অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ড’জ ষ্ট’ৰ এপ্লিকেশ্যনেৰ সৈতে সংযুক্ত

মানুহ নেটৱৰ্কৰ সৈতে সংযুক্ত ডিভাইচৰদ্বাৰা পৰিবেষ্টিত কৰা হয়। আনকি শেহতীয়া ঘৰুৱা ব্যৱহৃত যন্ত্ৰপাতিও ইণ্টাৰনেট আৰু ঘৰৰ নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰিব পাৰি। এই ‘সংযুক্ত এপ্লিকেশ্যন’সমূহে ৱেবৰপৰা সাম্প্ৰতিকতম কণটেণ্ট ব্যৱহাৰ কৰিব পাৰে।

সঠিক API-নিৰ্বাচন

উইণ্ড’জ-৮এ বিভিন্ন নেটৱৰ্কিং API প্ৰদান কৰে যি ব্যৱহাৰকাৰীসকলে  অন্য কম্পিউটাৰ আৰু ডিভাইচৰ সৈতে যোগাযোগ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে ইণ্টাৰনেট বা ব্যক্তিগত নেটৱৰ্কৰ মাধ্যমেৰে।

উইণ্ড’জ ৮ৰ বিভিন্ন APIআছে যিবোৰ ৱেব ছাৰ্ভিচ আৰু ৱেবছাইটৰ সৈতে সংযুক্ত। এই APIবোৰৰ দ্বাৰা ইউজাৰ্ছ এপ্লিকেশ্যনে  ৱেব ছাৰ্ভিচ ব্যৱহাৰ কৰিব পাৰে যিয়ে  RESৰ সমৰ্থন কৰে অথবা  HTTP-ৰ প্ৰটোকল কমাণ্ড প্ৰেৰণ কৰে। ৱেব এক্সেচৰ বাবে, API-ৰ ব্যৱহাৰকাৰীয়ে নিৰ্ভৰ কৰে এপ্লিকেশ্যন বিকাশৰ বাবে ব্যবহৃত ভাষাৰ ওপৰত:

  • XMLHTTPRequest আৰুWinJS.xhr—Apps লিখা হয় JavaScript আৰু HTMLত।
  • HttpClient—Apps লিখা হয় C# অথবা Visual Basic .NET আৰু XAMLত।
  • XML HTTP Request 2 (IXHR2)—Apps লিখা হয় C++ and XAMLত।

Windows.Networking.BackgroundTransfer API-এ ব্যৱহাৰকাৰী এপ্লিকেশ্যনক ফাইল ডাউনলোড বা আপলোড কৰাৰ ক্ষমতা আনকি এপলিকেশ্যন বন্ধ থকাৰ সময়তো। এই এপলিকেশ্যন আৰম্ভ হয় যেতিয়া স্থানান্তৰ ফৰগ্ৰাউণ্ডত আৰম্ভ হয়  আৰু ফ’কাছ থাকে আৰু উইণ্ড’জ-৮এ তেতিয়া পশ্চাত্ভূমিতো অব্যাহত ৰাখে যেতিয়া এপলিকেশ্যন বন্ধ থাকে।
Windows.Web.Syndication API-এ RSS বা Atom বিন্যাসতো  ফিড উদ্ধাৰ কৰিব পাৰে। ইয়াৰ উপৰি  Windows.Web.AtomPub API-এ এপ্লিকেশ্যনক  বিভিন্ন  তথ্যAtomPub বিন্যাসত  প্ৰকাশ কৰাৰ অনুমতি দিয়ে।

সঠিক নেটৱৰ্ক ক্ষমতা চয়ন কৰক

উইণ্ড’জে সক্ৰিয়ভাৱে নেটৱৰ্কৰ গণ্ডি আৱিষ্কাৰ কৰে আৰু নেটৱৰ্ক ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰয়োগ কৰে। ব্যৱহাৰকাৰী সঠিকভাবে এইবোৰ স্থাপন কৰিলে, এই ক্ষমতাৰে বিদ্বেষপূৰ্ণ আক্ৰমণৰপৰা ব্যৱহাৰকাৰীসকলক আৰু এপ্লিকেশ্যনক ৰক্ষা কৰাত সহায় কৰে।

এপ্লিকেশ্যন নেটৱৰ্ক ব্যৱহাৰৰ সুযোগ সংজ্ঞায়িত কৰাৰ বাবে নেটৱৰ্ক বিচ্ছিন্নতা ক্ষমতা ঘোষণা কৰা উচিত।

নেটৱৰ্ক এক্সেচ অনুৰোধ দুটি বিভাগত আহে:

1. বহিৰ্গামী ক্লায়েণ্ট-প্ৰৱৰ্তিত অনুৰোধ: ব্যৱহাৰকাৰী এপ্লিকেশ্যন ক্লায়েণ্ট হিচাপে কাম কৰে আৰু সাধাৰণত, এটি দূৰবৰ্তী কম্পিউটাৰ ছাৰ্ভাৰৰপৰা এটি প্ৰাৰম্ভিক নেটৱৰ্ক অনুৰোধ পঠাই নেটৱৰ্কৰ প্ৰৱেশাধিকাৰ আৰম্ভ কৰা হয়। এপ্লিকেশ্যনে ছাৰ্ভাৰলৈ অনুৰোধ পঠায় আৰু ছাৰ্ভাৰে এটি প্ৰতিক্ৰিয়া পঠায়।

