চজিনাখিনি ১-২ ইঞ্চিকৈ কাটক। আগতে তেলত সৰিয়হ আৰু জলকীয়া ভাজি লওক। সৰিয়হ ফুটা বন্ধ হ’লে বিলাহীৰ বাহিৰে বাকী পাচলিখিনি তেলত দি দিয়ক। লৰাই থাকক। নিমখ আৰু হালধি দিয়ক। লৰাই দিয়ক। ঢাকোন মাৰি কম জুইত পাচলিখিনি সিজিবলৈ দিয়ক। জলকীয়া গুড়ি আৰু বিলাহীখিনি দি অলপ সময় আৰু ভাজক। পানী দিয়ক। ভাতৰ সৈতে গৰমে গৰমে পৰিৱেশন কৰক।
উৎস: বিকাশপেডিয়া।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
আধুনিক বিজ্ঞানৰ দৃষ্টিত পিঁয়াজ আৰু নহৰু
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত পিঁয়াজ
চয়াবিনৰ ফুলৰিৰ প্ৰস্তুত প্ৰণালী