অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিচুৱেল ষ্টুডিও.নেট

ভিচুৱেল ষ্টুডিও.নেট

ভিচুৱেল ষ্টূডিও.নেট হ’ল  ASP  ৱেব পৰিচালনাৰ বাবে এক সম্পূর্ণ উন্নত প্রয়োগকাৰী ব্যৱহাৰ সামগ্রী, যাৰ দ্বাৰা  XML ৱেব চার্ভিচ, ডেক্সটপ্‌ প্রয়োগ কার্য, আৰু  মোবাইলৰ কাম কাজ সুচাৰুপে পৰিচালনাৰ কৰিব পৰা যায়। Visual Basic .NET, Visual C++ .NET, Visual C# .NET, and Visual J# .NET এই সকলো বিলাকেই একেটা অতি ব্যৱহূত উন্নয়ন পৰিচালন পদ্ধতি ব্যৱহাৰ কৰে, যিটোয়ে ব্যৱহাৰকাৰীক সান মিহলি ভাষা ব্যৱহাৰৰ ক্ষেত্রত প্রয়োজনীয় সঁজুলি আৰু সুবিধা আগবঢ়ায়। তাৰোপৰি .নেটৰ পৰিসীমাত এই ভাষা বিলাকৰ কামৰ নিয়ন্ত্রন ক্ষমতা যথেষ্ট থাকে, যাৰ ফলত প্রধান প্রধান প্রয়োগ কুশলতাত প্রবেশ কৰিবলৈ সুবিধা পায় ফলত ASP ৱেবৰ প্রয়োগ কার্যৰ উন্নয়ন ক্রিয়াক XML ৱেব পৰিষেবাৰ কাম কাজ আৰু অধিক সহজতৰ কৰি দিয়ে।

ভিচুয়েল ষ্টূডিও.নেটৰ চাৰিটা সংস্কৰণ আছে: প্রফেচনাল, এন্টাৰপ্রাইজ ডেভলাপাৰ, এন্টাৰপ্রাইজ আৰকিটেক্ট আৰু একাডেমিক।  ভিচুৱেল ষ্টুডিওৰ অর্ন্তগতত প্রধান ভাষাৰ ভিতৰত আছে Visual Basic, Visual C++, Visual C#, and Visual J# — এই বিলাকৰ প্রতিটোয়ে একোটা বেলেগ বেলেগ সংস্কৰণৰ মান নির্ণয় কৰে।

নেট.ফ্রেমওয়ার্ক

নেট.ফ্রেমওয়ার্ক বহুবিধ ভাষৰ পৰিবেশৰ সৃষ্টি কৰে যাৰ ফলত XML ৱেব পৰিষেবা তৈয়াৰ কৰা, প্রয়োগ বিধি স্থাপন কৰা আৰু তাক চলোৱা যায়। ইয়াৰ আকৌ তিনিটা প্রধান ভাগ আছেঃ

কমন লেঙ্গুয়েজ ৰানটাইম

ইয়াৰ নামৰ বাহিৰেও, ইয়াৰ উপাদানসমূহৰ আৰ উন্নয়নৰ ক্ষেত্রত কৰা সময়ৰ অভিজ্ঞতাৰ নিৰিখত ইয়াৰ চলাৰ সময়টোৰ এটা বিশেষ ভূমিকা আছে। যেতিয়া উপাদান বিলাক চলি থাকে, তেতিয়া মেমৰি ভাগ কৰাৰ বাবে, চলোৱাৰ ক্ষেত্রত আৰু থ্রেড আৰু প্রচেছ বিলাক বন্ধ কৰাৰ ক্ষেত্রত, লগতে নিৰাপত্তা বিষয়ক নিয়ম বিলাক আৰু লগে লগেই ইয়াৰ ওপৰত নির্ভৰশীল অন্য যি কোনো উপদান যাৰ হয়তু আন উপাদান থাকিব পাৰে সেইবিলাকৰ কামক সলাগে ইত্যাদি বিলাক কামৰ ক্ষেত্রত এই ৰান টাইম বিলাক দায়িত্বত থাকে। কামৰ অগ্রগতিৰ সময়ত, এই ৰান টাইমৰ আচৰনৰ সামান্য সলনি ঘটে, কিয়নো ইয়াৰ স্বতঃস্ফুর্ত চলন ক্ষমতা অতি বেগত ঘটে (উদাহৰন হিচাবে মেমৰি মেনেজমেন্ট)। এই ৰান টাইমে ইয়াৰ পৰিস্ফুটনৰ অভিজ্ঞতাক অতি সহজ কৰি তুলে, বিশেষকৈ COM ৰ সৈতে তুলনা কৰিব পৰা যায়, ঠিক যেনেকৈ আজিৰ যুগত হৈ থাকে। সাধাৰনতে, কিছুমান বিশেষত্ব আছে যেনে এজন ডেভেলপাৰে যেতিয়া তেওঁৰ ব্যৱসায়ক পু্নৰায় ব্যৱহাৰ যোগ্য উপাদানলৈ ৰূপান্তৰিত কৰিব খোঁজে তেতিয়া কোডৰ আয়তন বা ক্ষমতা খিনিৰ ক্ষেত্রত প্রতিফলন খিনি ভীষণ ভাবে কমি যায়।

ইউনাইটেড প্রগ্রামিং ক্লাচেছ কার্যৰ সীমাৰেখা খিনি এজন ডেভেলাপাৰক এটা একীকৰণ, বিষয় বস্তু সম্পর্কিত, ক্রমপর্যায় অৱস্থান আৰু প্রসাৰণ যোগ্য শ্রেণীৰ লাইব্রেৰী (APIs). বর্তমানে, C++ ডেভেলাপাৰচ সকলে মাইক্র’ছফট ফাউণ্ডেচন শ্রেণী আৰু জাভা ডেভেলাপাৰচ সকলে উইনড’ ফাউণ্ডেচন শ্রেণী ব্যৱহাৰ কৰে। এই কার্যসীমাটো বিসদৃশ নমুনাখিনিক একীভূত কৰে আৰু ভিচুৱেল বেচিকচ্‌ আৰু JScript প্রোগ্রামক শ্রেণী লাইব্রেৰীত প্রবেশ কৰায়। সকলো প্রগ্রামিং ভাষাৰ বাবে API ৰ এটা সাধাৰন ছেট তৈয়াৰ কৰি, সাধাৰণ ভাষা ৰানটাইমে, বীপৰিত মুখি ভাষাৰ প্রৱর্তন কৰিব পাৰে, সম্পূর্ণ নির্ভুলকৈ। সকলো বিলাক প্রগ্রামিং ভাষা  যেনে JScript ৰ পৰা C++, লৈকে, কার্যসীমাত একেই ৰকমৰ প্রবেশ অধিকাৰ থাকে আৰু ডেভেলাপাৰচ সকল এই ক্ষেত্রত তেওঁলোকে বিচৰা মতে ভাষা পছন্দ কৰিব পাৰে।

এএচপি.নেট এএচপি.নেট এ .নেট ফ্রেমওয়ার্ক প্রগ্রামিং শ্রেণী বিলাক তৈয়াৰ কৰে আৰু এটা ৱেব প্রয়োগকাৰী মডেল লগতে তাক নিয়ন্ত্রন কৰিব পৰা আৰু পৰিকাঠামোৰ গঠন, যিটোয়ে ইয়াক অতিশয় সহজ কৰি এটা ASP ৱেবৰ প্রয়োগ পদ্ধতি তৈয়াৰ কৰাত সহায় কৰে। এএচপি.নেটত এটা নিয়ন্ত্রন ছেট থাকে যিটোয়ে সাধাৰন HTML ব্যৱহাৰকাৰী বিষয় বস্তু বিলাকক সংক্ষিপ্ত আকাৰ দিয়ে, যেনেঃ টেক্সট বক্স, ড্রপ ডাউন মেনু ইত্যাদি। এই নিয়ন্ত্রনখিনি ৱেব ব্রাউজাৰত চলে, যিনহওক, এইটোয়ে HTML ৰ ব্যৱহাৰকাৰী সীমাৰেখাখিনিক ব্রাউজাৰলৈ পঠায়। চার্ভাৰত, কন্ট্রোলে এটা বিষয় বস্তুযুক্ত প্রগ্রামিং মডেলৰ সুসংঘবদ্ধ বিৱৰণ দিয়ে তাৰ ফলত ৱেব ডেভলাপাৰৰ সেই বিষয় বস্তুযুক্ত প্রগ্রামিং ব্যৱস্থাটোক আৰু অধিক আকর্ষণীয় কৰি তুলে। ASP.NET  এ পৰিকাঠামো দিশত পৰিষেবা, যেনেঃ চেছন স্টেট মেনেজমেন্ট আৰু পুনৰায় ব্যৱহাৰযোগ্য প্রক্রিয়া, যাৰ ফলত কোড ডেভেলাপাৰ মূল্য কমাই দিয়ে আৰু প্রয়োগ পদ্ধতি বিশ্বাসযোগ্যতা বঢ়ায়। ইয়াৰ উপৰিও ASP.NET এ একে ধৰনৰ ধাৰনা ৰাখে যাতে ডেভেলাপাৰ সকলে সফট্‌ৱেৰ বিলাক এটা ধুনীয়া পৰিষেবাৰ যোগেদি আগবঢ়াব পাৰে। XML ৱেব  পৰিষেবা ব্যৱহাৰ কৰি, ASP.NET নেট ডেভেলাপাৰচ সকলে তেওঁলোকৰ ব্যৱসায়ৰ যুক্তিখিনি লিখিব পাৰে আৰু ASP.NET পৰিকাঠামোৰ দ্বাৰা সেই পৰিষেবা খিনি SOAP ৰ যোগেদি আগবঢ়াব পৰা যায়।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate