অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চজিনা-পিঁয়াজৰ তৰকাৰী

চজিনা-পিঁয়াজৰ তৰকাৰী

উপকৰণ

  • পিঁয়াজ: ৩ টা (সৰুকৈ কুটি লোৱা),
  • বিলাহী: এটা (সৰুকৈ কাটি লোৱা),
  • নৰসিংহ পাত আন্দাজমতে,
  • চজিনা: ২৫০ গ্ৰাম,
  • সৰিয়হ: ১/২ চামুচ,
  • জলকীয়া: ১-২ টা,
  • তেল-নিমখ: আন্দাজমতে।

প্ৰস্তুত প্ৰণালী

চজিনাখিনি ১-২ ইঞ্চিকৈ কাটক। আগতে তেলত সৰিয়হ আৰু জলকীয়া ভাজি লওক। সৰিয়হ ফুটা বন্ধ হ’লে বিলাহীৰ বাহিৰে বাকী পাচলিখিনি তেলত দি দিয়ক। লৰাই থাকক। নিমখ আৰু হালধি দিয়ক। লৰাই দিয়ক। ঢাকোন মাৰি কম জুইত পাচলিখিনি সিজিবলৈ দিয়ক। জলকীয়া গুড়ি আৰু বিলাহীখিনি দি অলপ সময় আৰু ভাজক। পানী দিয়ক। ভাতৰ সৈতে গৰমে গৰমে পৰিৱেশন কৰক।

উৎস: বিকাশপেডিয়া।

3.02325581395
ৰমা বড়া Aug 30, 2016 08:28 AM

বন দৰৱৰ গুনাগুণ প্ৰচাৰকৰ

ৰমা বড়া Aug 30, 2016 08:26 AM

ভাল হৈছে প্ৰচাৰৰ বাৱে ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top