অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিৰাৰ পায়স

চিৰাৰ পায়স

উপকৰণ

  • মিল্ক মেইড: এশ পঁচিশ মিলিলিটাৰ,
  • চিৰা: এশ গ্ৰাম,
  • গাখীৰ: আধালিটাৰ,
  • গুৰ: ৫০ গ্ৰাম,
  • ইলাচি গুৰি: আধা চামুচ,
  • কিচমিচ: অলপমান।

প্ৰণালী

চিৰাখিনি পানীত পাঁচ মিনিটমান তিয়াই থওক। গাখীৰ উতলাই তাতে চিৰাখিনি দি দুই তিনি মিনিটমান সিজাওক। মিল্ক-মেইড আৰু কিচমিচ মিলাই পাঁচ মিনিটৰ বাবে সিজাওক। গলাই লোৱা গুৰখিনি তাতে ঢালক। জুইৰ পৰা নমাই ইলাচিৰ গুৰি ছটিয়াই পৰিৱেশন কৰক।

যুগুতালে: বিৰিঞ্চি মোহন শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate