মূল পৃষ্ঠা / শিক্ষা / বুৰঞ্জী / আহোম স্বৰ্গদেউসকলৰ নাম আৰু ৰাজত্বকাল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহোম স্বৰ্গদেউসকলৰ নাম আৰু ৰাজত্বকাল

আহোম স্বৰ্গদেউসকলৰ নাম আৰু ৰাজত্বকাল

১ চুকাফা ১২২৮-১২৬৮

২ চুতেওফা ১২৬৮-১২৮১
৩ চুবিনফা ১২৮১-১২৯৩
৪ চুখাংফা ১২৯৩-১৩৩২
৫ চুখ্ৰাংফা ১৩৩২-১৩৬৪
৬ চুতুফা ১৩৬৪-১৩৭৩
৭ মন্ত্ৰীসকলৰ শাসন ১৩৭৬-১৩৮০
৮ ত্যাওখাম্‌থি ১৩৮০-১৩৮৯
৯ ২য় বাৰ মন্ত্ৰীসকলৰ শাসন ১৩৮৯-১৩৯৭
১০ চুডাংফা বা বামুনী কোঁৱৰ ১৩৯৭-১৪০৭
১১ চুজাংফা ১৪০৭-১৪২২
১২ চুফক্‌ফা ১৪২২-১৪৩৯
১৩ চুচেন্‌ফা ১৪৩৯-১৪৮৮
১৪ চুহান্‌ফা ১৪৮৮-১৪৯৩
১৫ চুপিম্‌ফা ১৪৯৩-১৪৯৭
১৬ চুহুম্‌মুং (দিহিঙ্গীয়া ৰজা) ১৪৯৭-১৫৩৯
১৭ চুক্লেন্‌মুং (গৰগঞা ৰজা) ১৫৩৯-১৫৫২
১৮ চুখাম্‌ফা (খোৰা ৰজা) ১৫৫২-১৬০৩
১৯ চুচেংফা বা প্ৰতাপসিংহ বা বুদ্ধিস্বৰ্গনাৰায়ণ ১৬০৩-১৬৪১
২০ চুৰম্‌ফা ১৬৪১-১৬৪৪
২১ চুত্যিংফা (নৰীয়া ৰজা) ১৬৪৪-১৬৪৮
২২ চুতামলা বা জয়ধ্বজসিংহ ১৬৪৮-১৬৬৩
২৩ চুপুংমুং বা চক্ৰধ্বজসিংহ ১৬৬৩-১৬৭০
২৪ চুন্যৎফা বা উদয়াদিত্য ১৬৭০-১৬৭৩
২৫ চুক্লন্‌ফা বা ৰামধ্বজসিংহ ১৬৭৩-১৬৭৫
২৬ চুহুং ১৬৭৫ (এমাহ)
২৭ গোবৰ ৰজা মাত্ৰ বিছ দিন
২৮ চুজিন্‌ফা ১৬৭৫-১৬৭৭
২৯ চুডৈয়ফা বা পৰ্বতীয়া ৰজা ১৬৭৭-১৬৭৯
৩০ চুলিক্‌ফা বা ৰত্নধ্বজসিংহ ১৬৭৯-১৬৮১
৩১ চুপাত্‌ফা বা গদাধৰসিংহ ১৬৮১-১৬৯৬
৩২ চুখ্ৰাংফা বা ৰুদ্ৰসিংহ ১৬৯৬-১৭১৪
৩৩ চুতনফা বা শিৱসিংহ ১৭১৪-১৭৪৪
৩৪ চুনেন্‌ফা বা প্ৰমত্তসিংহ ১৭৪৪-১৭৫১
৩৫ চুৰেমফা বা ৰাজেশ্বৰসিংহ ১৭৫১-১৭৬৯
৩৬ চুঞেউফা বা লক্ষ্মীসিংহ ১৭৬৯-১৭৮০
৩৭ চুহিত্‌পুংফা বা গৌৰীনাথসিংহ ১৭৮০-১৭৯৫
৩৮ চুক্লিংফা বা কমলেশ্বৰসিংহ ১৭৯৫-১৮১০
৩৯ চুছিন্‌ফা বা চন্দ্ৰকান্তসিংহ ১৮১০-১৮১৮
৪০ পুৰন্দৰসিংহ ১৮১৮-১৮১৯
৪১ চন্দ্ৰকান্তসিংহ ১৮১৯-১৮২১ (২য় বাৰ)
৪২ যোগেশ্বৰসিংহ ১৮২১-১৮২৪
৪৩ পুৰন্দৰসিংহ (২য় বাৰ) ১৮৩৩-১৮৩৮

সংগ্ৰহ: ৰাজীৱ গোস্ৱামী

3.16161616162
কল্পনা টায়েং Jun 28, 2019 07:05 AM

সঁচাকৈ খুবেই উপকৃত হৈছোঁ।

শ্ৰী সঞ্জীৱ ফুকন Jun 02, 2019 11:02 AM

সুন্দৰ

Jit Kalita Feb 19, 2019 10:53 AM

উপকৃত হলো

Mobile internet যোগেদি জ্ঞান আহৰন কৰিৱ পাৰিলো তাৰ কাৰনে Thank you Feb 11, 2019 01:41 PM

উপকৃত হলো।।।ধন্যবাদ

প্ৰেমধৰ মিলি Jan 02, 2019 08:41 PM

আমি সঁচাকৈয়ে আনন্দিত হৈছো। অসমীয়া ভাষাত বিচৰা তথ্য বোৰ পোৱাৰ বাবেহে।।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top