অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আধাৰ

আধাৰ কি?

আধাৰ হ’ল ১২টা অংকৰ ব্যক্তিগত চিনাক্তকৰণ সংখ্যা যিটো ভাৰত চৰকাৰৰ হকে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণে জাৰি কৰে।

ভাৰতৰ যি কোনো ঠাইত এই সংখ্যাটো পৰিচয় ও ঠিকনাৰ প্রমান ৰূপে বিবেচিত হব ।

প্রত্যেক ব্যক্তিয়ে বিণামূল্যে কেবলমাত্র এবাৰ পঞ্জিকৰণ কৰিব লাগে।

প্রত্যেক আধাৰ নম্বৰ প্ৰতিজন ব্যক্তিৰ বাবে বিশিষ্ট হব আৰু সম্পূৰ্ণ জীবনৰ বাবে বৈধ থাকিব । আধাৰ নম্বৰে আপোনাক বেংকৰ কামত, মোবাইল ফোনৰ সংযোগত আৰু অন্যান্য চৰকাৰী বা বেচৰকাৰী পৰিসেৱা পোৱাত সহায় কৰিব।

আধাৰ সম্পর্কিত কিছু অন্যান্য তথ্য

আধাৰ হব

  • কম খৰচত অনলাইনত সহজেই প্রমান যোগ্য
  • চৰকাৰী আৰু বেচৰকাৰী তথ্য সম্বলিত বৃহত সংখ্যক নকল আৰু ভুৱা পৰিচয় বাতিল কৰাত বিশিষ্ট ও শক্তিশালী ভূমিকা পালন
  • জাতি, ধর্ম,বৰ্ণ আৰু ভূগোলিক শ্রেণীবিভাগ বর্জিত উৎপন্ন যাদৃচ্ছিক সংখ্যা সৃষ্টি।

২)প্ৰতিজন ভাৰতীয় নিবাসীৰ কাৰণে চিনাক্তকৰণ সক্ষম কৰি তুলিব।

আধাৰ হ’বআধাৰ নহয়
১) ল’ৰা ছোৱালী আৰুশিশুকে ধৰি প্ৰ্ত্যেক ভাৰতীয় ব্যক্তিৰ কাৰণে (১২) বাৰ পৰিচয় অদ্বিতীয় । মাএ এখন কাৰ্ড ।
২). আধাৰ কাৰ্ড এখনেকেৱল পৰিয়ালে প্ৰতি যথেষ্ট । আধাৰ কাৰ্ড এখনেকেৱল পৰিয়ালে প্ৰতি যথেষ্ট ।
৩) জন সংখ্যা বিজ্ঞান আৰু জীৱ-বিজ্ঞানৰ তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰ্ত্যেক ব্যক্তিৰ এটাই মাএ সংখ্যা স্থাপন কৰা । একচেতিয়া তথ্য সংগ্ৰহ যেনে –জাতি ধম্ম আৰু ভাষা ।
৪) প্ৰ্ত্যেক বাসিন্দাৰে বত্তমানৰ তথ্য প্ৰদৰ্শণ নিবিৰ্শেষে হিতকাৰীক এক সেচ্ছামূলক সেৱা প্ৰদান কৰিব পাৰিব । প্ৰ্ত্যেক ভাৰতীয় বাসিন্দাই যি সকলৰ চিনাক্তকৰণৰ তথ্যপাতি আছে সেই সকলৰ বাধ্যতামূলক কাৰ্য্য ।
৫) প্ৰ্ত্যেক ব্যক্তিকে এটা বিশেষ আধাৰ আই ডি নম্বৰ দিয়া হ’ব । এজন ব্যক্তিয়ে একাধিক আধাৰ নম্বৰ পাব পাৰে ।
৬) ৬) আধাৰেই বিশ্বজনীন পৰিচয়ৰ বুনিয়াদৰ ব্যৱস্থা কৰিব, যি ব্যৱস্থাত পৰিচয় হিচাপে প্ৰয়োগ কৰিব পাৰিব ।(যেনে-ৰেচন কাৰ্ড পাছপ’ট ইত্যাদিত) ৬)অন্যান্ন্য সকলো আই ডিত আধাৰ কাৰ্ড দিব পাৰিব ।
৭) ইউ আই ডি এ আই(UIDAI) যি কোনো পৰিচয়ৰ সত্যতাৰ প্ৰশ্নৰ উত্তৰ দিব হয়/নহয় । ইউ আই ডি এ আই(UIDAI)ৰ তথ্য ৰাইজৰ আৰু ব্যক্তিগত এজেন্সি বোৰৰ গ্ৰহণ যোগ্য ।

এল.পি.জি. ক্ষেত্ৰত প্ৰ্তক্ষ্য লাভ স্থানান্তৰ সম্বন্ধীয় সাবলীল প্ৰশ্ন সমুহ(direct benefit transfer)

আধাৰ স্বীকাৰ্য্যতা অধিসুচনা

#স্ংগঠনৰ নামআধাৰ পত্ৰৰ স্বীকাৰ্য্যআধাৰ ই-কেৱাইচিৰ স্বীকাৰ্য্যতা
ৰেগুলেটৰ্চ
১. ভাৰতীয় ৰিজাৰ্ভ বেংক
২. বীমা নিয়ামক আৰু বিকাশ প্ৰাধীকৰণ
৩. ৰাজহ বিভাগ
৪. ভাৰতৰ চিকিউৰিটি এন্দ এক্সেঞ্জ বৰ্ড
৫. পেঞ্চন ফান্দচ ৰেগুলেশ্বন এন্দ ডেভেলপমেন্ত অথৰিটি
৬. ফৰ্ৱাড মাৰ্কেট কমিচন
কেন্দ্ৰীয় চৰকাৰ
১. দুৰসঞ্চাৰ বিভাগ। (টেলীকম অথৰিটি অফ ইন্দিয়া)
২. পঞ্চায়তী-ৰাজ মন্ত্ৰালয়/আৰ.জি.এচ.ৱাই.
৩. ভাৰতীয় ৰেল
৪. পাচপৰ্ট সেৱা
৫. ৰাজহ বিভাগ (আয়কৰ বিভাগ-চি.বি.ডি.টি.-নতুন দিল্লী)
ৰাজ্য চৰকাৰ
১. হিমাচল প্ৰদেশ চৰকাৰ
২. চণ্ডীগড় কেন্দীয় শাসিত প্ৰদেশ চৰকাৰ
৩. হাৰিয়ানা চৰকাৰ
৪. ত্ৰিপুৰা চৰকাৰ
৫. পাঞ্জাৱ চৰকাৰ
৬. চিক্কিম চৰকাৰ
৭. ঝাৰখন্ড চৰকাৰ
৮. অন্ধ্ৰ্প্ৰদেশ চৰকাৰ
৯. উত্তৰ প্ৰদেশ চৰকাৰ

আধাৰ কিয়?

আধাৰ ভিত্তিক চিনাক্তকৰণৰ দুটি অনন্য বৈশিষ্ট আছে |

  • বিশ্বজনীনতা সুৰক্ষিত কৰিবলৈ সময় অতিক্ৰম কৰা আধাৰ সেৱা আৰু সমগ্ৰ পৰিসেৱা প্ৰদানকাৰীৰ দ্বাৰা গৃহিত আৰু স্বীকৃত । সংখ্যাটো প্ৰতিজন ভাৰতীয় নিবাসীৰ গ্ৰহণ যোগ্য ।
  • ফলত আধাৰ সংখ্যাই মৌলিক বিশ্বজনীন পৰিচয়ৰ পৰিকাঠামো তৈয়াৰ কৰে যাৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশত পঞ্জিয়ক আৰু সংস্থা সমুহে পৰিচয়ৰ ওপৰত নিৰ্ভৰ কৰি আবেদন প্ৰস্তুত কৰে ।
  • নিবাসিৰ আধাৰৰ সংখ্যা পঞ্জিকৰণৰ বাবে ভাৰতীয় বিশিষ্ট চিণাক্তকৰণৰ প্ৰাধিকৰণে (UIDAI) দেশ জুৰি নানান পঞ্জিয়কৰ সৈতে যোগাযোগ কৰাৰ বাবে অংশীদাৰীত্ব গঢ়ি তোলে | এনে ধৰণৰ পঞ্জিয়ক সকলক ৰাজ্য চৰকাৰে অৰ্ন্তভূক্ত কৰিব ৰাজ্যিক ৰাজহুৱা কোমপানী সমূহৰ পৰা । এই পঞ্জিয়ক সকলে পঞ্জিকৰণ সংস্থাবোৰৰ সৈতে লগ হৈ নিবাসী আধাৰৰ পঞ্জিকৰণ কৰিব ।
  • আধাৰে ৰাইজ আৰু ব্যক্তিগত এজেস্নি তথা নিবাসীসকলৰ মাজতে বৃদ্ধি পোৱা বিশ্বাস নিশচিত কৰিব | নিবাসী সকলে আধাৰ এবাৰ পঞ্জিকৰণ কৰিলে সেৱা প্ৰদানকাৰী সকলে সেৱা আগবঢ়োৱাৰ পূৰ্বে পূনৰবাৰ আপোনাৰ গ্ৰাহকক জানি লওঁক পৰিক্ষা কৰাৰ ভবিষ্যতে সমস্যাৰ সন্মুখীন নহব | তেওলোকে নিবাসী সকলক চিনাক্তকৰণ তথ্যপাতি অবিহনে ভৱিষ্যতে সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰিব নোৱাৰিব | নিবাসী সকলে বেঙ্ক একাউণ্ট, পাছপোৰ্ট, দ্ৰাইভিং লাইচেঞ্চ পোৱাৰ আগতে চিনাক্তকৰ তথ্য আদি বাৰম্বাৰ প্ৰদৰ্শনৰ সমস্যাৰ পৰা ৰেহাই পায় |
  • পৰিচয় স্পষ্ট প্ৰমাণৰ ব্যৱস্থা কৰি আধাৰে দৰিদ্ৰ্ আৰু অৱহেলিত নিৱাসী সকলক ৰীতি মতে বেঙ্কিং পৰিসেৱা লাভ কৰাত সহায় কৰে আৰু চৰকাৰী বা বে-চৰকাৰী খণ্ডৰ দ্বাৰা ব্যৱস্থা কৰা পৰিসেৱা সহজ ভাৱে লাভ কৰাৰ সুযোগ সুবিধা দিয়ে| ইউ আই ডি এ আইৰ কেন্দ্ৰীয় প্ৰযুক্তিগত পৰিকাঠামোত যি কোনো সময়ত যি কোনো স্থানত যি কোনো ভাৱে প্ৰমাণ কৰাৰ অধিকাৰ দিয়ে| এইদৰে আদাৰে দেশান্তৰগামী পৰিচয়ত স্বচছলতা আনিব| আধাৰ প্ৰমানীকৰণ অন্লাইন অফ্ লাইন উভয়ভাৱে কৰিব পাৰিব| অন্লাইন প্ৰমানীকৰণ নিৱাসী সকলৰ মোবাইল বা লেণ্ড লাইন সংযোগৰ মাধ্যমেৰে হৈয়ে থাকে| এই কাৰণে নিৱাসী সকলৰ পৰিচয়ৰ গভীৰ সত্য নিৰূপন কৰিব পাৰি| অন্ লাইন আধাৰ যুক্ত পৰিচয়ৰ সত্য নিৰূপন দৰিদ্ৰ আৰু গাঁৱৰ মানুহ সকলৰ দৰে একেই নমনীয়তা দিব, যি সত্য নিৰূপনত চহৰৰ মানুহজনে পাই থাকিব আৰু বেঙ্কৰ কাম আৰু অন্যান্য কামত সহায় কৰিব| ভাৰতত বৰ্ত্তমানে পৰিচয় তথ্যাবলী নকল আৰু ভূৱা সুবিধাভোগীৰ অন্তৰ্ভূক্তিৰ আশংকা আছে| আধাৰ দাটাবেচৰ মাজত এইবোৰ সোমাই থাকে এই সমস্যা এৰাবৰ বাবে ইউ আই ডি এ আই য়ে ডেমোগ্ৰাফিকচ্ আৰু বায়ো মেট্ৰিক তথ্য সঠিক ভাৱে সমাধান কৰাৰ কাৰণেইয়াৰ নিজস্ব ডাটাবেচৰ মাজত নিবাসীৰ নথিভূক্ত পৰিকল্পনা | এই সংগৃহীত তথ্য কাৰ্য্যসূচী আৰম্ভনিৰ পৰা পৰিস্কাৰ কৰিহে নিশ্চিত কৰা হ’ব| যিয়েই নহওক দৰিদ্ৰ আৰু অৱহেলিত লোকৰ পৰিচয় নথিৰ অভাৱ হ’লে আধাৰে হ’ব তেওঁলোকে প্ৰৱেশ কৰিব লগীয়া চিনাক্তকৰণৰ প্ৰথম প্ৰ-পএ| ইউ আই ডি এ আই য়ে আপুনি আপোনাৰ নিবাসৰ মাণদণ্ড জানি লোৱাৰ বাবে নিশ্চিত কৰাটোৱে দৰিদ্ৰ জনৰ নাম অন্তৰ্ভূক্তিৰ বাধা হ’ব নোৱাৰে তাৰ বাবে নিয়ম অনুসৰি তথ্য পাতিৰ অভাৱ তথা নিবাসী সকলৰ কাৰণে এক পৰিচয় পদ্ধতি বিকশিত কৰি তোল হৈছে| এই পদ্ধতিৰ জৰিয়তে ইতিমধ্যে যি সকলৰ আধাৰ কাৰ্ড আছে, তেওঁলোকে নিবাসৰ চিনাকি দিব পাৰিব যদিওঁ চিনাক্তকৰণৰ কোনো তথ্য পাতি নাথাকে তথাপিওঁ তেওঁলোকে আধাৰ কাৰ্ড পাব|

কি ধৰণে তালিকাভুক্ত কৰিব

  • তালিকা ভুক্ত কৰণ বিনামূলীয়া ।
  • আপুনি আপোনাৰ পৰিচয় আৰু ঠিকনাৰ সৈতে ভাৰতবষৰ যি কোনো ঠাইলৈ স্বীকৃত আধাৰ অন্তভুৰ্ক্ত কেন্দ্ৰ্ৰলৈ যাব পাৰিব ।
  • ইউ আই ডি এ আই ১৮(ওঠৰ) পৰিচয়ৰ প্ৰমাণ আৰু ৩৩(তেএিশ) পৰিচয় প্ৰমাণৰ তথ্য পাতি গ্ৰহণ কৰিব । জাতীয়ভাৱে বৈধ তথ্য পাতিৰ তালিকাৰ কাৰণে অনুগ্ৰহ কৰি ইয়াত pdf ক্লিক্ কৰক । পৰিচয় আৰু ঠিকনাৰ সাধাৰণ পৰিচয় সমূহ হ’ল – নিৰ্ব্বাচনী ফটো,আই ডি কাৰ্ড , পাচপোৰ্ট আৰু ড্ৰাইভিং লাইচেঞ্চ ।
  • পৰিচয় প্ৰমাণৰ কাৰণে ফটো আই ডি কাৰ্ড যেনে – পান্ কাৰ্ড আৰু চৰকাৰী আই ডি কাৰ্ড সমূহ অনুমতি যোগ্য হ’ব । ঠিকনাৰ প্ৰমাণৰ তথ্যপাতি সমূহে পানী, বিদ্যুৎ, টেলিফোনৰ শেহতীয়া তিনিমাহৰ আদায় দিয়া দেয়ক সমূহো অন্তভুৰ্ক্ত হ’ব ।
  • যদি উপৰোক্ত কোনো প্ৰমাণ আপোনাৰ নাথাকে তেনেহ’লে ৰাজপএিত /তহবিলদাৰৰ পএ শীষকত(letter head)ফটোসহ পৰিচয় প্ৰমাণ পএ দিয়া থাকে তেনেহ’লে পৰিচয়ৰ প্ৰমাণ হিচাবেও গ্ৰহণ কৰা হ’ব । সাংসদ বা বিধায়ক / ৰাজপএিত বিষয়া /তহবিলদাৰে নিজৰ লেটাৰ হেডত অথবা গাও৺ পঞ্চায়ত্ৰ মূৰব্বী নাইবা ইয়াৰ সমপৰ্য্যায়ৰ কতৃপক্ষৰ(গ্ৰাম্য এলেকাৰ বাবে) দ্বাৰা প্ৰদান কৰা ফটোযুক্ত ঠিকনাৰ বৈধ প্ৰমাণ পএক হিচাপে গ্ৰহণ যোগ্য হ’ব ।
  • যদি পৰিয়ালৰ কোনো ব্যক্তিৰ বৈধ নিজস্ব প্ৰমাণ পএ নাথাকে তথাপি তেও৺ৰ/তাইৰ নাম পৰিয়ালৰ তালিকাভুক্ত তথ্যত থাকে তেনেহ’লে পৰিয়ালৰ মূৰব্বীজনে চিনাক্তকৰণ প্ৰমাণ আৰু চিনাক্তকৰণ বৈধ তথ্যপাতিৰে প্ৰথমতে নাম তালিকাভুক্ত কৰিব পাৰে । পৰিয়ালৰ মূৰব্বীজনে আন সদ্যস সকলৰ তালিকাভুক্ত কৰাৰ সময়ত পৰিচয় কৰাই দিব পাৰিব ।সম্বন্ধৰ প্ৰমাণক হিচাপে ইউ আই ডি এ আই ৮(আঠ) বিধ তথ্যপাতি গ্ৰহণ কৰিব পাৰিব । অনুগ্ৰহ কৰি জাতীয় তথ্যপাতিৰ বৈধ তালিকাৰ বব্বে ইয়াত ক্লিক্ কৰক(click here) ।
  • যদি কোনো তথ্যপাতি নাথাকে তেনেহ’লে নিবাসীজনে তালিকাভুক্ত কৰণ কেন্দ্ৰৰ পৰা পৰিচয়ৰ সহায় ল’ব পাৰিব।পঞ্জীয়কৰ দ্বাৰা পৰিচয় কৰোতা সকলক জাননী দিয়া হ’ব ।অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি সংশ্লিষ্ট পঞ্জীয়কৰ কাৰ্য্যালয়ৰ লগত যোগাযোগ কৰক ।
  • নামভত্তি কৰণ কেন্দ্ৰত অনুগ্ৰহ কৰি আপুনি আপোনৰ ব্যক্তিগত বিতং কৰণ প্ৰ-পএত পূৰ্ণ কৰিব । আপোনৰ ফটো, আঙুলিৰ ছাপ আৰু আইৰিছ স্কেন (iris scan) তালিকাভুক্তি কৰণৰ এক অংশ হিচাপে গ্ৰহণ কৰা হ’ব ।
  • আপুনি আপোনাৰ লগত থকা বিতং বিৱৰণ পুনৰীক্ষণ কৰিব পাৰিব আৰু আপুনি নিজে তালিকাভুক্ত কৰণৰ সময়ত নিজে শুদ্ধ কৰিব পাৰিব ।আপুনি আপোনাৰ অন্তভুক্তি কৰণৰ সময়ত লোৱা অন্যান্য বিতং বিৱৰণসহ অস্থায়ী তালিকাভুক্ত কৰণ নম্বৰৰ সৈতে প্ৰাপ্তি স্বীকাৰ পএ এখন পাব ।
  • আপুনি কেৱল মাএ এবাৰ পঞ্জীকৰণ কৰৰা প্ৰয়োজন। আপুনি যিহেতু এবাৰহে আধাৰ নম্বৰ পা’ব সেয়েহে বাৰম্বাৰ অন্তভুক্তি কৰণ কৰাত আপোনাৰ অবাবতে সময় নষ্ট হ’ব ।
  • আপোনাৰ লগত থকা তথ্যপাতিৰ ওপৰত ভিত্তি কৰি আপোনাৰ বিতং বিৱৰণসমূহ কেন্দ্ৰ্ৰীয় ভাৱে সত্য নিৰুপন কৰা হ’ব । আপোনাৰ আৱেদনখন যদি কৃতকাৰ্য /সফল হয় তেনেহ’লে আধাৰ নম্বৰ এটা সৃষ্টি কৰা হ’ব আৰু মেইলযোগে আপোনাৰ ঠিকনালৈ প্ৰেৰণ কৰা হ’ব । নিবসী দাতা পেকেট চি আই ডি আৰ(CIDR)ত পোৱাৰ পিছত ৬০ ৰ পৰা ৯০ দিনৰ বাবে আধাৰৰ কাৰণে অপেক্ষা কৰিব লাগিব । যিয়েই নহও৺ক, কেতিয়াবা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীকৰণ এন পি আৰ(NPR) ব্যৱহাৰৰ জৰিয়তে তালিকাভুক্ত কৰণ কৰাৰ ক্ষেএত অধিক সময় ল’ব পাৰে।

তালিকাভুক্তকৰণৰ পাছত তালিকাভুক্তি কেন্দ্ৰৰ পৰিদশকৰ দ্বাৰা সংশোধন প্ৰক্ৰিয়া(য’ত প্ৰয়োজন) অনুকৰণ কৰি গুণমান পৰীক্ষা কৰা হয় আৰু দাতা পেকেট একএীকৰণ কৰা হয় । পৰবৰ্তীকালত তালিকাভুক্তি কেন্দ্ৰই তথ্যবোৰ ইউ আই ডি এ আইৰ তথ্য কেন্দ্ৰত প্ৰেৰণ কৰে । তথ্য চি আই ডি আৰৰ বিভিন্ন স্ঞীনিং আৰু প্ৰ্ৰমাণিকৰণ স্তৰত দি পেৰণ হয় । এইটো নিশ্চত কৰে যে এই তথ্যৰ উংস প্ৰ্ৰমাণিকৰণ উপৰিও কোনো ডুপ্লিকেট বিদ্যমান নাই। নিবাসীৰ পৰা প্ৰাপ্ত বায়োমেট্ৰক আৰু জনসংখ্যাকিক তথ্য ভিত্তিত চেম্পল গুনমান পৰীক্ষা কৰা হয় । পিচ বেলেগকৈ প্ৰতিটো পেকেটত অপাৰেটৰ/সুপাৰভাইজাৰ/ইন্টোডিউসাৰ / তালিকাভুক্তি কেন্দ্ৰ আৰু ৰেজিস্টাৰ তথ্যৰ বৈধতা প্ৰমাণকৰণ কৰা হয়। তথ্যৰ গুণমান পৰীক্ষা আৰু প্ৰমাণকৰণৰ পাচত প্ৰমাণকৰণৰ পাচত পেকেট্ ডি-ডুপ্লিকেছনৰ বাবে যায় আৰু আাধাৰ তৈয়াৰ হয়।

তালিকাভুক্তকৰণৰ পাছত তালিকাভুক্তি কেন্দ্ৰৰ পৰিদশকৰ দ্বাৰা সংশোধন প্রক্রিয়া (য’ত প্রয়োজন) অনুকৰণ কৰি গুণমান পৰীক্ষা কৰা হয় আৰু দাতা পেকেট্‌ একত্রীকৰণ কৰা হয় । পৰবর্তীকালত তালিকাভুক্তি কেন্দ্ৰই তথ্যবোৰ ইউআইডিএআইৰ তথ্য কেন্দ্ৰ্ৰত প্রেৰণ কৰে ।তথ্য সিআইডিআৰৰ বিভিন্ন স্ক্রীনিং আৰু প্ৰমাণিকৰণ স্তৰত দি পেৰণ হয় ।এইটো নিশ্চিত কৰে যে এই তথ্যৰ উংস প্ৰমাণীকৰণ উপৰিও কোনো ডুপ্লিকেট বিদ্যমান নাই ।নিবাসীৰ পৰা প্রাপ্ত বায়োমেট্রিক আৰু জনসংখ্যকিক তথ্য ভিত্তিত চেম্‌পল গুণমান পৰীক্ষা কৰা হয় ।পিচত বেলেগকৈ প্রতিটি পেকেট্‌ত অপাৰেটৰ / সুপাৰভাইজাৰ / ইন্ট্রোডিউসাৰ / তালিকাভুক্তি কেন্দ্ৰ আৰু ৰেজিস্ট্রাৰ তথ্যৰ বৈধতা প্ৰমাণকৰণ কৰা হয়। তথ্যৰ গুণমান পৰীক্ষা আৰু প্ৰমাণিকৰণৰ পাচত পেকেট্‌ ডি-ডুপ্লিকেট্‌নৰ বাবে যায় আৰু আধাৰ তৈয়াৰ হয়।

যদি কোনো ভুল থাকে তেতিয়া হলে প্যাকেট হোল্ডত যাইগে। যেতিয়া নিবাসীৰ নথিভূত্ত কৰাৰ সময়ত অপাৰেটৰ দ্বাৰা ভৰতি বিবৰণ ডাটাবেসৰ সৈতে অসঙ্গতিপূর্ণ হব পায় বা ছবিৰ আৰু বয়স/ লিঙ্গ (উদাঃ. 50 বছৰ হিসাবে উল্লেখ বয়স সৈতেএটি শিশুৰ ফটো) পৰিলক্ষিত এটি অসামঞ্জস্য হয় তেতিয়া হলে প্যাকেট আৰু তদন্তৰ বাবে আটক ৰাখা হব। সংশোধনী কর্ম পুনৰ নথিভুক্ত অধিবাসী পথনির্দেশক প্রত্যাখ্যানৰ চিঠি অধিবাসী প্রেষিত হয়. অন্য ধৰনৰ প্যাকেট, যেখানে সম্ভব, গ্রহণ কৰা হয়। ভাৰত পোস্ট প্রিন্টিং আৰু আধাৰ অক্ষৰ বিতৰণ দায়িত্ব অর্পিত হয় । বিতৰণ ইত্যাদি ভাৰত পোস্ট অবস্থান, প্রজন্মৰ বাবে ব্যাকলগ উপৰ ভিত্তি কৰে সাধাৰণত মুদ্রণ ও বাসিন্দাৰ আধাৰ অক্ষৰ লৈ 3-5 সপ্তাহ সময় লাগোতে যদি আধাৰ নামাঙ্কন এনপিআৰ দ্বাৰা কৰা হয় তেনেহলে সত্যাসত্য নিৰ্ণয় পদ্ধতি হব। RGI অনুমোদিত LRUR (সাধাৰণ বাসিন্দাৰ স্থানীয় নিবন্ধন) যাচাইকৰণ প্রক্রিয়া. আধাৰ সংখ্যা শুধুমাত্র উপৰোক্ত LRUR প্রক্রিয়া শেষ হয় জোৱাৰ পাছত জাৰি কৰা হব ।যাৰফলত উপৰোক্ত নির্দিষ্ট সময়ত সেয়ে আৰু বেশী সময় লাগিব পাৰে।

তালিকাভূক্ত কাৰ্যক্ৰমণিকা RGI দ্ধাৰা একচেটিয়াকৈ NPR প্ৰস্ত্ততিৰ বাবে নিম্নলিখিত ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত চলাই নিয়া হৈছে। নিবাসীয়ে পৃঠকৈ আধাৰৰ বাবে এনৰোল্ কৰা প্ৰ্ৰয়োজন নাই ।

  • States:ৰাজ্য : অৰুনাচল প্ৰদেশ, আসাম, জন্মু ও কাশ্মীৰ. মিজোৰাম, উড়িষ্যা , তামিলনাড়ুআৰুপশ্চিমবঙ্গ ।
  • কেন্দ্ৰীয়শাসিত :আন্দামান ও নিকোবৰদীপপুঞ্জ, দাদৰ ও নগৰ হাভেলী আৰু লাক্ষা দ্বীপ ।
  • কৰ্নাটক ভিতৰৰ জিলা :ওডিপী, গডগ, উত্তৰা কন্নড, হাভেৰী, ডেৱেগাৰ, বেঙ্গালুৰ ষ্টগ্ৰামীন,চিকাবালাপোৰ আৰু কডাগু ।

অন্য কোনো ৰাজ্য/ কেন্দ্ৰশাসিত অঞ্চল /জিলাৰ নিবাসী যাৰ ইতিমধ্যে NPR অধীন নাম তালিকাভূক্ত আছে তেওঁলোকে ইউআইডিএআই অধীন তালিকাভূক্ত কৰা প্ৰয়োজন নাই ।

