অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঠালৰ বৰফি

কঠালৰ বৰফি

উপকৰণ

  • মিঠা কঠাল এটা,
  • চেনি-আধা কিলোগ্ৰাম বা ৰস অনুপাতে,
  • ইলাচিৰ গুৰি-এক চামুচ,
  • গাখীৰ-এক লিটাৰ।

প্ৰণালী

কঠালৰ ৰসখিনি উলিয়াই লওক। ৰসৰ লগতে চেনি, গাখীৰ, ইলাচি গুড়ি দি উতলাওক। যেতিয়া ৰসৰ লগত চেনি, গাখীৰ মিলি যাব, গোটা আৰু ঘন হ’ব, তেতিয়া জুইৰ পৰা নমাই ঠাল এখনত ঘি অলপ ঘঁহি তাত বহলকৈ মেলি দিয়ক। ঠাণ্ডা হ’লে বৰফিৰ আকাৰত কাটি লওক। ৰোকা নাৰিকল অলপ তাত দিব পাৰে।

লেখিকা: চৈয়দা চফিকা বেগম, নন্দিনী।

শেহতীয়া উন্নীতকৰণ: : 6/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate