অংশিদাৰী

চিৰাৰ পায়স

চিৰাৰ পায়স

উপকৰণ

  • মিল্ক মেইড: এশ পঁচিশ মিলিলিটাৰ,
  • চিৰা: এশ গ্ৰাম,
  • গাখীৰ: আধালিটাৰ,
  • গুৰ: ৫০ গ্ৰাম,
  • ইলাচি গুৰি: আধা চামুচ,
  • কিচমিচ: অলপমান।

প্ৰণালী

চিৰাখিনি পানীত পাঁচ মিনিটমান তিয়াই থওক। গাখীৰ উতলাই তাতে চিৰাখিনি দি দুই তিনি মিনিটমান সিজাওক। মিল্ক-মেইড আৰু কিচমিচ মিলাই পাঁচ মিনিটৰ বাবে সিজাওক। গলাই লোৱা গুৰখিনি তাতে ঢালক। জুইৰ পৰা নমাই ইলাচিৰ গুৰি ছটিয়াই পৰিৱেশন কৰক।

যুগুতালে: বিৰিঞ্চি মোহন শৰ্মা।

2.95454545455
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top