ক'ত তালিকাভুক্ত কৰিব

তালিকাভূক্ত কাৰ্যক্ৰমণিকা RGI দ্ধাৰা একচেটিয়াকৈ NPR প্ৰস্ত্ততিৰ বাবে নিম্নলিখিত ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত চলাই নিয়া হৈছে|
  • ৰাজ্য: অৰুনাচল প্ৰদেশ, আসাম, জন্মু ও কাশ্মীৰ. মিজোৰাম, উড়িষ্যা , তামিলনাড়ুআৰুপশ্চিমবঙ্গ ।
  • কেন্দ্ৰীয়শাসিত: আন্দামান ও নিকোবৰদীপপুঞ্জ, দাদৰ ও নগৰ হাভেলী আৰু লাক্ষা দ্বীপ ।
  • কৰ্নাটক ভিতৰৰ জিলা : ওডিপী, গডগ, উত্তৰা কন্নড, হাভেৰী, ডেৱেগাৰ, বেঙ্গালুৰ গ্ৰামীন,চিকাবালাপোৰ আৰু কডাগু ।

অন্য কোনো ৰাজ্য/ কেন্দ্ৰশাসিত অঞ্চল /জিলাৰ নিবাসী যাৰ ইতিমধ্যে NPR অধীন নাম তালিকাভূক্ত আছে তেওঁলোকে ইউআইডিএআই অধীন তালিকাভূক্ত কৰা প্ৰয়োজন নাই।

আধাৰ বাবে অনলাইন নিবন্দ্বন প্ৰদানৰ ই-মেইল সম্পৰ্কে বিজ্ঞপ্তি

ভাৰতীয় বিশিষ্ঠ চিনাক্তকৰণ প্ৰাধিকৰণ প্ৰদান, পৰিকল্পনা আয়োগ, ভাৰত চৰকাৰ

কিছুমান নিৰ্দিষ্ট সংস্থাই আধাৰ বাবে অনলাইন নিবন্দ্বন প্ৰদানৰ কাৰণে ই-মেইল প্ৰচাৰ কৰাটোও আমাৰ দৃষ্টি গোচৰ হৈছে । এই ই-মেইলবোৰৰ দ্ধাৰা আধাৰ প্ৰাপ্ত নিবাসীবোৰক পুনৰ তালিকাভূক্তৰণৰ বাবে পৰামৰ্শ প্ৰদান কৰা হয় ।নিম্নলিখিত ধৰণে ইউআইডি এ আই-ই সাধাৰণ নাগৰিকৰ লাভা লাভৰ ষ্পতিকৰণ দিয়ে

  • আধাৰ বাবে তালিকাভূক্তি কেৱল নিৰ্দিষ্ট আধাৰ তালিকাভূক্তি কেন্দ্ৰত সম্পন্ন কৰা হয় । নিবাসীবোৰে কেৱল সেইবোৰ নিৰ্দিষ্ট আধাৰ তালিকাভূক্তি কেন্দ্ৰত যোৱা উচিত । ইউ আই ডি এ আই বৰ্তমান অনলাইন তালিকাভূক্তিকৰণ প্ৰদান কৰা নাই ।
  • অনলাইন যোগে তালিকাভূক্তি কেন্দ্ৰ্ৰৰ তালিকা চাব পাৰিব য’ত তালিকাভূক্তিকৰণ কৰা হয় । ক’ত তালিকা ভূক্ত কৰিব
  • আধাৰ তালিকাভূক্তি বাবে নিয়োগ প্ৰক্ৰিয়া নিম্নলিখিত লিঙ্কত অনলাইন পোয়া যাব https://appointments.uidai.gov.in/ যেই হওক প্ৰকৃত তালিকাভূক্তি প্ৰক্ৰিয়াৰ বাবে নিবাসীৰ শাৰীৰিক উপস্থিতি নিতান্ত আবশ্যক ।
  • তালিকাভূক্তকৰণৰ কোনো শেষ তাৰিখ নাই । নিবাসীয়ে মনোনীত কেন্দ্ৰত যি কোনো সময়ত নিজৰ সুবিধা অনুযায়ী তালিকাভূক্তি কৰিব পাৰিব । আধাৰ বাবে তালিকাভূক্তিকৰণ এটি ধাৰাবাহিক প্ৰক্ৰিয়া যাৰ কোনো শেষ তাৰিখ নাই ।
  • বেঙ্ক সংক্ৰান্ত বিবৰণ শ্বে’য়াৰ কৰাতো স্বেচ্ছাধীন আৰু বাধ্যতামূলক নহয় । যদিহে নিবাসীয়ে নিবাসীৰ আধাৰ নম্বৰ লিঙ্ক কৰি নতুন বেঙ্ক একাউন্ট খুলিব বিচাৰে বা আধাৰ সৈতে এটি বিদ্যমান ব্যাংক একাউন্ট লিঙ্ক কৰিব বিচাৰে তেনেহ’লে তেওঁলোকে তালিকা ভূক্তি ফৰ্ম প্ৰাসঙ্গিক তথ্য প্ৰদান কৰিব পাৰে ।
  • তালিকাভূক্তিৰ সময়ত নিবাসীয়ে ইউ আই ডি এ আইৰ সৈতে শ্বেয়াৰ কৰা দাতা সম্পূৰ্ণৰুপে নিৰাপদ আৰু এইটো নিবাসীৰ অনুমতি অবিহনে কাৰো লগত শ্বেয়াৰ কৰা নহয় ।
  • ইতিমধ্যে আধাৰ প্ৰাপ্ত বা আধাৰত নামতালিকাভূক্ত নিবাসীয়ে বিশেষভাবে ইউ আই ডি এ আই দ্ধাৰা লিখিত পৰামৰ্শ নোপোয়াকৈ দুনাই তালিকাভূক্তি কৰাৰ প্ৰয়োজন নাই।
  • অধিক তথ্য জানিবৰ বাবে আপনি ইউ আই ডি এ আইৰ অফিছিয়েল ওৱেবসাইট http://uidai.gov.in/

ত লগঅন কৰিব পাৰিব |

অনুসন্ধান আৰু অভিযোগ

উআইডিএআই এটি যোগাযোগ কেন্দ্ৰ্ৰ স্থাপন কৰিছে।

এই প্ৰণালীৰ ব্যৱহাৰকাৰী সকল নিবাসী, ৰেজিস্ট্রাৰ আৰু তালিকাভুক্তি সংস্থাৰ হোয়াতো আশা কৰা হয় । আধাৰত তালিকাভুক্ত নিবাসীক এটি নথিভুক্ত সংখ্যাৰ সৈতে এখন মুদ্রিত স্বীকৃতি ফর্ম দিয়া হয য়াতে নিবাসীয়ে তেওঁলোকৰ তালিকাভুক্তি অবস্থাৰ সম্পর্কে যোগাযোগ কেন্দ্রৰ কোনো যোগাযোগ মাধ্যমেৰ জৰিয়তে প্রশ্ন কৰিব পাৰে।

Contact Centre Details

  • Voice – 1800-300-1947
  • Fax – 080-2353 1947
  • Letters – PO Box 1947, GPO Bangalore - 560001
  • Email - help@uidai.gov.in

উৎপত্তিস্থল

বায়োমেট্রিক ডিভাইচ

আইৰিষ্ট স্কেনাৰ
IrisScanner

 

 

 

 

 

 

আইৰিষ্ট কেমেৰা কিছু দূৰত্ব পৰা চকুৰ আইৰিষ্টৰ মাজত দৃশ্যমান অংশ নিদর্শন গাণিতিক বিশ্লেষণ দ্বাৰা এজন ব্যক্তিৰ পৰিচয়ৰ স্বীকৃতি চিনাক্তকৰণ সঞ্চালন কৰে। ই কম্পিউটাৰ দৃষ্টি, পেটাৰ্ণ চিনাক্তকৰণ, পৰিসংখ্যাৰ অনুমিতি আৰু অপটিক্স সম্মিলন কৰে।

সমস্ত বায়োমেট্রিক ডিভাইচ আৰু আজিকালি উপলব্ধ স্কেনাৰ, এটি সাধাৰণত Iris স্বীকৃতি সকলোতকৈ সঠিক সেয়া স্বীকাৰ কৰা হয়।আইৰিষ্ট স্বীকৃতি স্বয়ংক্রিয় পদ্ধতি শুধুমাত্র ১৯৯৪ চনৰ পৰা পেটেন্ট বিদ্যমান আৰু ই অপেক্ষাকৃত অল্পবয়স্ক।

আইৰিষ্ট কেমেৰা, সাধাৰণভাবে, আইৰিষ্ট পেটাৰ্নৰ এটি ডিজিটাল ছবি কৰা আৰু এই পেটাৰ্ন এটি এনক্রিপ্ট ডিজিটাল টেমপ্লেট পুনৰায় তৈয়াৰী কৰে।এই এনক্রিপ্ট টেমপ্লেট পুনৰায় ইঞ্জিনিয়াৰর্ড বা চাক্ষুষ ইমেজ কোনো সজোৱাৰ পাচত পুনৰ-উত্পাদন কৰা নাযব. আইৰিষ্ট স্বীকৃতি এতিয়ালৈ পৰিচয় চুৰিৰ সকলোতকৈ দ্রুত বর্ধনশীল অপৰাধৰ বিৰুদ্ধে সর্বোচ্চ প্রতিৰক্ষা দিব পাৰিব।

ইমেজিং পদ্ধতিৰ কোনো লেজাৰ বা উজ্জ্বল আলোক ও অনুমোদনৰ যোগাযোগ মূলত জড়িত হয়।

আইৰিষ্ট প্রত্যেক মানুহৰ পিউপিল ওচৰাওচৰি আৰু এটি তুষাৰকণা দৰে ৰঙ্গিন ৰিং দুইটা একে নহয়। প্রতিটো উটেৰো মাজত distinctive pattern গঠন কৰে, ই এটি স্বতন্ত্র প্যাটার্ন প্রদর্শক, সিহতৰ নিজস্ব উপায় অনন্য আৰু অমিল। আইৰিষ্ট চকুত প্রবেশ কৰা যি আলোকৰ পৰিমাণ নিয়ন্ত্রণ, পিউপিল আকাৰ নিয়ন্ত্রণ কৰা এটি পেশী হয়।

আইৰিষ্ট স্বীকৃতি খুব কমেই চশমা বা কনট্যাক্ট লেন্স দ্বাৰা বিৰত হয় আৰু ১০ চে.মি.ৰ পৰা কেইবা মিটাৰ দুৰৰ পৰা স্কেন কৰা যাব।আইৰিষ্ট অপৰিবর্তিত থাকে, কোনো আঘাত কৰা আৰু এটি একক তালিকাভুক্তি স্ক্যান এটিয়ে জীবনকাল শেষ কৰালৈ থাকিব পাৰে।

কিছু চিকিংসা ও অস্ত্রোপচাৰ পদ্ধতি এটি আইৰিষ্ট সামগ্রিক আকৃতি আৰু ৰঙক প্রভাবিত কৰিব পাৰে কিন্তু সূক্ষ্ম গঠনবিন্যাস অনেক দশক ধৰি অপৰিবর্তিত থাকে। আইৰিষ্ট আইৰিষ্ট পেটাৰ্ন চিনাক্তকৰণ প্রযুক্তি নির্ভৰ, দেখা কৰাৰ ওপৰত নিৰ্ভৰশীল আনকি অন্ধ লোকেও এই স্ক্যান প্রযুক্তি ব্যবহাৰ কৰিব পাৰে।

আইৰিষ্ট মূলত ক্ষতি দ্বাৰা সুৰক্ষিত আৰু সর্বাপেক্ষা কর্নিয়া দ্বাৰা আৱৰিত এটি অভ্যন্ত্ৰৰীণ অঙ্গ পৰা আইৰিষ্ট স্ক্যান বায়োমেট্রিক চিনাক্তকৰণ এটি আদর্শ উপায়। এই কায়িক শ্রম বিশেষ ধৰনৰ আকৰ্ষণীয় আৰু ই ফিংগাৰপ্ৰিণ্টত কৈ উন্নত, যাৰ কিছু বছৰৰ পাচত চিনাত কঠিন হব পাৰে।

ফিঙ্গাৰপ্রিন্ট স্কেনাৰ

Finger Print Scanner

 

 

 

 

 

এটি ফিঙ্গাৰপ্রিন্ট পৰীক্ষকৰ ফিঙ্গাৰপ্রিন্ট প্যাটার্ন এটি ডিজিটাল প্রতিচ্ছবি ব্যবহৃত এটি ইলেকট্রনিক ডিভাইচ। এই স্ক্যান ডিজিটেলৰূপে সংৰক্ষিত হয় আৰু মিলোৱাৰ বাবে ব্যবহাৰ কৰা হয়, যি এটি বায়োমেট্রিক টেমপ্লেট তৈয়াৰী কৰাত প্রক্রিয়াভুক্ত কৰা হয়।

ফেচ কেমেৰা

Face Camera

 

 

 

 

 

 

মুখৰ চিনাক্তকৰণ এটি অংশ ( বা একেলগে) এটি মুখৰ চিনাক্তকৰন পদ্ধতি হিচাপে ব্যবহাৰ কৰা হয়। এটি ভিডিওত দেখা পোৱা মানুহৰ কম্পিউটাৰ ইন্টাৰফেচ আৰু ইমেজ ডাটাবেচ ব্যবস্থাপনাৰ বাবে ব্যবহৃত হয়। এটা উৱেব কেমেৰাই এখন মুখ কেমেৰা মুখত এটি পৰিষ্কাৰ ও স্পষ্ট ফটোগ্রাফ লব পাৰে, যি ২ মেগাপিক্সেল বা তাতোধিক হব পাৰে।বৰ্তমানে উপলবব্ধ কিছু ডিজিটেল কেমেৰা অ’টো ফ’কাচৰ বাবে চেহেৰা চিনাক্ত কৰে।তোলা চবি সমুহৰ এটা ভাগ বিশেষত্ব্লৈ পৰিবৰ্তিত হয়। ইয়াৰ পাচত এক উল্লেখিত বৰ্গাকাৰ চবিৰ ই বিশেষ ভাগ হয়নে নহয় নিৰ্ণয় কৰে। এক চেহেৰা মডেলৰ আভাষ, আকাৰ আৰু চিহ্ন হব পাৰে।

চেহেৰাৰ বিভিন্ন আকাৰ থাকিব পাৰে। কিচু সামান্য চেহেৰা ডিম্বাকৃতি, আয়তাকাৰ, গোল,তিনিকোণীয়া কলিজা আকাৰ হব পাৰে। চেহেৰা গতিত চামিল হয় চকুৰ পটা জাপ খোৱা, চিকমিকাই থকা নাক, ধুৱলি কুৱলী আক বাক, ডো খাই থকা মাথা খোল খাই থকা মুখতেই সীমাবদ্ধ নহয়। চেহেৰাৰ এই ধৰণৰ মডেল কোনো ব্যক্তিৰ ভাৱ চিনাক্ত কৰাত সক্ষম নহয়, কিন্তু টেকনিকৰ ৰূপত স্বীকৰ্য্যৰ মাত্ৰা প্ৰদান কৰে।চেহেৰা বিচাৰি উলিওৱাত চবি সমুহক একেলগ কৰা হয়, এই টেকনিক ফেচ ট্ৰেকিংৰ লগত ভাল কাম কৰে।এবাৰ চেহেৰা প্ৰাপ্ত কৰাৰ পাচত চেহেৰাৰ ওপৰত ৰখা হয়, পাচত প্ৰণালীৰ গতিবিধিত ট্ৰেক কৰে।

বায়োমেট্রিক ডিভাইচ প্ৰামাণীকৰণ

প্ৰামাণীকৰণ পৰীক্ষা আৰু গুণ প্ৰামাণীকৰণ (STQC) ডাইৰেক্টৰেট, তথ্য প্রযুক্তি বিভাগৰ (DIT), ভাৰত চৰকাৰৰ এটি সংযুক্ত কাৰ্য্যালয়,ৰ কাম হল ইলেক্ট্রনিক্স এলেকাত গুণমান নিশ্চিত কৰা, পৰিসেবা উপলব্ধ কৰা হয় আৰু লেবৰেটৰিজ কেন্দ্র হিচাপে দেশব্যাপী নেটৱর্কৰ মাধ্যমত গুনগত মান বজাই ৰখা।আধাৰ পৰিযোজনাত ব্যবহাৰৰ হেতু STQCৰ বায়মেত্ৰিক উপকৰণক অস্থায়ি ৰুপত প্ৰামাণিকৰণ প্ৰদান কৰে।প্ৰমাণীকৰণৰ এই যোজনাক বিশ্বাসী, সুৰক্ষিত আৰু আবশ্যকীয় অনুযায়ি তৈয়াৰ কৰিব।

বায়মেট্ৰিক উপকৰণ সম্বন্ধত অধিক জানিবৰ বাবে ক্লিক কৰক Click here

প্ৰ্মাণীত বায়মেত্ৰিক উপকৰণ

আধাৰ পৰিযোজনা হেতু STQCৰ দ্বাৰা স্বীকৃত অস্থায়ী বায়মেত্ৰিক উপকৰণ তালিকা নিম্ন লিখিত ধৰণৰ:

অস্বীকাৰকৰণ

উপৰত দেখোৱা ডিভাইচ ভা.বি.প.প্ৰা এ কোনো বিশেষ উপকৰণৰ প্ৰাথমিকতাৰ স্ংকেট নিদিয়ে, কিন্তু কঠোৰ ভাবে মাথো এটি চিত্ৰণ হিচাপে দৰ্শোৱা হয়।হিতাধিকাৰিক STQC ৰ দ্বাৰা স্বীকৃত অস্থায়ী ৰূপত বায়মেত্ৰিক প্ৰামাণীকৰণ সুচী চাওক।

উৎস: আধাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate