অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰহাণুৰ দিশে যাব ‘নাছা’ৰ যান

গ্ৰহাণুৰ দিশে যাব ‘নাছা’ৰ যান

এটা গ্ৰহাণুৰ দিশে যাব মাৰ্কিন মহাকাশযান| ‘বেন্নু’ নামৰ এই গ্ৰহাণুটোৰ দিশে যাব নাছাৰ যানখন| গ্ৰহাণুটোৱে ২১৩৫ চনত পৃথিৱীক খুন্দা মৰাৰ আশংকা আছে| ১৯৯৯ চনত আৱিস্কৃত গ্ৰহাণুটোৱে প্ৰতি ছবছৰৰ মুৰত পৃথিৱীৰ কক্ষপথত প্ৰবেশ কৰে| দুৰত্ব কমি আহিলে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত গ্ৰহাণুটোৱে পৃথিৱীৰ দিশে নামি আহিব পাৰে| ৫০০ মিটাৰ আকাৰৰ গ্ৰহাণুটোৱে সূৰ্যৰ কেউদিশে প্ৰতিঘণ্টাত ৬৩,০০০ মাইল বেগত গতি কৰি আছে| পৃথীৱিত খুন্দা লাগিলে ৩০০ কৌটি টন বিস্ফোৰকৰ সমান বৃহৎ বিস্ফোৰণ সংঘটিত হ’ব| গ্ৰহাণুটো অধ্যয়নৰ বাবে ৮ ছেপ্তেম্বৰত যাব নাছাৰ যানখন| এই গ্ৰহাণুটো পাব ২০১৮ চনৰ আগষ্টত|

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 5/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate