অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া ই-কিতাপৰ পুথিভঁৰাল

অসমীয়া ই-কিতাপৰ পুথিভঁৰাল

স্বাধীনতাৰ স্বপ্নগাঁথা


লেখকঃ অজয় লাল দত্ত

চমুটোকাঃ অসমৰ বিগত কেইবাদশকৰ আৰ্থ সামাজিক উত্থান পতনৰ মাজত নৱ-প্ৰজন্মৰ মাজত উদয় হোৱা দ্বন্দ্ব আৰু দোমোজাৰ মাজত এক মুক্ত পৃথিৱীৰ, স্বাধীন সমাজৰ সপোন বিচৰাৰ এক প্ৰয়াস, উপন্যাসৰ ৰূপত৷

প্ৰকাশঃ ২০১১ চন, প্ৰকাশকঃ আইডিয়া ফিউচাৰ প্ৰকাশ ও মানৱ সম্পদ বিকাশ কেন্দ্ৰ৷

কিতাপখনৰ প্ৰকাশিত সমালোচনাঃ

১. আমাৰ অসম কাকততঃ যতীন্দ্ৰ কুমাৰ বৰগোহাঞি

২. সাহিত্য.অৰ্গ, ই আলোচনীতঃ অঞ্জল বৰা৷ সমালোচনাটো পঢ়িব বিচাৰিলে ইয়াত ক্লিক কৰক

মূল্যঃ উপলব্ধ- লাইব্ৰেৰী সংস্কৰণঃ ১০০ টকাত www.eshopany.com ত অহা বহাগ বিহুৰ পৰা উপলব্ধ হ'ব৷
বিনামূলীয়া পিডিএফ সংস্কৰণ তথা ই-বুকঃ

স্বাধীনতাৰ স্বপ্নগাঁথাৰ ই-বুক(পিডিএফ)ৰ ডাউনলোডৰ বাবে ইয়াতে ক্লিক কৰক দুশ পৃষ্ঠাৰ কিতাপখন এখন নতুন খিৰিকিত খোল খাব, ডাঙৰ ফাইল বাবে অলপ সময় ল'ব পাৰে৷

নবীন কবি মিণ্টু দাসৰ সদ্য প্ৰকাশিত কবিতা সংকলন


"কোনে জানে জীৱনৰ সঠিক খবৰ"কবিতা পুথিখনৰ বিনামূলীয়া পিডিএফ পাবৰ ওপৰৰ শিৰোনামাত বা কিতাপৰ বেটুপাতত ক্লিক কৰক। তেতিয়া তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷ যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷

শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ সোঁৱৰণত ভাষা সাহিত্য সন্মিলনী, অসমৰ উদ্যোগত আৱক্ষ মূৰ্তি উন্মোচনৰ উপলক্ষত প্ৰকাশিত স্মৃতিগ্ৰন্থ

"পৰাগ কুমাৰ দাসৰ সোঁৱৰণত"


স্মৃতিগ্ৰন্থখনিৰ বিনামূলীয়া পিডিএফ পাবৰ ওপৰৰ শিৰোনামাত ক্লিক কৰক। তেতিয়া তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷ যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷

বিদেশৰ মাটিত এখন অসমীয়া স্মৰণিকা

"নেদেখা সোণালী সূতাৰে বন্ধা"


অসম সমাজ, কাটাৰে, ইণ্ডিয়ান কমিউনিটি ফেষ্টিভেল ২০১৩ উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা।

ৰঙীন আকৰ্ষণীয় স্মৰণিকাখনি

ডাউনলোডৰ সুবিধাৰ বাবে তিনিটা খণ্ডত মুকলি কৰা হৈছে। পিডিএফত  স্মৰণিকাখনি পাবলৈ তলৰ সূত্ৰত ক্লিক কৰক

১. প্ৰথম খণ্ড

২. দ্বিতীয় খণ্ড

তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি ল'ব পাৰিব৷ যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷

সাহিত্য.অৰ্গত প্ৰকাশিত সাক্ষাৎকাৰ সমূহৰ সংকলনৰ ই-বুক

সাক্ষাৎকাৰ

কিতাপখনৰ ই-বুকৰ পিডিএফ পাবলৈ ইয়াত ক্লিক কৰক

যুগুতাই দিয়াৰ বাবে ডঃ অঞ্জল বৰালৈ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে ভাষা সাহিত্য সন্মিলনী, অসমৰ সকলো কৰ্মকতালৈ কৃতজ্ঞতা। (নীতি-শিক্ষামূলক প্ৰথমখন অসমীয়া ই-বুক)

ডঃ অঞ্জল বৰাৰ


কিতাপখনৰ বিনামূলীয়া পিডিএফ সংস্কৰণ পাবলৈ ওপৰৰ বেটুপাততে বা ইয়াতে ক্লিক কৰক৷

তেতিয়া অন্য এখন ৱিনড’ত পিডিএফ ফাইলটো খোল খাই আহিব, এতিয়া ৰাইট ক্লিক কৰি চেভ এজ অপচনটোৰে আপোনাৰ কম্পিউটাৰক সেই ফাইলটো সংৰক্ষণ কৰি লব পাৰিব৷
যিকোনো পিডিএফ ৰিডাৰ চফটৱেৰ থাকিলেই আপুনি এই কিতাপখন পঢ়িব পাৰিব৷

অসম চচাইটি অৱ বেংগেলুৰুৱে দুৰ্গাপূজা উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা

"শ্ৰী"

অনলাইন পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

শিশুৰ বাবে অ-আ, ক-খ

বিশ্বৰ প্ৰান্তে প্ৰান্তে থকা অসমীয়া সকলৰ নৱ-প্ৰজন্মই অ-আ-ক-খ শিকিব পৰাকৈ অকণিৰ আৰ্হি পাঠৰ ই-বুক সংস্কৰণ খন বিনামূলীয়া ৰূপত ডাউন লোড কৰি লবৰ বাবে ব্যৱস্থা কৰা হৈছে৷লেখিকাঃ শশীমাই শইকীয়া (দত্ত), ৰাজ্যিক বঁটাৰে সন্মানিত অৱসৰ-প্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী, ধেমাজি, অসম৷


"অকণিৰ আৰ্হি পাঠ"ৰ ডাউনলোডৰ বাবে ইয়াত ক্লিক কৰক

আখৰকেইটাত ক্লিক কৰিলেই কিতাপখনৰ পিডিএফ নতুন ৱিনড’ এখনত খোল খাই আহিব৷ৰাইট ক্লিক কৰি save as কৰি কিতাপখন আপোনাৰ কম্পিউটাৰত চেভ কৰি লব পাৰিব৷পিডিএফ ৰিডাৰ চফটৱেৰছ adobe pdf reader বা Nitro pdf থাকিলেই কিতাপখন পঢ়িব পাৰিব৷

অন্যান্য অসমীয়া ই-কিতাপৰ সূত্ৰঃ

লক্ষ্মীনাথ বেজবৰুৱাৰ অনুপম সৃষ্টি "বুঢ়ী আইৰ সাধু" ৰ পিডিএফৰ বাবে ইয়াত ক্লিক কৰক৷

আখৰকেইটাত ক্লিক কৰিলেই কিতাপখনৰ পিডিএফ নতুন ৱিনড’ এখনত খোল খাই আহিব৷ৰাইট ক্লিক কৰি save as কৰি কিতাপখন আপোনাৰ কম্পিউটাৰত চেভ কৰি লব পাৰিব৷ পিডিএফ ৰিডাৰ চফটৱেৰছ adobe pdf reader বা Nitro pdf থাকিলেই কিতাপখন পঢ়িব পাৰিব৷

মৌচাক আলোচনীৰ ত্ৰিশ বছৰ হোৱা উপলক্ষে ৰাইজলৈ আগবঢ়াইছে "মৌচাক"ৰ ই-সংস্কৰণ

বিনামূলীয়াকৈ উপলব্ধ হোৱা এই ই-সংস্কৰণৰ বাবে তলৰ সূত্ৰত ক্লিক কৰিব পাৰে৷

ফুল বিশেষ সংখ্যা, জুন ’ ২০১৩ সংখ্যা "মৌচাক" পাবৰ বাবে ইয়াত ক্লিক কৰক

নতুন আৱিস্কাৰৰ জুন’ ২০১৩ সংখ্যা পাবৰ বাবে  ইয়াত ক্লিক কৰক

মে’ ২০১৩ সংখ্যা বিনামূলীয়া ই-বুক

মৌচাকৰ ই-বুক ডাউনলোড কৰিবৰ বাবে ইয়াত ক্লিক কৰক৷

নতুন আৱিস্কাৰৰ মে’ ২০১৩ সংখ্যাৰ ডাউনলোডৰ বাবে ইয়াত ক্লিক কৰক৷

ভূপেন হাজৰিকা সম্পাদিত, অসমৰ প্ৰথমখন মাইক্ৰমিনি আলোচনী "বিন্দু"প্ৰথমটো সংখ্যা পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক৷

 

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate