অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অপশ্ননেল ৰাউণ্ড

অপশ্ননেল ৰাউণ্ড

বস্তুনিষ্ঠ প্ৰশ্নোত্তৰ

১) প্ৰশ্ন : ভাৰতৰ প্ৰথম ন’বেল বঁটা বিজয়ী গৰাকী কোন?

উত্তৰ : ৰবীন্দ্ৰ নাথ ঠাকুৰ।

২) প্ৰশ্ন : বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : বন্দৰ নায়ক।

৩) প্ৰশ্ন : ভাৰতৰ ‘ইলেক্ট্ৰনিক চিটি’ বুলি কোন খন নগৰীক কোৱা হয়?

উত্তৰ : বাংগালোৰ।

৪) প্ৰশ্ন : কোন খন দেশক সাগৰৰ বন্ধু বুলি কোৱা হয়?

উত্তৰ : গ্ৰেট বৃটেইন।

৫) প্ৰশ্ন : ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়?

উত্তৰ : সমুদ্ৰগুপ্ত।

৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি?

উত্তৰ : বেংগল গেজেত।

৭) প্ৰশ্ন : সহটকীয়া নোট এখনত তলৰ কোনটো জন্তুৰ ছবি দেখা নাযায়?

উত্তৰ : ভালুক।

৮) প্ৰশ্ন : জনপ্ৰিয় হাস্য চৰিত্ৰৰ অভিনেতা চাৰ্লি চেপলিন কোন দেশৰ আছিল?

উত্তৰ : ইংলেণ্ড।

৯) প্ৰশ্ন : পাণ্ডৱ সকলে কি অৰণ্য কাটি ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰিছিল?

উত্তৰ : খাণ্ডৱ।

১০) প্ৰশ্ন : কোন সাহিত্যিকে ‘পাঁচ আঙ্গনৱালা ঘৰ’ গ্ৰন্থৰ বাবে ইং ১৯৯৮ চনৰ ব্যাস সন্মান লাভ কৰে?

উত্তৰ : গোবিন্দ মিশ্ৰ।

১১) প্ৰশ্ন : বিতৰ্কিত কথাছবি “ফায়াৰ”ৰ পৰিচালক কোন?

উত্তৰ : দীপা মেহতা।

১২) প্ৰশ্ন : ইজিপ্তছিয়ান সকলে ১/৩ বুজিবলৈ ব্যৱহাৰ কৰা চিহ্নটো আছিল?

উত্তৰ : III

১৩) প্ৰশ্ন : হিৰোশ্বিমাত প্ৰথম আণৱিক বোমা বিস্ফোৰণ হৈছিল?

উত্তৰ : ১৯৪৫ চনৰ ৬ আগষ্ট।

১৪) প্ৰশ্ন : এইচ. আই. ভি. প্ৰথম কাৰ দেহত ধৰা পৰিছিল?

উত্তৰ : সেউজীয়া বান্দৰৰ দেহত।

১৫) প্ৰশ্ন : জিম কৰবেটৰ নৰখাদক বাঘ চিকাৰৰ কাহিনী কোন অৰণ্য অঞ্চলৰ সৈতে জড়িত?

উত্তৰ : কুমায়ন হিমালয়।

১৬) প্ৰশ্ন : A, B, AB আৰু O তেজৰ এই চাৰিটা গ্ৰুপৰ কোনটিক সাৰ্বজনীন (Universal doner) দাতা বুলি কোৱা হয়?

উত্তৰ :  O ।

১৭) প্ৰশ্ন : G – 7  কি?

উত্তৰ : উন্নত দেশ কেইখনৰ এক গোষ্ঠী।

১৮) প্ৰশ্ন : মেক মোহন লাইন কি?

উত্তৰ : ভাৰত আৰু চীনৰ সীমাৰেখা।

১৯) মোবাইল ফোনৰ হেণ্ডছেট এটাত ৬ লিখা থকা বুটামটোত ইংৰাজী বৰ্ণমালাৰ কি কি আখৰ থাকে?

উত্তৰ : MNO ।

২০) প্ৰশ্ন : ৰাষ্ট্ৰপতিয়ে নিয়োজিত নকৰা পদবীটো কি?

উত্তৰ : উপ – ৰাষ্ট্ৰপতি।

২১) প্ৰশ্ন : ইংলিচ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল?

উত্তৰ : আৰতি সাহা।

২২) প্ৰশ্ন : কোনবিধ গেছ গ্ৰীন হাউচ ক্ৰিয়াৰ (effect) সৈতে জড়িত?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।

২৩) প্ৰশ্ন : বিচমিলাহ খানে বজোৱা সংগীত যন্ত্ৰটোৰ নাম কি?

উত্তৰ : চেহনাই।

২৪) প্ৰশ্ন : কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ : ১৯৭১ চনত।

২৫) প্ৰশ্ন : বৌদ্ধ সকলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কি আছিল?

উত্তৰ : নালন্দা।

২৬) প্ৰশ্ন : সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মীয়ে (Ultra Violet Ray) সৃষ্টি কৰে। ই কি বেমাৰত অতিকৈ প্ৰভাৱ পেলায়?

উত্তৰ : ছালৰ কেন্সাৰ।

২৭) প্ৰশ্ন : কাৰ নেতৃত্বত ‘ইণ্ডিয়ান নচনেল আৰ্মী’ গঠিত হৈছিল?

উত্তৰ : সুভাষ চন্দ্ৰ বসু।

২৮) প্ৰশ্ন : খাদ্যত কি বস্তুৰ অভাৱত মানুহৰ হাড়-দাঁতৰ গঠন সঠিকভাৱে নহয়?

উত্তৰ : কেলচিয়াম।

২৯) প্ৰশ্ন : ভাৰতৰ কোন চহৰত কোৱা হয় ‘চিটি অৱ গ’ল্‌ডেন টেম্পল’?

উত্তৰ : অমৃতসৰ।

৩০) প্ৰশ্ন : ‘গোলকুণ্ডা ফ’ৰ্ট’ কোন চহৰত অৱস্থিত?

উত্তৰ : হায়দৰাবাদ।

৩১) প্ৰশ্ন : ১৪৯৮ চনত সাগৰীয় পথেৰে ইউৰোপৰ পৰা আহি ভাৰত ভূ-খণ্ড উপস্থিত হোৱা ভাস্কো-ডা-গামা কোন দেশৰ নাগৰিক আছিল?

উত্তৰ : পৰ্তুগীজ নাবিক।

৩২) প্ৰশ্ন : ভাৰতৰ জাতীয় প্ৰতীকৰ চিহ্নটো কি?

উত্তৰ : অশোক স্তম্ভ।

৩৩) প্ৰন : ‘তৃতীয় বিশ্বৰ দেশ’ (3rd World Country) বুলি কাক বুজোৱা হয়?

উত্তৰ : উন্নয়নশীল দেশসমূহক।

৩৪) প্ৰশ্ন : অস্কাৰ বঁটা লাভ কৰা প্ৰথম জন ভাৰতীয় কোন আছিল?

উত্তৰ : ভানু আথাইয়া।

৩৫) প্ৰশ্ন : ঝাৰখণ্ড ৰাজ্য কোন চনত গঠন হৈছিল?

উত্তৰ : ২০০০ চনত।

৩৬) প্ৰশ্ন : ছত্তীশ গড় ৰাজ্যৰ প্ৰধান ভাষা কি?

উত্তৰ : হিন্দী।

৩৭) প্ৰশ্ন : ১৯৫১ চনত ভাৰতত শিক্ষিত হাৰ কিমান আছিল?

উত্তৰ : ১৮.৩ শতাংশ।

৩৮) প্ৰশ্ন : কানাই বৰশী বোৱা শিলালিপি ক’ত আছে?

উত্তৰ : উত্তৰ গুৱাহাটী।

৩৯) প্ৰশ্ন : ‘হেমকোষ’ৰ প্ৰণেতা কোন আছিলে?

উত্তৰ : হেমচন্দ্ৰ বৰুৱা।

৪০) প্ৰশ্ন : দাদা চাহেব ফাল্কে বঁটা লাভা অসমীয়া জন কোন আছিল?

উত্তৰ : ড° ভূপেন হাজৰিকা।

৪১) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল?

উত্তৰ : পাৰ্বতি কুমাৰ গোস্বামী।

৪২) প্ৰশ্ন : প্ৰথম টেলী প্ৰিণ্টাৰ ব্যৱহাৰ কৰা অসমীয়া দৈনিক কাকতখনৰ নাম কি?

উত্তৰ : দৈনিক অসমীয়া।

৪৩) প্ৰশ্ন : অসমৰ ক্ষুদ্ৰতম নদীদ্বীপ কি?

উত্তৰ : উমানন্দ।

৪৪) প্ৰশ্ন : কথাছবি পৰিচালনা কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল?

উত্তৰ : প্ৰথমেশ বৰুৱা।

৪৫) প্ৰশ্ন : ছেৰছাহে প্ৰথমে কিহেৰে ‘ডাক’ অনা-নিয়া কৰিছিল?

উত্তৰ : ঘোঁৰাৰে।

৪৬) প্ৰশ্ন : মাদাৰ টেৰেছাই কিমান চনত ন’বেল বঁটা লাভ কৰে?

উত্তৰ : ১৯৭৯ চনত।

৪৭) প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰধান কোন?

উত্তৰ : প্ৰধানমন্ত্ৰী।

৪৮) প্ৰশ্ন : উত্তৰ – পূব উন্নয়ন বিত্তীয় নিগমৰ সংক্ষিপ নাম কি?

উত্তৰ : নেড্‌ফি।

লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate