অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষা

শিক্ষা

  • অসমৰ সংস্কৃতি
  • এই শিতানত অসমৰ সংস্কৃতিৰ বিষয়ে আলোচনা কৰা হৈছে।

  • জলপানি
  • জলপানি

  • জিলাভিত্তিক শিক্ষাৰ তথ্য
  • ইয়াত জিলাভিত্তিক শিক্ষাৰ বিভিন্ন তথ্যৰ উপাদান আগবঢ়োৱা হৈছে

  • ডিজিটেল সাক্ষৰতা
  • এই শিতানত ইন্টাৰনেট, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ আৰু মোবাইল প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে।

  • তথ্য প্ৰযুক্তি সাক্ষৰতা
  • এই শিতানত মুক্ত উৎস সমল সামগ্ৰী, আখৰ আৰু ভাৰতীয় আঞ্চলিক ভাষা, অনলাইন অভিধান, কম্পিউটাৰ ব্যৱহাৰত সঘনাই সোধা প্ৰশ্ন ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।

  • নিৰ্দ্ধাৰণ
  • যিকোনো এটা বিষয় সন্দৰ্ভত বিভিন্ন বয়সৰ ছাত্ৰ গোটৰ জ্ঞান আৰু এই জ্ঞানৰ প্ৰসাৰৰ বাবে নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া অতিকৈ জৰুৰী।

  • নীতি/আঁচনিসমূহ
  • ৬ ৰ পৰা ১৪ বছৰৰ প্ৰতিজন শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা গ্ৰহণৰ অধিকাৰ প্ৰদান কৰা হৈছে। সংবিধানৰ ৮৬ সংখ্যক সংশোধনী আইন অনুসৰি এই অধিকাৰ ২১ নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে।

  • পেশাগত পথপ্ৰদৰ্শক
  • এই শিতানত পেশাগত পথপ্ৰদৰ্শকসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

  • বিশিষ্ট ব্যক্তিসকল
  • বিশিষ্ট ব্যক্তিসকলৰ জীৱনৰ বিষয়ে এই শিতানত পঢ়িবলৈ পাব।

  • বুৰঞ্জী
  • এই শিতানত অসম আৰু ভাৰতৰ বুৰঞ্জীৰ বিষয়ে আলোচনা কৰা হৈছে।

  • বৰ্তমানৰ পৰিঘটনা সমূহ
  • এই শিতানত বৰ্তমান প্ৰচলিত ঘটনা সমূহৰ বিষয়ে আলোচনা কৰা হৈছে

  • শিকাৰ আনন্দ
  • শিকাৰ আনন্দ

  • শিক্ষকসকলৰ ক্ষেত্ৰ
  • শিক্ষণ আৰু শিকন প্ৰক্ৰিয়াটো হৈছে শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোৰ যোগেদি শিক্ষাৰ আদান প্ৰদান হয়। শিক্ষণৰ যোগেৰে শিশুসকলে সকলো প্ৰকাৰৰ কোনো বিষয়ৰ জ্ঞান, আচাৰ-ব্যৱহাৰ ইত্যাদি আহৰণ কৰে। শিক্ষকসকলে এই ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰে। শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ কেনে ধৰণৰ পদক্ষেপ লোৱাটো উচিত বা কেনে ভূমিকা গ্ৰহণ কৰে এই সকলোবোৰ কথা এই শিতানত আলোচনা কৰা হৈছে।

  • শিক্ষাৰ উৎকৃষ্ট অনুশীলন
  • এই শিতানত শিক্ষাৰ উৎকৃষ্ট অনুশীলনৰ বিষয়ে আলোচনা কৰা হৈছে।

  • শিশুসকলৰ ক্ষেত্ৰ
  • এই শিতানত ভাৰতীয় বুৰঞ্জীৰ গুৰুত্বপূৰ্ণ তাৰিখবোৰ, গীতগংগা, বিশ্বৰ ৭ টা আচৰিত বস্তু ইত্যাদি বিষয়সমূহ আলোচনা কৰা হৈছে।

  • শিশুসকলৰ জগত
  • এই শিতানত শিশুসকলৰ ক্ষেত্ৰত শিক্ষা, সংস্কৃতি আৰু বুৰঞ্জীৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰা ব্যৱহাৰকাৰীসকলৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰিছে।

  • শিশুৰ অধিকাৰ
  • শিক্ষা হৈছে প্ৰতিজন নাগৰিকৰে মৌলিক অধিকাৰ। প্ৰত্যেকে নিজৰ ইচ্ছাৰে এই শিক্ষা লাভ কৰিব পাৰে। এখন দেশৰ বা এজন ব্যক্তিৰ বিকাশ সম্ভৱ মাত্ৰ শিক্ষাৰ যোগেদি। এই শিতানত শিশুৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে।

  • সমলৰ যোগসূত্ৰসমূহ
  • সমলৰ যোগসূত্ৰসমূহ

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate