অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাইক্র’ছফট ইন্ডিক

মাইক্র’ছফট ইন্ডিক

মাইক্র’ছফট উইন্ডোজত প্রয়োগ কৰা বা যিকোনো ওয়েব পৃষ্ঠাত যিকোনো ভাৰতীয় ভাষাৰ মাধ্যমেৰে পাঠ্যাংশত প্রবেশ কৰিবলৈ মাইক্র’ছফট ইন্ডিক লেংগুয়েজ ইনপুট টুলচ্‌ এ সহায় কৰে। প্রাথমিক ভিতৰুৱা কাৰিগৰি খিনি হ’ল লিপ্যান্তৰ। অতিৰিক্ত ভাবে ই আপোনাক এটা দৃশ্যমান কী-বোর্ড দিয়ে যাৰ ফলত আপুনি আখৰ বিলাক লিপ্যান্তৰ কৰিবৰ সময়ত আপুনাক সহায় কৰে। এই সাহয্যকাৰী ভাৰতীয় ভাষা বিলাক হ’ল হিন্দী, বঙালী, তামিল, তেলেগু, কান্নাডা আৰু মালায়ালাম।

ওয়েবচাইটত তামিল

আপুনি এতিয়া মাইক্র’ছফট ইন্ডিক লেংগুয়েজ ইনপুট টুলচ্‌ৰ (ILIT) এই ওয়েব সংস্কৰনটোক আপোনাৰ ওয়েবচাইটত সংযোজন কৰিব পাৰে যাতে আপুনাৰ অতিথি সকলে সহজেই চাইটৰ এই তামিল সংস্কৰনটোতে প্রবেশ কৰিব পাৰে। এই সুবিধাটোয়ে মানুহক সহজেই যিকোনো বস্তু বিচৰা, প্রপত্র পূৰণ কৰা আৰু আপুনাৰ এই চাইটত প্রবেশ কৰা কাৰোবাৰ লগত তামিল ভাষাত আলোচনা আদি কৰিব পাৰে।

ILIT ৰ এই ওয়েব সংস্কৰনটোক আপুনাৰ ওয়েবচাইটত অর্ন্তভুক্তি কৰাটো অতিকৈ উজু বিষয়, যেন আপুনি HTML ৰ পৃষ্ঠাৰ পৰা কিবা এটা বিষয় কপি কৰিছে আৰু পিছত আন ঠাইত বহুৱাইছে। ইয়াক আপুনি এটা বা দুটা ভিন ভিন পদ্ধতিত ব্যৱহাৰ কৰিব পাৰে:

অপ্ট-আউট মুড

লিপ্যান্তৰটো সাহায্যকাৰী সকলো বিলাক নিবেশকাৰী ক্ষেত্রতেই প্রযোজ্য হয় যিবিলাক ক্ষেত্রত ইয়াক অনুমতি দিয়া হয়। লিপ্যান্তৰটোক এটা নিদির্ষ্ট ক্ষেত্রত আৱদ্ধ কৰি ৰাখিবলৈ আপুনাক ইয়াৰ ওপৰত এটা বিশেষ প্রতীক দিব লাগিব । এইটো হ’ব এটা ডিফল্ট মূড আৰু আপুনি যদিহে আপোনাৰ অধিকাংশ পৃষ্ঠা বিলাকক তামিল ভাষাত বিচাৰে তেন্তে এই ক্ষেত্রতহে ইয়াক অনুমোদন দিয়া যায়।

অপ্ট-ইন মুড

সাহায্যকাৰী সেই বিলাক নিবেশকাৰী ক্ষেত্রতে প্রযোজ্য নহয় যিবিলাক ক্ষেত্রত ইয়াক অনুমতি দিয়া নহয়। লিপ্যান্তৰটোক এটা নিদির্ষ্ট ক্ষেত্রত আৱদ্ধ কৰি ৰাখিবলৈ আপুনাক ইয়াৰ ওপৰত এটা বিশেষ প্রতীক দিব লাগিব । এইটো হ’ব এটা ডিফল্ট মূড আৰু আপুনি যদিহে আপোনাৰ অধিকাংশ পৃষ্ঠা বিলাকক তামিল ভাষাত বিচাৰে তেন্তে এই ক্ষেত্রতহে ইয়াক অনুমোদন দিয়া যায়।

ILIT ৰ এই ওয়েব ভার্চেনটো বর্তমানে মাইক্র’ছফট ইন্টাৰনেট এক্সপ্ল’ৰাৰ, মজিলা ফায়াৰফক্স, চাফাৰী আৰু গ’গল ক্রোম আৰু আংশিক অপেৰাৰ দ্বাৰা সাহায্যপ্রাপ্ত আছে। পৰিপূর্ণভাবে সাহায্যকাৰী ব্রাউজাৰত প্রত্যেকটো প্রবেশকাৰী ক্ষেত্রই সহায়প্রাপ্ত্য আছে, যেনে: সাধাৰণ টেক্সট সীমা আনকি বিস্তৃত সীমা। ওপৰত মাথোন সাধাৰণ টেক্সট সীমাহে পাব।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate