অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলু-ভেণ্ডি তৰকাৰী

আলু-ভেণ্ডি তৰকাৰী

উপকৰণ

  • আলু-২৫০ গ্ৰাম (সৰু সৰুকৈ কটা),
  • ভেণ্ডি: ২৫০ গ্ৰাম (এক ইঞ্চি দীঘলকৈ কটা),
  • বিলাহী: এটা,
  • পিয়াজ: ২টা,
  • জলকীয়া গুড়ি: ১ চামুচ,
  • সৰিয়হ: ১/২ চামুচ,
  • নৰসিংহ পাত: কেইখিলামান,
  • তেল-নিমখ: আন্দাজমতে।

প্ৰস্তুত প্ৰণালী

কেৰাহীত তেল গৰম কৰি ভেণ্ডি আলুখিনি বেলেগে বেলেগে ভাজি ল’ব। কেৰাহীত পুনৰ তেল গৰম কৰি তাত সৰিয়হখিনি ফুটাই লৈ পিয়াজখিনি ৰঙচুৱাকৈ ভাজি লওক। তাতে বিলাহী আৰু নৰসিংহখিনিও কম জুইত ভাজি লওক। এতিয়া ভাজি থোৱা আলু আৰু ভেণ্ডিখিনি এতিয়া আপোনাৰ আলু-ভেণ্ডি তৰকাৰী পৰিৱেশনৰ বাবে সাজু।

উৎস: বিকাশপেডিয়া।

2.79245283019
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top