অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ড’চ

৩.০ ড’চ

ড’চ(dos)ৰ সম্পূৰ্ণ অথ্ হৈছে –ডিস্ক অপাৰেটিং চিষ্টেম(disk operating system)

  • ড’চ এনে এক অপাৰেটিং চিষ্টেম(operating system)যিয়ে কম্পউটাৰৰ হাৰ্ডৱেৰক(hardware)নিয়ন্ত্রিত কৰে আৰু এনে এক পৰিবেশৰ সূচনা কৰে যত প্রগ্রেমবোৰৰ সহজতে সঞ্চালন ঘটে।
  • ড’চ অপাৰেটিং চিষ্টেম(dos operating system)কমাণ্ড ইউজাৰ ইন্টাৰফেচ(CUI)হয়।
  • ড’চে চিষ্টেম কম্পিউটাৰ(system computer)আৰু ইউজাৰৰ মাজত সংবাদৰ প্রবাহ নিয়ন্ত্রিত ৰাখে/নিয়ন্ত্রিত কৰে আৰু ই এক অনুবাদক(translate)ৰ ৰূপত কার্য্য সম্পাদন কৰে।

৩.১ ড’চ(Dos)আৰু উইনড’জৰ(Windows)মাজত তুলনা

  • ড’চ(dos)ৰ অপাৰেটিং চিষ্টেম(Operating System)চি ইউ আই(CUI)ৰ ওপৰত আধাৰিত আনহাতে উইনড’জ(windows)ৰ অপাৰেটিং চিষ্টেম জি ইউ আই(GUI)ৰ ওপৰত আধৰিত।
  • উইনড’জ(windows)ৰ প্রাৰম্ভিক ভাৰচন(Version)চলাবৰ বাবে ড’চৰ প্রয়োজন হৈছিল। যেনেঃ- Windows3.0, Windows3.5, Windows95 ইত্যাদি।
  • কম্পিউটাৰ চিষ্টেম(Computer System)ক বুট(Boot) ড’চৰ(Dos)ৰ দ্বাৰা কৰাৰ পাছতহে উইনড’জ(Windows)ই নিজৰ আধাৰিত প্রক্রিয়া আৰম্ভ কৰি হার্ডৱেৰ(Hardware)ৰ লগত সংযোগ ঘটায়।
  • উইনড’জ(Windows)সদায় ইউজাৰ(user)ৰ লগত বন্ধুত্বভাবাপন্ন (User Friendly)হয়,আনহাতে ড’চ নহয়।

৩.২ ড’চ(Dos)আৰু উইনড’জৰ মাজত সাল সলনি ঘটোৱা

  • উইনড’জ অপাৰেটিং চিষ্টেম(Windows Operating System)ৰ ডেক্সটপত(Desktop)ড’চ(Dos)এক বিকল্প আইকণৰ ৰূপত থাকে,যাৰ ব্যৱহাৰ কৰি উইনড’জটো ড’চ(Dos)প্রগ্রেম আৰু কামাণ্ডৰ ওপৰত কাম কৰিব পাৰি।
  • ড’চ(Dos) উইনড’জ(Windows)ৰ লগতে পোৱা যায়।ইয়াক আকৌ বেলেগকৈ ল’ড(Load)কৰাৰ প্রয়োজন নহয়/আৱশ্যক নহয়।
  • উইনড’জৰ ডেক্সটপত ড’চ(Dos)আইকণ(Icon)নেদেখিলে Start লৈ গৈ Run ত ক্লিক কৰি CMD লিখি Enter Key প্রেচ(Press)কৰিলেই আপোনাৰ উইনড’জ(Windows)ত ড’চ(Dos)প্রগ্রেম খুলি যাব।
  • ড’চ(Dos)আৰু উইনড’জত(Windows)একে সময়তে কাম কৰিবলৈ হলে Alt+Tab Key ব্যৱহাৰ কৰা হয় যাৰ জৰিয়তে আমি সক্ৰিয়(Active)উইনড’(Window)লৈ বদলি কৰিব পাৰো।

৩.৩ ড’চ কামাণ্ড(Dos Command)

  • কম্পিউটাৰ(computer)ৰ কিছুমান নিৰ্ধাৰিত কাৰ্য্য কৰিবলৈ যিবিলাক নিৰ্দেশে বাধ্য কৰায়,সেই নিৰ্দেশ সমূহকেই কামাণ্ড(Command)বুলি কোৱা হয়।
  • ইন্টাৰনেল কামাণ্ড(Internal Command)বোৰ অপাৰেটিং চিষ্টেম(Operating System)ৰ কামাণ্ড ড’চ কম(Command Dos Com)ত থাকে।
  • এক্সটাৰনেল কামাণ্ড(External Command)বোৰ .EXE বা .Com ফাইলত থাকে।

৩.৩.১ ফাইল বা ডাইৰেক্টৰি মেনুপুলেচন কৰা

ডি আই আৰ কামাণ্ডএ ডাইৰেক্টৰীজ (directories) আৰু ফাইল(files)ৰ সূচী প্রদান কৰে।

Syntax: 
DIR [Drive:] [Path] [File Name] 
উদাহৰণঃ 
DIR C:\DOEACC\abc.doc 
ডি আই আৰ(DIR)কামাণ্ড(command)ৰ লগত কিছুমান(attribute)ৰ প্রয়োগ কৰা হয়। 
যেনেঃ-/A,/L,/P,/W,/S ইত্যাদি।

CHDIR/CD 
CHDIR অথবা CD কামাণ্ডৰ অৰ্থ হৈছে change directory. 
CHDIR কামাণ্ড(command)এটা ডাইৰেক্টৰীৰ পৰা অন্য কোনোবা ডাইৰেক্টৰীলৈ যাবলৈ প্রয়োগ কৰা হয়। 
Syntax: 
CHDIR [Drive:] [Path] 
বা 
CD [Drive:] [Path]

  • CD.. কামাণ্ডৰ প্রয়োগ বর্তমান ডাইৰেক্টৰীৰ পৰা আগৰ ডাইৰেক্টৰী পাবলৈ কৰা হয়।
  • CD\কামাণ্ড(Command)বৰ্তমান চলি থকা ডাইৰেক্টৰী ড্রাইভ(directory drive)লৈ যাবলৈ প্রয়োগ কৰা হয়।

MKDIR/MD


MKDIR কামাণ্ড (command) ডাইৰেক্টৰী (directory) বনাবলৈ প্রয়োগ কৰা হয়। 
Syntax: 
MKDIR [Drive:] [Path] Directory Name. 
বা 
MD [Drive:] [Path] Directory Name. 
RMDIR/RD 
RMDIR কামাণ্ড(Command)ডাইৰেক্টৰী(directory) ডিলিট(delete)কৰিবলৈ ব্যৱহৃত হয়। 
Syntax:
RMDIR [Drive:] [Path] 
বা 
RD [Drive:] [Path]

  • কোনো ডাইৰেক্টৰী(directory)ডিলিট(delete)কৰিবলৈ সেই ডাইৰেক্টৰী(directory)টো খালী থকাটো আৱশ্যকীয়।

ফাইল বনাবৰ বাবে প্রয়োজনীয় কামাণ্ড(Command)

Copy Con

Copy Con কামাণ্ড(command)ফাইল(file)বনাবৰ বাবে প্রয়োগ কৰা হয়।

Syntax:

Copy Con File Name

উদাহৰণঃ

Copy Con Student

Edit 
Edit কামাণ্ডে(Command)ৰে editor ৰ সহায়ত বনাবৰ (create)বাবে ব্যৱহৃত হয়। 
Syntax:

Edit File Name.

উদাহৰণঃ

Edit Student.

৩.৩.২ ফাইল বা Disk কপি(Copy)কৰা

Copy

Copy কামাণ্ড(command)ফাইলক এটা স্থানৰ পৰা আন এটা স্থানলৈ কপি(copy)কৰিবলৈ ব্যৱহাৰ কৰা হয়।

Syntax:

Copy Source File Path Destination File Path

উদাহৰণঃ

Copy C:\DOEACC\abc.txt D:\Any Folder

ইয়াত Source File Path সেই নিৰ্দিষ্ট ফাইলৰ স্থান যত সেই ফাইলটো বনোৱা হৈছিল। Destination সেই স্থান যত ফাইলটো কপি(Copy)কৰি ৰখা যাব।

X Copy

এক্সকপি কামাণ্ড (command) tree বা disk ক কপি কৰিবলৈ ব্যৱহৃত হয়।

Syntax:

Xcopy Directory [Destination Directory]

৩.৩.৩ ফাইল ডিলিট/অনডিলিট কৰা

DEL
DEL কামাণ্ড(command)ফাইল ডিলিট(delete)কৰিবলৈ প্রয়োগ কৰা হয়। 
Syntax: 
Del [Path] File Name 
বা 
Erase [Path] File Name 
উদাহৰণঃ 
Del C:\DOEACC\abc.doc 
UNDEL

UNDEL কামাণ্ড ডিলিট(delete)কৰি উঠা ফাইলটো লগে লগে উভতাই আনিবলৈ প্রয়োগ কৰা হয়। 
Syntax:

UNDEL [Path] File Name

উদাহৰণঃ

UNDEL C:\DOEACC\abc.doc

৩.৩.৪ ফ্লপি ডিস্কক ফৰ্মেট কৰা

FORMAT

FORMAT কামাণ্ড(command)এ কোনো ড্রাইভ(drive)বা ডিক্স(disk)ৰ সম্পূৰ্ণ ডাটা(data)ডিলিট(delete)কৰে।

Syntax:

FORMAT Drive:

উদাহৰণঃ

FORMAT A:

উৎস: ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate