১) বৰাচাউল একাপ,
২) গাখীৰ আধা লিটাৰ,
৩) গুৰ আধা কাপ,
৪) ইলাচিগুৰি আধা চামুচ।
বৰাচাউলখিনি দুই/তিনি ঘন্টামান পানীত তিয়াই থ’ব। পিছত পানীৰ পৰা টুকি এটা পাত্ৰত বৰাচাউলখিনিৰ লগত গুৰখিনি মিহিকৈ কাটি ভালদৰে মিলাব, এতিয়া ইয়াৰ ওপৰত গৰম কৰি লোৱা গাখীৰখিনি অলপ অলপকৈ দি মিলাব। চাব লাগে যাতে চাউলখিনি গাখীৰত ডুব গৈ থাকে। এতিয়া ওপৰত ইলাচি গুড়ি ছটিয়াই অ’ভেনত ৩০ মিনিট বেক্ কৰিব। পিছত অ’ভেনৰ পৰা নমাই ক্ৰীম দি এই বেক্ জলপান খাব পাৰি।
লেখিকা: মীনা বৰুৱা।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
গাখীৰৰ গুণাগুণ
কেইটামান স্বাস্থ্য কিটিপ
গাখীৰ উৎপাদনেৰে লক্ষাধিক টকা উপাৰ্জন কৰে গুৱালজান ...
গাখীৰ দিয়া গাইৰ নিৰ্বাচন