2. অন্তৰ্মুখী, অযাচিত অনুৰোধ: ব্যৱহাৰকাৰী এপ্লিকেশ্যনে এটি নেটৱৰ্ক ছাৰ্ভাৰ হিচাপে কাম কৰে আৰু এটি দূৰৱৰ্তী কম্পিউটাৰৰপৰা আগমনকাৰী নেটৱৰ্ক অনুৰোধৰ গ্ৰহণ কৰে। দূৰৱৰ্তী কম্পিউটাৰে এটি ছাৰ্ভাৰ হিচাপে আচৰণকাৰী ব্যৱহাৰকাৰী এপ্লিকেশ্যনলৈ অনুৰোধ পঠিয়াই নেটৱৰ্কৰ প্ৰৱেশাধিকাৰ সূচনা কৰে। দূৰৱৰ্তী কম্পিউটাৰে এপ্লিকেশ্যনলৈ অনুৰোধ পঠায়, যি পুনৰ দূৰবৰ্তী কম্পিউটাৰলৈ প্ৰত্যুত্তৰ হিচাপে প্ৰেৰণ কৰা হয়।

নেটৱৰ্কৰ মাধ্যমে অনুমোদন অনুমোদনৰ সময়ত  কিছু এপ্লিকেশ্যনৰ বাবে ব্যৱহাৰকাৰী প্ৰত্যয়ন প্ৰয়োজনীয় হ’ব পাৰে।

মাইক্ৰ’ছফট ভিজুৱেল ষ্টুডিঅ’ ২০১২ এপলিকেশ্যন তালিকা ডিজাইনাৰ ব্যৱহাৰ

মিটাৰ্ড নেটৱৰ্কৰ বাবে এপ্লিকেশ্যন আচৰণ গ্ৰহণ

সম্পদ নিৰীক্ষণৰ অনুমতিৰে আৰু মিটাৰ্ড নেটৱৰ্ক অনুযায়ী আচৰণ নীৰিক্ষণ কৰাৰ অনুমতি প্ৰদান কৰি উইণ্ড’জ ৮ এপ্লিকেশ্যন ব্যৱহাৰকাৰী সমস্যা সমাধান কৰে।

The Windows.Networking.Connectivity API- এ ধৰণ আৰু নেটৱৰ্ক সংযোগ খৰচ সম্পৰ্কে তথ্য উপলব্ধ কৰোৱায়। এক  ConnectionProfile-এ এটি নেটৱৰ্ক সংযোগক প্ৰতিনিধিত্ব কৰে। ব্যৱহাৰকাৰীয়ে এক  ConnectionCost এপ্লিকেশ্যনৰ ব্যৱহাৰ কৰিব পাৰে  আচৰণ নিৰ্ধাৰণ কৰিবলৈ। NetworkCostType-এ নেটৱৰ্ক সংযোগ টাইপ নিৰ্দেশ কৰে, যেনে-- অবাৰিত, স্থায়ী, পৰিৱৰ্তনশীল আৰু অজান।

ConnectionCost-এ কিছু বুলিয়ান বৈশিষ্ট্য সম্বন্ধে অধিক তথ্য প্ৰদান কৰে।

ৰোমিং, ApproachingDataLimit আৰু OverDataLimit

ব্যৱহাৰকাৰীসকল নেটৱৰ্কৰ তথ্য, এপ্লিকেশ্যন পৰিমাণ চাবলৈ টাস্ক মেনেজাৰ ৰান কৰিব পাৰে।

নেটৱৰ্কৰ অবস্থা পৰিৱৰ্তনৰ প্ৰতিক্ৰিয়া

কোনো মোবাইল ডিভাইচত নেটৱৰ্ক পোৱা যায়।

ব্যৱহাৰকাৰী যেতিয়া ঘৰৰ বাহিৰত থাকে, তেতিয়া ৱাইফাইৰ সীমাৰ বাহিৰলৈ যাব পাৰে। এক  NetworkStatusChanged-এ   নিৰ্দেশ কৰে যে উপলব্ধ খৰচ বা সংযোগ কৰ্তন পৰিৱৰ্তিত হ’ব পাৰে। ই নেটৱৰ্ক হ্ৰাস হোৱা বাবে নাইবা ত্ৰুতিৰ বাবে সংযোগ বিচ্ছিন্ন হোৱাৰো যত্ন লয়।

নতুন নেটৱৰ্কৰ উপলব্ধতা

ডিভাইচ একাধিক নেটৱৰ্কৰ সৈতে সংযুক্ত কৰা হ’ব পাৰে। উইণ্ড’জ-৮ৰ সাধাৰণ নীতি অনুসৰি মিটাৰ্ড নেটৱৰ্কৰ মাধ্যমে এটি অবাধ নেটৱৰ্ক, আৰু ধীৰ নেটৱৰ্কৰ মাধ্যমে এটি দ্ৰুত নেটৱৰ্ক পছণ্ড কৰা হয়। এপ্লিকেশ্যন দ্বাৰা প্ৰতিষ্ঠিত উপস্থিত সংযোগ স্বয়ংক্ৰিয়ভাবে এটি নতুন নেটৱৰ্কলৈ পৰিৱৰ্তন কৰা নহয়। এপ্লিকেশ্যন  জড়িত হ’ব লাগিব, কিয়নো  এপ্লিকেশ্যনে সিদ্ধান্ত ল’ব পাৰে  নতুন নেটৱৰ্ক ছুইচ কৰাটো ভাল হ’ব নে নাই।

নেটৱৰ্ক খৰচ পৰিৱৰ্তন

নেটৱৰ্ক খৰচেৰ পৰিৱৰ্তন ঘটে যেতিয়া  NetworkCostType স্থিৰ হয় আৰু  ব্যৱহাৰকাৰী তথ্য সীমা সমীপবৰ্তী হয় অথবা তথ্য সীমা অতিক্ৰম কৰে।  নেটৱৰ্ক খৰচৰ পৰিৱৰ্তন হয় NetworkCostTypeৰ চলকৰ ফলত বা ৰোমিং পৰিৱৰ্তন হয়।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate