অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জিঅ'লোকেশ্বন আৰু বিং মেপ ব্যৱহাৰ কৰি অৱস্থান অৱগত এপ্প সৃষ্টি কৰা

জিঅ'লোকেশ্বন আৰু বিং মেপ ব্যৱহাৰ কৰি অৱস্থান অৱগত এপ্প সৃষ্টি কৰা

Windows.Devices.Geolocation নামস্থানটো এটা অৱস্থান পুনৰুদ্ধাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এজন ব্যৱহাৰকাৰীৰ অৱস্থান পুনৰুদ্ধাৰ কৰিবলৈ ব্যৱহাৰকাৰীয়ে জিপিএচ, ৱাই-ফাই নেটৱৰ্ক বা এটা IP ঠিকনা ব্যৱহাৰ কৰেনে নকৰে সেইটো দুটা প্ৰাথমিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে:

1. অনুৰোধ কৰা শুদ্ধতাৰ স্তৰ। এইটোৱেই এপ্পৰ প্ৰয়োজন পূৰণ কৰা শুদ্ধতাৰ আদৰ্শ স্তৰ।
2. অৱস্থান তথ্যৰ উপলভ্যতা।

বিচৰা শুদ্ধতা

যেতিয়া এটা অৱস্থানৰ অনুৰোধ কৰা হয়, এপ্পটোৱে বিচৰা শুদ্ধতা নিৰ্ধাৰণ কৰা উচিত, যাতে প্ৰদত্ত পৰিসৰৰ ভিতৰত যিমান সম্ভৱ সিমান দ্ৰুত অৱস্থান তথ্য প্ৰদান কৰিব পাৰি। প্ৰতিটো অৱস্থানৰ প্ৰকাৰৰেই শুদ্ধতাৰ মাত্ৰা আছে:

  • জিপিএচে আটাইতকৈ বেছি শুদ্ধতা প্ৰদান কৰে, প্ৰায় 10 মিটাৰতকৈও কম। জিপিএচে উপগ্ৰহৰ সংযোগ লাভ কৰাৰ পাছত পৰৱৰ্তী অৱস্থান বিন্দুটো অধিক দ্ৰুত প্ৰাপ্ত কৰিব পাৰে। জিপিএচ-ৰ তথ্য আহৰণ সক্ষম কৰিবলৈ Geolocator.DesiredAccuracy ধৰ্মটো নিশ্চিতভাৱে উচ্চত ছেট কৰিব লাগিব।
  • এটা ৱাই-ফাই সংযোগে 300-500 মিটাৰৰ শুদ্ধতা প্ৰদান কৰিব পাৰে। যদি সংযোগ থাকে, অৱস্থান তথ্য জিপিএচ-তকৈও দ্ৰুত প্ৰদান কৰিব পাৰে। ৱাই-ফাই-ৰে অৱস্থান প্ৰাপ্ত কৰিবলৈ DesiredAccuracy ধৰ্মটো ডিফল্ট-ত ছেট কৰক।
  • IP  স্তৰৰ ৰিজলুশ্বনে শুদ্ধতা প্ৰায় 1 কিমিঃ স্তৰলৈ নমাই আনিব পাৰে। যদি নেটৱৰ্ক সংযোগ থাকে, তেন্তে অৱস্থান তথ্য জিপিএচ-তকৈও দ্ৰুত প্ৰদান কৰিব পাৰে। IP-ৰে অৱস্থান প্ৰাপ্ত কৰিবলৈ ব্যৱহাৰকাৰীয়ে DesiredAccuracy ধৰ্মটো ডিফল্ট-ত ছেট কৰক। অৱস্থান সেৱাই Geocoordinate.Accuracy ধৰ্মৰ মাধ্যমেৰে সৰ্বাধিক শুদ্ধতা প্ৰদান কৰে।

বিচৰা শুদ্ধতা ছেট কৰিবলৈ  C# কোড:
Geolocator geolocator = new Geolocator();
geolocator.DesiredAccuracy = Windows.Devices.Geolocation.PositionAccuracy.High;

অৱস্থান প্ৰাপ্ত কৰিবলৈ কলটো হ'ল
Geoposition pos = await geolocator.GetGeopositionAsync().AsTask(token);

JavaScript

var geolocator = Windows.Devices.Geolocation.Geolocator();
geolocator.desiredAccuracy =
Windows.Devices.Geolocation.PositionAccuracy.high;

// Get the geoposition, capturing the request in a 'promise' object.
var promise = geolocator.getGeopositionAsync();

বিং মেপ

বিং মেপ এপ্পটো উপলভ্য হোৱা অৱস্থান তথ্যৰ শুদ্ধতা অনুকূলিত কৰা এপ্পৰ এটা ভাল উদাহৰণ। এটা ডেস্কটপ পিচিত ই IP ঠিকনাৰ আধাৰত অৱস্থান বিচাৰে। এটা লেপটপত ই চলিত অৱস্থান প্ৰদৰ্শন কৰাৰ বাবে বেছি সঠিক অৱস্থান প্ৰাপ্ত কৰিবলৈ ৱাই-ফাই ব্যৱহাৰ কৰে। জিপিএচ থকা ডিভাইচত, বিং মেপে জিপিএচ-ৰ পৰা অধিক শুদ্ধতাৰ অৱস্থান তথ্য প্ৰাপ্ত কৰে আৰু অধিক শুদ্ধ অৱস্থান প্ৰদৰ্শন কৰে।

বিং বতৰ

বিং বতৰৰ দৰে এপ্পৰ বাবে অঞ্চলৰ তথ্যৰ প্ৰয়োজন হয়। ইয়াৰ কেৱল কম শুদ্ধতাৰ প্ৰয়োজন যাতে ই দ্ৰুত অৱস্থান মান ঘূৰাই পায়। ই এপ্পটোক ব্যৱহাৰকাৰীৰ বাবে অধিক সঁহাৰিজনক কৰি তোলে।

বিং মেপ এচডিকে-ৰ সহায়ত অৱস্থান তথ্য প্ৰদৰ্শন

GetGeopositionAsync-লৈ কল কৰি ব্যৱহাৰকাৰীয়ে অৱস্থান তথ্য প্ৰাপ্ত কৰাৰ পাছত, ব্যৱহাৰকাৰীয়ে বিচাৰে।

অৱস্থানটো এখন মেপত প্ৰদৰ্শন কৰাৰ বাবে জিঅ'পজিশ্বনটো এটা অৱস্থানলৈ ৰূপান্তৰ কৰিবলৈ যাতে বিং মেপত কোড হিচাপে ব্যৱহাৰ কৰিব পাৰি।
C#
Location location = new Location(pos.Coordinate.Latitude, pos.Coordinate.Longitude);


JavaScript:
promise.done(
function (pos) {
// Get the coordinates of the current location.
var coord = pos.coordinate,
location = new Microsoft.Maps.Location(coord.latitude, coord.longitude);

},
function (err) {
// Handle the error.
});

  • ব্যৱহাৰকাৰীয়ে বিং মেপ প'ৰ্টেলত পঞ্জীয়ন কৰি এটা বিং মেপ কী প্ৰাপ্ত কৰিব লাগিব আৰু প্ৰতিটো কীৰ বাবে ব্যৱহাৰ সীমাবদ্ধতা পৰীক্ষা কৰিব লাগিব আৰু এপ্পৰ বাবে সঠিক কী পচন্দ কৰিব লাগিব। ডিজাইনাৰৰ বাবে এটা বিং মেপ নিয়ন্ত্ৰণ যোগ কৰক আৰু ক্ৰেডেনছিয়েল-ত এটা কী প্ৰৱিষ্ট কৰক।


<Page
xmlns="http://schemas.microsoft.com/winfx/2006/xaml/presentation"

xmlns:x="http://schemas.microsoft.com/winfx/2006/xaml"
xmlns:local="using:SimpleMapping"
xmlns:d="http://schemas.microsoft.com/expression/blend/2008"
xmlns:mc="http://schemas.openxmlformats.org/markup-compatibility/2006"
xmlns:Maps="using:Bing.Maps"
x:Class="SimpleMapping.MainPage"
mc:Ignorable="d">

<Grid Background="{StaticResource ApplicationPageBackgroundThemeBrush}">
<Maps:Map x:Name="Map" Margin="0,120,0,0" Credentials="Insert Your Bing Maps Key Here"/>
</Grid>
</Page>


নিম্নলিখিত কোডে মেপৰ ঝূম স্তৰ ছেট কৰে আৰু অৱস্থান প্ৰদৰ্শন কৰে।

C#
double zoomLevel = 13.0f;

Map.SetView(location, zoomLevel);
এপ্পলৈ JavaScript (জাভাস্ক্ৰীপ্ত)আৰু HTML-ত এটা বিং মেপ নিয়ন্ত্ৰণ যোগ কৰিবলৈ অধিক কাম কৰিব লগা হয়।

<script type="text/javascript" 
src="ms-appx:///Bing.Maps.JavaScript//js/veapicore.js">
/script>


ব্যৱহাৰকাৰীয়ে মেপ ধাৰণ কৰিবলৈ, ইয়াত প্ৰৱেশ কৰাৰ বাবে আইডি গুণাগুণ  ছেট কৰিবলৈ এটা <div> টেগ সৃষ্টি কৰিব লাগিব।


<div id=’map-div’></div>

 

JavaScript

// Load the Microsoft.Maps.Map module and then call getMap when the
// module has loaded.
function initMap() {
Microsoft.Maps.loadModule('Microsoft.Maps.Map',
{
callback: getMap,
culture: "en",
homeRegion: "US"
});

}

// Get the div to contain the map from the interface of the app.
function getMap() {

// Create a new instance of the Map class, passing in the app ID.
var map = new Microsoft.Maps.Map(
document.getElementById(mapDivId),
{ credentials: “Insert your credentials here” });

// Set the initial zoom level and type of map.
map.setView({
mapTypeId: Microsoft.Maps.MapTypeId.road,
zoom: 3

});

}

অৱস্থান ব্যৱহাৰ কৰা যিকোনো এপ্পেই ব্যৱহাৰকাৰীৰ অনুমতি ছেটিংক নিশ্চিতভাৱে সন্মান জনাবই লাগিব, যিটো যিকোনো সময়তে পৰিবৰ্তন হ'ব পাৰে। বতৰ এপ্পে চলিত অৱস্থানৰ বতৰৰ তথ্য প্ৰাপ্ত কৰাৰ বাবে অৱস্থান ব্যৱহাৰ কৰে। কিন্তু যিকোনো সময়তে, ব্যৱহাৰকাৰীয়ে ছেটিংচলৈ যাব পাৰে আৰু অৱস্থান অনুমতি বন্ধ কৰিব পাৰে।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate