মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / দ্বাদশ শ্ৰেণীৰ পিছত প্ৰৱেশ পৰীক্ষাসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দ্বাদশ শ্ৰেণীৰ পিছত প্ৰৱেশ পৰীক্ষাসমূহ

এটা সঠিক পেশাগত পথ প্ৰদৰ্শকে ভৱিষ্যতে এটা সুন্দৰ জীৱন যাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। দ্বাদশ শ্ৰেণীৰ পিছত প্ৰৱেশ পৰীক্ষাসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে এই শিতানত অৱগত হʼব।

  1. পদাৰ্থ, ৰসায়ন আৰু গনিতৰ পাঠ্যক্ৰম থকা সকলৰ বাবে এনডিএ ৰ নামভৰ্ত্তিৰ পৰীক্ষা
  2. পদাৰ্থ, ৰসায়ন আৰু গনিতৰ পাঠ্যক্ৰম থকা সকলৰ বাবে আইআইটি ৰ যুটীয়া নামভৰ্ত্তিৰ পৰীক্ষা
  3. পদাৰ্থ, ৰসায়ন আৰু গনিতৰ পাঠ্যক্ৰম থকা সকলৰ বাবে সৰ্বভাৰতীয় অভিযান্ত্ৰিক নামভৰ্ত্তিৰ পৰীক্ষা
  4. সৰ্বভাৰতীয় প্ৰাগ চিকিৎসা বিজ্ঞান/প্ৰাগ দন্ত চিকিৎসা বিজ্ঞানৰ নামভৰ্ত্তিৰ পৰীক্ষা
  5. চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰীসকলৰ বাবে সুৰক্ষাবাহিনীৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ নামভৰ্ত্তিৰ পৰীক্ষা
  6. ৰাজ্যিক পৰ্য্যায়ত অভিযান্ত্ৰিক/চিকিৎসা বিজ্ঞান, ফাৰ্মাচিৰ যুটীয়া নামভৰ্ত্তিৰ পৰীক্ষা
  7. সৈনিক নিযুক্তিৰ পৰীক্ষা
  8. ভাৰতত টেক কেডেট নামভৰ্ত্তি আঁচনি
  9. সীমা সুৰক্ষা বাহিনীত সহকাৰী উপদৰ্শকৰ কেৰাণী
  10. ৰেলবিভাগত বিজ্ঞানৰ শিক্ষা নবিচৰ বিশেষ কেৰাণী
3.14634146341
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top