অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ডোজৰ RUN ৰ ব্যৱহাৰ

উইণ্ডোজৰ RUN ৰ ব্যৱহাৰ

আপুনি বাৰু উইণ্ডোজত থকা RUN ব্যৱস্থাটো কেতিয়াবা ব্যৱহাৰ কৰি পাইছেনে?

আমি বহুতেই আচলতে ইয়াৰ প্ৰকৃত ব্যৱহাৰ নাজানো? এই RUN কামাণ্ডটোৱে কম্পিউটাৰটোৰ বহুবোৰ কৰ্ম সহজে কৰাৰ সুবিধা প্ৰদান কৰে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’ল:

এক্সচিবিলিটি কন্ট্ৰোলছ: access.cpl

এক্সচিবিলিটি উইজাৰড: accwiz

এড হাৰ্ডৱেৰ উইজাৰড: hdwwiz.cpl

এড/ৰিমোভ প্ৰগ্ৰামছ: appwiz.cpl

এডমিনিছট্ৰেটিভছ টুলছ: Control admintools

অটোমেটিক আপডেট: wuaucpl.cpl

ব্লু-টুথ ফাইল ট্ৰেন্সফাৰ উইজাৰড: fsquirt

কেলকুলেটেৰ: calc

চাৰ্টিফিকেটছ: certngr.msc

কেৰেক্টাৰ মেপ: charmap

চেক ডিক্সছ: chkdsk

ক্লিপবোৰ্ড ভিউৱাৰ: clipbrd

কামাণ্ড ক্ৰোমট্‌: cmd

কম্পনেন্ট চাৰ্ভিছ: dcomcnfg

কম্পিউটাৰ মেনেজমেন্ট: compmgnt.msc

কন্টোল পেনেল: control

ইউজাৰ একাউন্সছ: control user passwords2

ডেট এণ্ড টাইমছ: timedate.cpl

ডিডিই চেয়াৰছ: ddeshare

ডিভাইচ মেনেজাৰ: devmgnt.nsc

ডাইৰেক্ট এক্স: dxdiag

ডিক্স ক্লিনাপ: cleanmgr

ডিক্স ডিফ্ৰেক্টমেন: dfrg.msc

ডিক্স মেনেজমেন্ট: diskmgnt.msc

ডিক্স পাৰ্টিচন মেনেজাৰ: diskpart

ডিচপ্লে প্ৰ’পাৰ্টিজ: desk.cpl

ড্ৰাইভাৰ ভেৰিফায়াৰ মেনেজাৰ: verifier

ইভেন্ট ভিউৱাৰ: eventvwr.msc

ফাইল এণ্ড চেটিং ট্ৰেন্সফাৰ টুল: migwiz

ফাইল চিগনেচাৰ ভেৰিফিকেশ্যন টুলছ: sigverif

ফাইন্দ ফাৰ্ষ্ট: findfast.cpl

ফোলডাৰ প্ৰ’পাৰ্টিজ: control folders

ফ্ৰন্টছ: control fonts

ফ্ৰন্টছ ফোলডাৰ: fonts

গেম কন্ট্ৰোলাৰছ: goy.cpl

গ্ৰুপ পলিচি এডিটৰ: gpedit.nsc

হেল্প এণ্ড চাপোৰ্ট: helpctr

হাইপাৰ টাৰ্মিনেল: hypertrm

ইনডেক্সিং চাৰ্ভিছ: ciadv.msc

ইন্টাৰনেট কানেকছন উইজাৰড: icwconn1

ইন্টাৰনেট এক্সপ্লোৰাৰ: iexplore

ইন্টাৰনেট প্ৰ’পাৰ্টিজ: Inetcpl.cpl

কীৱৰ্ড প্ৰ’পাৰ্টিজ: control keyboard

লোকেল চিকিউৰিটি চেটিংছ: secpol.msc

লোকেল ইউজাৰছ এণ্ড গ্ৰুপছ: lusrmgr.msc

উইণ্ডোজ লগ অফ: logoff

মাইক্ৰ’ছফট মুভি মেকাৰ: moviemk

এম এছ পেইন্ট: mspaint

মাইক্ৰছফট চিংক্ৰোনাইজেশ্যন টুলছ: mobsync

মাউচ প্ৰ’পাৰ্টিজ: control mouse

নেটৱৰ্ক কানেকশ্যনছ: control netconnections

নেটৱৰ্ক চেটআপ উইজাৰড: netsetup.cpl

নোটপেড: notepad

অনষ্ক্ৰিন কীৱৰ্ড: osk

পাচৱৰ্ড প্ৰ’পাৰ্টিজ: password.cpl

ফোন এন্দ মোডেম অপচনছ: telephone.cpl

পাৱাৰ কনফিগাৰেশ্যন: powercfg.cpl

প্ৰিন্টাৰছ এণ্ড ফেক্স: controls printers

প্ৰিন্টাৰছ ফোলডাৰছ: printers

ৰিজ’নেল চেটিং: intl.cpl

ৰিমোট ডেক্সটপ: mstsc

স্কেনাৰ এণ্ড কেমেৰা: cti.cpl

চিডিউল টাক্স: control schedcas

চিকিউৰিটি চেন্টাৰ: wscei.cpl

চেয়াৰড ফোলডাৰ: fsmg.mt.msc

উইণ্ডোজ চাট ডাউন: windows shut down

ৱৰ্ড পেড: write

উইণ্ডোজ ভাৰজন: winver

উইণ্ডোজ মেচেঞ্জাৰ: msmsgs

উইণ্ডোজ ফায়াৰৱাল: firewall.cpl

ইউটিলিটি মেনেজাৰ: utilman

ইউজাৰ একাউন্সছ মেনেজমেন্ট: nusrmgr.cpl

উৎস: ইন্টাৰনেট

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate