই ৱালেটত ২০,০০০টকালৈ আৰ্থিক লেনদেন কৰিব পাৰিব এমাহত তথা ১লাখ টকালৈ এই পৰিধি বঢ়াব পাৰিব KYS সৈতে।

    • গ্ৰাহকে এই এপ নিজৰ মবাইলত ডাউনলোড কৰিব পাৰে।
    • Sign Up কৰিব লাগিব মবাইলত ব্যৱহাৰ কৰি।
    • নেট বেংকিৰ বাবে ডেবিট কাৰ্ড/ক্ৰেডিট কাৰ্ড দ্বাৰা ধনৰাশি জমা কৰক।
    • ইয়াৰ পিছত এই ৱালেটক ভূগদানৰ বাবে ব্যৱহাৰ আৰম্ভ কৰি দিয়ক।

    ব্যৱসায়িকভিত্তিক ৱালেটৰ মাহিলী পৰিধী ৫০,০০০টকালৈ নিজ কৰা ঘোষনাপত্ৰ মাধ্যমৰ যোগেদি।এই ৰাশি ১লাখ টকা পৰ্য্যন্ত KYS সৈতে।

    • ব্যৱসায়ীসকলে এই এপটো ডাউনলোড কৰক।
    • মবাইল দ্বাৰা ইয়াত Sign Up কৰক।
    • ব্যৱসায়ীক বুলি নিজে ঘোষনাপত্ৰ দিব লাগিব।
    • ভূগদান গ্ৰহন কৰিবলৈ আৰম্ভ কৰক।

    Point of Sale(Pos)

    ভিন্ন ধৰনৰ POS.

    Phsycial POS.

    MPOS

    V-POS

    Virtual E-Payment Gateway

    Physical PoS

    আপোনাৰ ডেবিট/ক্ৰেডিট কাৰ্ডখন এই PoS মেচিনত Swipe কৰক।

    ইয়াৰ পিছত দিবলগীয়া মূল্য আৰু পিন নম্বৰ প্ৰদান কৰক।

    ইয়াৰ পিছত এখন ৰছিদ লাভ কৰিব।

    Physcal PoS Installation-

    • এটা সক্ৰিয় বেংক একাউণ্ট ইয়াৰ লেনদেনৰ বাবে খোলক।
    • ইয়াৰ বাবে এখন দৰ্খাস্ত অনলাইন জমা দিয়ক ৱেংকত।
    • কি ধৰনৰ PoS(landline/GPRS)প্ৰয়োজন তাক বাচনি কৰক।
    • তলত দিয়া নথি-পত্ৰবোৰ জমা দিয়ক-
      • ব্যৱসায়ৰ প্ৰমানপত্ৰ।
      • দোকান,ব্যৱসায়ৰ পঞ্জীয়ন পত্ৰ।
      • Vat চাৰ্টিফিকেট।
      • Sales tax.
      • ঠিকনা প্ৰমানপত্ৰ।
      • ফটো প্ৰমানপত্ৰ স্বত্বাতিধিকাৰীৰ।
      • ধনৰ বিস্তৃত বিৱৰন।
      • বেংকৰ শেহতীয়া লেনদেনৰ বিত্ং বিৱৰন।
      • আইকৰ বিত্ং তথ্য
      • MDR গ্ৰহন ব্যৱসায়ীৰ দ্বাৰা।
      • ব্যৱসায়ীক চুক্তি মতে কাৰ্য্যকৰীকৰন।

    মবাইল PoS-

    V-Pos-

    • ইয়াত PoS যন্ত্ৰৰ আৱশ্যক নাই।
    • ব্যৱসায়ীৰ QR কোড বেংকত পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়।
    • ইয়াত সম্পূৰ্ন সুৰক্ষা প্ৰদান কৰা হয় ব্যৱসায়ীৰ বেংক একাউন্টৰ গোপনীয়তা।

    নিতান্তই প্ৰয়োজনীয় অভ্যাস:

    • আপোনাৰ মবাইল নম্বৰটো বেংকত পঞ্জীয়ন কৰক সকলো ধৰনৰ আৰ্থিক লেনদেনৰ তথ্য লাভ কৰিবলৈ SMS দ্বাৰা।
    • আপোনাৰ গুপ্তশব্দ কেতিয়াও কাৰো লগত share নকৰিব।
    • বিশ্বাসী ব্যৱসায়ী লগত লেনদেন কৰক।
    • এটিএম ভিতৰত লক্ষ্য ৰাখিব যাতে কোনেও আপোনাৰ বাহুৰ ওপৰেদি লক্ষ্য কৰি থকা নাই।

    উৎস: নীতি আয়োগ

    3.18181818182
    আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

    (এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

    Enter the word
    দিক্‌ নিৰ্ণায়ক
    Back to top