অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অপশ্ননেল ৰাউণ্ড

অপশ্ননেল ৰাউণ্ড

বস্তুনিষ্ঠ প্ৰশ্নোত্তৰ

১) প্ৰশ্ন : ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী গৰাকী কোন?

উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ।

২) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : বন্দৰ নায়ক।

৩) প্ৰশ্ন : ভাৰতৰ ‘ইলেক্ট্ৰনিক চিটি’ বুলি কোন খন নগৰীক কোৱা হয়?

উত্তৰ : বাংগালোৰ।

৪) প্ৰশ্ন : কোন খন দেশক সাগৰৰ বন্ধু বুলি কোৱা হয়?

উত্তৰ : গ্ৰেট বৃটেইন।

৫) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?

উত্তৰ : সমুদ্ৰগুপ্ত।

৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি?

উত্তৰ : বেংগল গেজেত।

৭) প্ৰশ্ন : সহটকীয়া নোট এখনত তলৰ কোনটো জন্তুৰ ছবি দেখা নাযায়?

উত্তৰ : ভালুক।

৮) প্ৰশ্ন : জনপ্ৰিয় হাস্য চৰিত্ৰৰ অভিনেতা চাৰ্লি চেপলিন কোন দেশৰ আছিল?

উত্তৰ : ইংলেণ্ড।

৯) প্ৰশ্ন : পাণ্ডৱ সকলে কি অৰণ্য কাটি ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰিছিল?

উত্তৰ : খাণ্ডৱ।

১০) প্ৰশ্ন : কোন সাহিত্যিকে ‘পাঁচ আঙ্গনৱালা ঘৰ’ গ্ৰন্থৰ বাবে ইং ১৯৯৮ চনৰ ব্যাস সন্মান লাভ কৰে?

উত্তৰ : গোবিন্দ মিশ্ৰ।

১১) প্ৰশ্ন : বিতৰ্কিত কথাছবি “ফায়াৰ”ৰ পৰিচালক কোন?

উত্তৰ : দীপা মেহতা।

১২) প্ৰশ্ন : ইজিপ্তছিয়ান সকলে ১/৩ বুজিবলৈ ব্যৱহাৰ কৰা চিহ্নটো আছিল?

উত্তৰ : III

১৩) প্ৰশ্ন : হিৰোশ্বিমাত প্ৰথম আণৱিক বোমা বিস্ফোৰণ হৈছিল?

উত্তৰ : ১৯৪৫ চনৰ ৬ আগষ্ট।

১৪) প্ৰশ্ন : এইচ. আই. ভি. প্ৰথম কাৰ দেহত ধৰা পৰিছিল?

উত্তৰ : সেউজীয়া বান্দৰৰ দেহত।

১৫) প্ৰশ্ন : জিম কৰবেটৰ নৰখাদক বাঘ চিকাৰৰ কাহিনী কোন অৰণ্য অঞ্চলৰ সৈতে জড়িত?

উত্তৰ : কুমায়ন হিমালয়।

১৬) প্ৰশ্ন : A, B, AB আৰু O তেজৰ এই চাৰিটা গ্ৰুপৰ কোনটিক সাৰ্বজনীন (Universal doner) দাতা বুলি কোৱা হয়?

উত্তৰ :  O ।

১৭) প্ৰশ্ন : G – 7  কি?

উত্তৰ : উন্নত দেশ কেইখনৰ এক গোষ্ঠী।

১৮) প্ৰশ্ন : মেক মোহন লাইন কি?

উত্তৰ : ভাৰত আৰু চীনৰ সীমাৰেখা।

১৯) মোবাইল ফোনৰ হেণ্ডছেট এটাত ৬ লিখা থকা বুটামটোত ইংৰাজী বৰ্ণমালাৰ কি কি আখৰ থাকে?

উত্তৰ : MNO ।

২০) প্ৰশ্ন : ৰাষ্ট্ৰপতিয়ে নিয়োজিত নকৰা পদবীটো কি?

উত্তৰ : উপ – ৰাষ্ট্ৰপতি।

২১) প্ৰশ্ন : ইংলিচ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?

উত্তৰ : আৰতি সাহা।

২২) প্ৰশ্ন : কোনবিধ গেছ গ্ৰীন হাউচ ক্ৰিয়াৰ (effect) সৈতে জড়িত?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।

২৩) প্ৰশ্ন : বিচমিলাহ খানে বজোৱা সংগীত যন্ত্ৰটোৰ নাম কি?

উত্তৰ : চেহনাই।

২৪) প্ৰশ্ন : কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : ১৯৭১ চনত।

২৫) প্ৰশ্ন : বৌদ্ধ সকলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কি আছিল?

উত্তৰ : নালন্দা।

২৬) প্ৰশ্ন : সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মীয়ে (Ultra Violet Ray) সৃষ্টি কৰে। ই কি বেমাৰত অতিকৈ প্ৰভাৱ পেলায়?

উত্তৰ : ছালৰ কেন্সাৰ।

২৭) প্ৰশ্ন : কাৰ নেতৃত্বত ‘ইণ্ডিয়ান নচনেল আৰ্মী’ গঠিত হৈছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

২৮) প্ৰশ্ন : খাদ্যত কি বস্তুৰ অভাৱত মানুহৰ হাড়-দাঁতৰ গঠন সঠিকভাৱে নহয়?

উত্তৰ : কেলচিয়াম।

২৯) প্ৰশ্ন : ভাৰতৰ কোন চহৰত কোৱা হয় ‘চিটি অৱ গ’ল্‌ডেন টেম্পল’?

উত্তৰ : অমৃতসৰ।

৩০) প্ৰশ্ন : ‘গোলকুণ্ডা ফ’ৰ্ট’ কোন চহৰত অৱস্থিত?

উত্তৰ : হায়দৰাবাদ।

৩১) প্ৰশ্ন : ১৪৯৮ চনত সাগৰীয় পথেৰে ইউৰোপৰ পৰা আহি ভাৰত ভূ-খণ্ড উপস্থিত হোৱা ভাস্কো-ডা-গামা কোন দেশৰ নাগৰিক আছিল?

উত্তৰ : পৰ্তুগীজ নাবিক।

৩২) প্ৰশ্ন : ভাৰতৰ জাতীয় প্ৰতীকৰ চিহ্নটো কি?

উত্তৰ : অশোক স্তম্ভ।

৩৩) প্ৰন : ‘তৃতীয় বিশ্বৰ দেশ’ (3rd World Country) বুলি কাক বুজোৱা হয়?

উত্তৰ : উন্নয়নশীল দেশসমূহক।

৩৪) প্ৰশ্ন : অস্কাৰ বঁটা লাভ কৰা প্ৰথম জন ভাৰতীয় কোন আছিল?

উত্তৰ : ভানু আথাইয়া।

৩৫) প্ৰশ্ন : ঝাৰখণ্ড ৰাজ্য কোন চনত গঠন হৈছিল?

উত্তৰ : ২০০০ চনত।

৩৬) প্ৰশ্ন : ছত্তীশ গড় ৰাজ্যৰ প্ৰধান ভাষা কি?

উত্তৰ : হিন্দী।

৩৭) প্ৰশ্ন : ১৯৫১ চনত ভাৰতত শিক্ষিত হাৰ কিমান আছিল?

উত্তৰ : ১৮.৩ শতাংশ।

৩৮) প্ৰশ্ন : কানাই বৰশী বোৱা শিলালিপি ক’ত আছে?

উত্তৰ : উত্তৰ গুৱাহাটী।

৩৯) প্ৰশ্ন : ‘হেমকোষ’ৰ প্ৰণেতা কোন আছিলে?

উত্তৰ : হেমচন্দ্ৰ বৰুৱা।

৪০) প্ৰশ্ন : দাদা চাহেব ফাল্কে বঁটা লাভা অসমীয়া জন কোন আছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

৪১) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল?

উত্তৰ : পাৰ্বতি কুমাৰ গোস্বামী।

৪২) প্ৰশ্ন : প্ৰথম টেলী প্ৰিণ্টাৰ ব্যৱহাৰ কৰা অসমীয়া দৈনিক কাকতখনৰ নাম কি?

উত্তৰ : দৈনিক অসমীয়া।

৪৩) প্ৰশ্ন : অসমৰ ক্ষুদ্ৰতম নদীদ্বীপ কি?

উত্তৰ : উমানন্দ।

৪৪) প্ৰশ্ন : কথাছবি পৰিচালনা কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল?

উত্তৰ : প্ৰথমেশ বৰুৱা।

৪৫) প্ৰশ্ন : ছেৰছাহে প্ৰথমে কিহেৰে ‘ডাক’ অনা-নিয়া কৰিছিল?

উত্তৰ : ঘোঁৰাৰে।

৪৬) প্ৰশ্ন : মাদাৰ টেৰেছাই কিমান চনত ন’বেল বঁটা লাভ কৰে?

উত্তৰ : ১৯৭৯ চনত।

৪৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰধান কোন?

উত্তৰ : প্ৰধানমন্ত্ৰী।

৪৮) প্ৰশ্ন : উত্তৰ – পূব উন্নয়ন বিত্তীয় নিগমৰ সংক্ষিপ নাম কি?

উত্তৰ : নেড্‌ফি।

লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ

3.01408450704
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top