মূল পৃষ্ঠা / ই-প্ৰশাসন / ডিজিটেল ভাৰত / পণ্য-সেৱা কৰ হ্ৰাস কৰা সামগ্ৰীসমূহ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পণ্য-সেৱা কৰ হ্ৰাস কৰা সামগ্ৰীসমূহ:

 

২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস:

 

  • অগ্নিনিৰ্বাপণ সামগ্ৰী(ফায়াৰ এক্সিংগুইচাৰ)
  • ঘড়ী, হাতঘড়ী
  • ব্লেড, ৰেজৰ
  • ষ্ট’ভ, কুকাৰকে ধৰি অবৈদ্যুতিক ঘৰুৱা আহিলা
  • মেট্ৰেছ, ফাৰ্নিচাৰ, বেডিং
  • ট্ৰাংক, ছুটকেছ, ভেনিটী বেগ, ট্ৰেভেলিং বেগ, অন্যান্য হেণ্ডবেগ
  • ডিটাৰজেন্ট, ৱাশ্বিং, ধোৱা সামগ্ৰী
  • ইলেক্ট্ৰিক প্লাগ, ছুইটছ, কনেক্টৰেট, ৱায়াৰ, কেবলছ আদিকে ধৰি বিভিন্ন বৈদ্যুতিক সামগ্ৰী
  • এলেক্ট্ৰিকেল ব’ৰ্ড, পেনেল, কনচল, কেবিনেট
  • ফাইবাৰ ব’ৰ্ড, প্লাইউড, কাঠৰ ফ্ৰেম, পেভিংক ব্লক
  • চালত ব্যৱহৃত লিকুইড আৰু ক্ৰীম
  • ছেম্পু, হেয়াৰ ক্ৰিম, হেয়াৰ ডাই, হেনা পাউদাৰ আৰু পেষ্ট
  • দাড়ি খুৰোৱা ক্ৰীম আদি, ডিউডৰেন্ট, স্নান সামগ্ৰী, পাৰফিউম
  • সৌন্দৰ্যচৰ্চা সামগ্ৰী
  • ফেন, পাম্প, কম্প্ৰেছৰ
  • লেম্প, লাইট ক্সিটিং
  • বেটেৰী(ক্ষুদ্ৰ)
  • চেনিটেৰী আৰু আনুষংগিক সামগ্ৰী
  • প্লাষ্টিকেৰে নিৰ্মিত ফ্ল’ৰ ক’ভাৰিং, বাথ টাব, চাৱাৰ, চিংক, ৱাশ্ব বেচিন
  • গ্ৰেনাইট আৰু মাৰ্বলৰ শ্লেব, টাইলছকে ধৰি গ্ৰেনাইট সামগ্ৰী, সকলোধৰণৰ চিৰামিক টাইলছ
  • ভেকুৱাম ফ্লাংকছ আনুষংগিক সামগ্ৰী
  • পোহনীয়া জন্তুৰ পিন্ধোৱা সামগ্ৰী
  • মাল্টিফাংচনেল প্ৰিন্টাৰ, কাৰ্টিজ, কাৰ্যালায়ত ব্যৱহৃত সামগ্ৰী
  • দুৱাৰ-খিৰিকীৰ এলুমিনিয়াম ফ্ৰেম, ব’ৰ্ড-শ্বিটৰ দৰে প্লাষ্টাৰ সামগ্ৰী
  • শিল, কংক্ৰিট, চিমেন্টৰ সামগ্ৰী
  • এছফাল্ট আৰু শ্লেটৰ সামগ্ৰী
  • মাইকাৰ সামগ্ৰী
  • চিৰামিক ফ্ল’ৰিং ব্লক, পাইক ফিটিংছ
  • ৱাল পেপাৰ, ৱাল ক’ভাৰিং
  • সকলো ধৰণৰ আইনা, ছেফটি গ্লাছ, গ্লাছৰ সকলো ধৰণৰ সামগ্ৰী
  • বৈদ্যুতিক আৰু ইলেক্ট’নিক জোখ-মাপ দণ্ড
  • ফৰ্ক লিফট, লিফটিং সামগ্ৰী
  • বুলডজাৰ, এক্সক্লেভেটৰ, লোডাৰ, ৰোড ৰোলাৰ
  • আৰ্থ ম’ভিং, লেভেলিং মেচিনাৰী
  • এক্সেলেটৰ
  • কুলিং টাৱাৰ, প্ৰেছাৰ ভেচেল ৰিয়েক্টৰ
  • চিলাই মেচিনৰ ক্ৰেনছফট, টেইলৰৰ ডামি, বিয়েৰিং হাউছিংছ, গিনেৰছ আৰু গিয়েৰিং, বল, ৰোলাৰ ক্ৰু, গাছকেট
  • ৰেডিঅ’ আৰু টেলিভিচনৰ সম্প্ৰচাৰত ব্যৱহৃত বৈদ্যুতিক আহিলা
  • ছাউণ্ড ৰেকৰ্ডিং, ৰিপ্ৰডিউছিঙৰ আহিলা
  • যান-বাহনৰ ছিগনেলিং, সুৰক্ষা, ট্ৰেফিক নিয়ন্ত্ৰণৰ আহিলা
  • শৰীৰ চৰ্চা সামগ্ৰী, উৎসৱত ব্যৱহৃত সামগ্ৰী, জিমনাষ্টিক আৰু ক্ৰীড়া সামগ্ৰী, শ্বুটিং গেলেৰী
  • সকলো বাদ্যযন্ত্ৰ আৰু অংশ
  • কৃত্ৰিম ফুল, কৃত্ৰিম ফল-মূল
  • আতচবাজীৰ সামগ্ৰী
  • ককোৱা ৱাটাৰ, ফেট, অইল পাউদাৰ
  • কফিৰ পৰা আহৰিত সামগ্ৰী, খাদ্য প্ৰস্তুতৰ সামগ্ৰী
  • চকলেট, ছুয়িং গাম, বাবুল গাম
  • ময়দা, মল্টৰ পৰা আহৰিত উপাদান
  • ৱাফলছ, চকলেটৰ সৈতে ৱাফাৰ কোৰ্টেট
  • ৰাবাৰ টিউব আৰু ৰাবাৰৰ অন্যান্য সামগ্ৰী
  • গোগলছ, বাইন’কুলাৰ, টেলিস্কোপ
  • চিনেমাটোগ্ৰাফিক কেমেৰা, প্ৰজেক্টৰ, ইমেজ প্ৰজক্টৰ
  • মাইক্ৰস্কোপ, বিশেষ লেব’ৰেটৰী সামগ্ৰী
  • ছলভেন্ট, থিনাৰ, হাইড্ৰ’লিক ফ্লইড, এন্টি ফ্ৰিজিং সামগ্ৰী।

১৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্ৰাস:

  • পেষ্টা
  • মৰাপাট/কপাহী কাপোৰৰ বেগ
  • ডায়েবেটিক খাদ্য
  • কনডেন্স মিক্স
  • পৰিশোধিত চেনি আৰু ছুগাৰ কিউব
  • বিভিন্ন ধৰণৰ চালাডত ব্যৱহৃত সামগ্ৰী
  • ঔষধি পৰ্যায়ৰ অক্সিজেন
  • ছপা চিঞাহী
  • গোঠা আৰু বোৱা টুপী
  • কৃষি, উদ্যানশস্য, অৰণ্যত ব্যৱহৃত কেতবোৰ মেচিন
  • চিলাই মেচিনৰ কেতবোৰ বিশেষ অংশ
  • চছমাৰ ফ্ৰেম
  • বাঁহ বা বেতেৰে নিৰ্মিত ফাৰ্নিচাৰ।

১৮ৰ পৰা ৫ শতাংশলৈ হ্ৰাস:

 

  • মুড়ী, চিক্কি, খাজা, কাজুৱালী, কুলিয়া
  • ব্লেণ্ডযুক্ত আলুৰ ময়দা
  • চাটনি পাউডাৰ
  • ফ্লাই এছ
  • খাৰুৱা তেল শোধনত পোৱা ছালফাৰ
  • ৯০ শতাংশ বা অধিক পৰিমাণৰ ছাইযুক্ত এছ।

১২ৰ পৰা ৫ শতাংশলৈ হ্ৰাস:

  • নাৰিকল সাহ
  • কপাহী সূতাৰ সৰু বস্ত্ৰ/সামগ্ৰী
  • ইডলী-ডোছা বাটাৰ
  • পৰিশোধিত/প্ৰস্তুত চামৰা
  • নাৰিকলৰ আঁহ/মৰাপাটৰ প্ৰস্তুত সামগ্ৰী, মাছমৰা জাল
  • উৱলা বস্ত্ৰ
  • ফ্লাই এছ ইটা।

৫ শতাংশৰ পৰা কৰ লোপ:

 

  • পশুখাদ্য(গুৱা মিল)
  • হপৰ্কন
  • কেতবোৰ শুকান পাচলি(মিঠা আলুৰ দ্বাৰা প্ৰস্তুত)
  • নাৰিকলৰ খোলা
  • ব্ৰেণ্ড নাম নথকা বৰফত থকা বা শুকান মাছ
  • অপৰিশোধিত চেনি(খান্দচাৰী)।

অন্যান্য:

 

  • বিমানৰ ইঞ্জিনৰ জি এছ টি ২৮ শতাংশৰ পৰা ৫ শতাংশলৈ
  • বিমানৰ টায়াৰৰ ২৮ শতাংশৰ পৰা ৫ শতাংশ, বিমানৰ আসনৰ জি এছ টি ২৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস
  • লাহ/ সাগৰীয় শামুকৰ খোলাৰ পৰা খাৰুৱা জি এছ টি ৫ শতাংশৰ পৰা কৰশূণ্য ঘোষণা।

২৮ শতাংশৰ পৰা ১২ শতাংশলৈ:

  • ৱেট গ্ৰাইণ্ডাৰ(ষ্ট’ন গ্ৰাইণ্ডাৰ)
  • টেংক বা অন্যান্য সমৰাস্ত্ৰ বাহন।

সেৱা কৰ হ্ৰাস/বিলুপ্তি:

  • সকলো এচি-নন এ চি হোটেলত জি এছ টি ৫ শতাংশলৈ হ্ৰাস(প্ৰতি নিশাৰ ৭,৫০০ টকা হোটেলত ব্যয়ৰ বাদে)
  • আউটড’ৰ কেটাৰিঙত ১৮ শতাংশ জি এছ টি অব্যাহত থাকিব
  • সুৰক্ষিত ঐতিহাসিক স্থানৰ সেৱাত জি এছ টি ৰেহাই।

২৮ শতাংশৰ জি এছ টি অব্যাহত থাকিব:

  • চিমেন্ট, পেইন্ট(ৰং), ৱাশ্বিং মেচিন, এয়াৰ কণ্ডিচনাৰ, চিগাৰেটকে ধৰি ৫০ বিধ সামগ্ৰীত।

উৎস: ৰাইজৰ বাতৰি

2.93333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
Back to top