অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তৰমুজৰ শীতল পানীয়

তৰমুজৰ শীতল পানীয়

উপকৰণ

  • তৰমুজ-এটা
  • চেনি-১ কাপ বা সোৱাদ অনুসৰি
  • ক’লা নিমখ-১ চামুচ
  • ছাট মছলা-পছন্দ অনুযায়ী

প্ৰস্তুত প্ৰণালী

তৰমুজটো ধুই বাকলি গুটি গুচাই টুকুৰা-টুকুৰকৈ কাটি ল’ব। মিক্সিত টুকুৰাসমূহ ভৰাই চেনিৰে সৈতে একেলগে মিহলাই ৰস কৰি ল’ব। ক’লা নিমখো দিব। চাৰিটা গিলাচত এই ৰসখিনি সমানে বাকি ওপৰত বৰফৰ টুকুৰা ঢালি দিব। পৰিৱেশনৰ আগে আগে ছাট মছলা ছটিয়াই দিব।

উৎস: সম্ভাৰ।

3.03448275862
মাম্পি Oct 12, 2015 03:52 PM

তৰমুজৰ শীতল পানীয় খাই ভাল লাগে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top