অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম

অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম

প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচয়িতা      : যতীন্দ্ৰনাথ দুৱৰা।

প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা        : লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰথম অসমীয়া ছপা পুথি              : ‘ধৰ্ম পুস্তক’ (১৮১৩), আত্মাৰাম শৰ্মা।

প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী            : ‘বিলাতৰ চিঠি’ (১৯৩৯), জ্ঞানদাভিৰাম বৰুৱা।

প্ৰথম অসমীয়া ছনেট                : ‘প্ৰিয়তমাৰ চিঠি’, হেমচন্দ্ৰ গোস্বামী।

প্ৰথম অসমীয়া ছনেট পুথি             : ‘মালচ’ (১৯১৮), হিতেশ্বৰ বৰবৰুৱা।

প্ৰথম অসমীয়া গদ্য লেখক             : ভট্টদেৱ।

প্ৰথম অসমীয়া গদ্য ৰচনা             : ভট্টদেৱৰ ‘কথা গীতা’।

প্ৰথম অসমীয়া প্ৰকাশিত অভিধান         : ‘অছমীয়া আৰু ইংৰাজী অভিধান’ (১৮৬৭),

প্ৰণেতাঃ ডঃ মাইলছ ব্ৰনছন।

প্ৰথম অসমীয়া ব্যাকৰণ               : ‘গ্ৰামাৰ অব্‌ আছামিজ লেংগুৱেজ’ (১৮৩৯),

উইলিয়াম ৰবিনছন।

প্ৰথম অসমীয়া ছপা বুৰঞ্জী             : ‘আসাম বুৰন্‌জি পুথি’ (১৮৪৪), কাশীনাথ দ্বিজ

তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা।

সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম       : ‘বনফুল’ (১৯৫২), যতীন্দ্ৰনাথ দুৱৰা।

অসমীয়া পুথি

সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম       : ‘ইয়াৰুইঙ্গম’ (১৯৬১), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

অসমীয়া উপন্যাস

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া       : ‘মৃত্যুঞ্জয়’ (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

পুথি

প্ৰথম অসমীয়া আধুনিক নাটক          : ‘ৰাম-নৱমী’ (১৮৫৭), গুণাভিৰাম বৰুৱা।

প্ৰথম অসমীয়া আধুনিক জীৱনী     : ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’

(১৮৮০), গুণাভিৰাম বৰুৱা।

প্ৰথম অসমীয়া অনাতাঁৰ নাটক          : ‘বীণ বৰাগী’, প্ৰফুল্ল চন্দ্ৰ বৰুৱা। এইখন নাটক

১৯৩৫ চনত আকাশবাণীৰ কলিকতা কেন্দ্ৰৰ পৰা

প্ৰচাৰ হৈছিল।

প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা         : ‘বনকুৱৰী’, চন্দ্ৰ কুমাৰ আগৰৱালা।

ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ       : মাধৱ কন্দলি, চতুৰ্দশ শতিকাত।

অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম        : ‘Assamese Its Formation and Development’

গৱেষণা-গ্ৰন্থ                         (১৯৪০), ডঃ বাণীকান্ত কাকতি।

প্ৰথম অসমীয়া গ্ৰন্থপঞ্জী                   : ‘অসমীয়া পুথিৰ তালিকা’, ১৯৩০ (Descriptive

Catalogue of Assamese Manuscripts),

সংকলন : হেমচন্দ্ৰ গোস্বামী।

প্ৰথম অসমীয়া গল্প সংকলন            : ‘সুৰভি’ (১৯০৯), লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰথম অসমীয়া ছপা উপন্যাস            : ‘লাহৰী’ (১৮৯২), পদ্মনাথ গোহাঞি বৰুৱা।

প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস        : ‘ভানুমতী’ (১৮৯০),পদ্মনাথ গোহাঞি বৰুৱা।

জনজাতীয় জীৱনৰ আধাৰত ৰচিত        : ‘মিৰি জীয়ৰী’ (১৮৯৪), ৰজনীকান্ত বৰদলৈ।

প্ৰথম অসমীয়া উপন্যাস

প্ৰথম অসমীয়া অভিধান প্ৰণেতা     : যাদুৰাম ডেকাবৰুৱা (১৮০১-১৮৬৯) ; এওঁ

১৮৩৯ চনতে এখন অসমীয়া-ইংৰাজী অভিধান

ৰচনা কৰিছিল যদিও অভিধান খন প্ৰকাশ নহ’ল।

ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত         : ‘ৰাম বিজয়’, নাট্যকাৰ : শংকৰদেৱ।

প্ৰথম অসমীয়া নাট

বিদেশী কাব্যৰ প্ৰথম পূৰ্ণাংগ            : ‘ওমৰ তীৰ্থ’, (১৯২৫), যতীন্দ্ৰনথ দুৱাৰা।

অসমীয়া অনুবাদ

অমিত্ৰাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্য       : ‘অভিমন্যু বধ’ (১৮৭৫), ৰমাকান্ত চৌধুৰী।

ভাষাতত্ত্ব বিষয়ক প্ৰথম অসমীয়া         : ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ

গৱেষণামূলক গ্ৰন্থ                      চিনাকি’ (১৯১২), দেৱানন্দ ভৰালী।

অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী          : ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯১২), দেবেন্দ্ৰনাথ

বেজবৰুৱা।

অসমীয়া ভাষাৰ বিষয়ে অসমীয়া         : ‘A Few Remarks of Assamese Language’,

লেখকে লিখা প্ৰথম কিতাপ               আনন্দৰাম ঢেকিয়াল ফুকন।

প্ৰথম অসমীয়া শিশু উপন্যাস           : ‘পাতালপুৰী’ (কুৰি শতিকাৰ প্ৰথম ভাগত

প্ৰকাশিত), হৰগোবিন্দ শৰ্মা।

সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত         : ‘শকুন্তলা’, লম্বোদৰ বৰা।

প্ৰথম নাটক

ছেক্সপিয়েৰৰ প্ৰথম অনূদিত নাট          : Comedy of Errors- অৰ অসমীয়া অনুবাদ

‘ভ্ৰমৰংগ’ : অনুবাদক : ৰমাকান্ত বৰকাকতি,

ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা, ৰত্নলাল বৰুৱা।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰু         : মামণি ৰয়ছম গোস্বামী।

একমাত্ৰ লেখিকা

সৰস্বতী সন্মান লাভ কৰা প্ৰথম          : লক্ষ্মীনন্দন বৰা, (২০০৮), ‘কায়কল্প’ উপন্যাসৰ      সাহিত্যিক                             বাবে।

 

  • অসমৰ সংবাদপত্ৰ/আলোচনী

প্ৰথম সংবাদপত্ৰ               : ‘অৰুণোদই’ (১৮৪৬-১৮৮২)।

সম্পাদক : ডঃ নাথান ব্ৰাউন।

স্বদেশী লোকৰ দ্বাৰা প্ৰতিষ্ঠিত      : ‘আসাম বিলাসিনী’, (১৮৭১-১৮৮৩)।

প্ৰথম সংবাদ পত্ৰ

প্ৰথম সাদিনীয়া সংবাদ পত্ৰ        : ‘আসাম মিহিৰ’ (১৮৭২-৭৩)।

সম্পাদক : চিদানন্দ চৌধুৰী (দাস)।

প্ৰথম দৈনিক বাতৰি কাকত       : ‘দৈনিক বাতৰি’ (১৯৩৫-৩৬)।

সম্পাদক : নীলমণি ফুকন।

প্ৰথম ইংৰাজী দৈনিক            : ‘আছাম ট্ৰিবিউন’ (১৯৪৬ – বৰ্তমানলৈকে) প্ৰথম

সম্পাদক : লক্ষ্মীনাথ ফুকন।

প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী      : ‘কাৰ্টুন’ (১৯৬৬)। সম্পাদক : পুলক গগৈ।

প্ৰথম অসমীয়া শিশু আলোচনী      : ‘ল’ৰা বন্ধু’ (১৮৮৮)।

সম্পাদক : কৰুণাভিৰাম বৰুৱা।

প্ৰথম অসমীয়া মহিলা আলোচনী     : ‘ঘৰ জেউতি’ (১৯২৭)।

সম্পাদক : কমলালয়া কাকতি, কনকলতা চলিহা।

প্ৰথম শিক্ষানুষ্ঠানৰ পত্ৰিকা         : ‘প্ৰভাত’ (যোৰহাট নৰ্মাল স্কুলৰ মুখপত্ৰ, ১৯১৫)।

সম্পাদক : শৰৎ চন্দ্ৰ গোস্বামী।

বৰ্তমানালৈকে একেৰাহে প্ৰকাশ হৈ    : ‘জনমভূমি’ (১৯৪৭)।

থকা আটাইতকৈ পুৰণি সাদিনীয়া       প্ৰথম সম্পাদক : দুলাল চন্দ্ৰ ভূঞা।

বাতৰি কাকত

ৰাজনীতিক ঘোষিত উদ্দেশ্য হিচাপে   : ‘এডভোকেট অব্‌ আসাম’ (১৯০৩-১৯১০)।

প্ৰকাশিত অসমৰ প্ৰথম             সম্পাদক : মথুৰামোহন বৰুৱা।

বাতৰিকাকত

অসমৰ প্ৰথম দহ দিনীয়া         : ‘অপৰুপ’ (১৯৮০)।

বাতৰি কাকত                  সম্পাদক : অৰুণ দত্ত।

দুটা ভাষাত প্ৰকাশিত প্ৰথম        : ‘আসাম নিউজ’ (১৮৮২-১৮৮৫)।

সাপ্তাহিক

প্ৰথম অসমীয়া মিনি আলোচনী      : ‘বিন্দু’ (১৯৭০)।

সম্পাদক : ভূপেন হাজৰিকা।

অসমৰ বাহিৰত প্ৰকাশ পোৱা      : ‘জোনাকী’ (১৮৮৯)।

প্ৰথম অসমীয়া আলোচনী           সম্পাদক : চন্দ্ৰ কুমাৰ আগৰৱালা।

কেৱল মহিলাৰ বাবে প্ৰকাশিত      : ‘উৰুলী’ (১৯৬৫)। সম্পাদক : হেমচন্দ্ৰ শৰ্মা।

বিশেষ বাতৰিকাকত

প্ৰথম তিনিদিনীয়া বাতৰিকাকত     : ‘অসম বাতৰি’ (১৯৬৪)। সম্পাদক : চন্দ্ৰ প্ৰসাদ

শইকীয়া।

কৃষি বিষয়ক প্ৰথম আলোচনী      : ‘আসাম কৃষক’ (১৯২১)

সম্পাদক : নাৰায়ণ চন্দ্ৰ বৰুৱা।

প্ৰথম অসমীয়া সাদিনীয়া আলোচনী   : ‘নৱযুগ’ (১৯৬৩)। সম্পাদক : বীৰেন্দ্ৰ

কুমাৰ ভট্টাচাৰ্য।

সম্পূৰ্ণ কেৰিয়াৰ বিষয়ক প্ৰথম      : ‘মাহেকীয়া কেৰিয়াৰ গাইড’ (২০০৪)।

অসমীয়া আলোচনী                সম্পাদক : প্ৰীতিমা কৌশিক বৰুৱা।

 

  • বৰ্তমানে অসমত প্ৰকাশ হৈ থকা কেইখন মান সংবাদপত্ৰ/আলোচনী

ইংৰাজী দৈনিক বাতৰিকাকত       : দি আছাম ট্ৰিবিউন, দি ছেণ্টিনেল।

অসমীয়া দৈনিক বাতৰিকাকত      : এদিনৰ সংবাদ, দৈনিক বাতৰি, অসমীয়া প্ৰতিদিন,

অসমীয়া খবৰ, আজি, আজিৰ অসম, আমাৰ অসম,

দৈনিক অগ্ৰদূত, দৈনিক অসম, দৈনিক জনমভূমি, দৈনিক

জনসাধাৰণ, আজিৰ দুপৰীয়া।

হিন্দী/বাংলা দৈনিক            : সময় প্ৰবাহ, সোণৰ কাছাৰ, হিন্দী ছেণ্টিনেল, পূৰ্বাঞ্চল

প্ৰহৰী আদি।

তিনিদিনীয়া/মাহেকীয়া আলোচনী     : সাদিন, অগ্ৰ্দূত, অসম বাণী, জনভূমি, সাপ্তাহিক পূৰ্বোদয়,

দলিত অসম, নতুন সময়, মহাজাতি, এই সপ্তাহ আদি।

পষেকীয়া/মাহেকীয়া আলোচনী       : গৰীয়সী, চিচিংফাক, নন্দিনী, পূবালী, প্ৰান্তিক, প্ৰিয় সখী,

বাৰ্তাপখিলী, বিস্ময়, মায়া, ৰহস্য, কাৰেং, বিনোদন,

মাহেকীয়া কেৰিয়াৰ গাইড, নিবেদন, স্বজন চিন্তা, স্বাস্থ্য,

সপৰিবাৰ, সাতসৰী আদি।

শিশু/কিশোৰৰ আলোচনী         : অকণিৰ অগ্ৰদূত, জিজ্ঞাস, নতুন আৱিষ্কাৰ, প্ৰজ্ঞা, সঁফুৰা,

মৌচাক, সৃজন, ৰংমেলা আদি।

 

  • কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আৰু গ্ৰন্থকাৰ

(বন্ধনীৰ ভিতৰত নিৰ্দিষ্ট গ্ৰন্থৰ প্ৰথম প্ৰকাশনৰ চন উল্লেখ কৰা হৈছে)

অগ্নিৰ ডেউকা (২০০২)              : সুৰেশ শৰ্মা (অনূদিত)।

অঘৰী আত্মাৰ কাহিনী (১৯৬২)        : চৈয়দ আব্দুল মালিক।

অছমীয়া আৰু ইংৰাজী অভিধান (১৮৬৭)  : মাইলছ ব্ৰনছন।

অচিনাকি চীন                     : হেমাঙ্গ বিশ্বাস।

অনন্য প্ৰান্তৰ                     : মেদিনী চৌধুৰী।

অন্য জীৱন (১৯৮৭)               : নিৰুপমা বৰগোহাঞি।

অনৱগুণ্ঠিতা (২০০৬)                   : কল্পনা দুৱৰা, অদিতি বেজবৰুৱা।

অন্য যুগ অন্য পুৰুষ (১৯৭০)          : দেবেন্দ্ৰ নাথ আচাৰ্য।

অনুৰাধাৰ দেশ (১৯৮৯)             : ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী।

অন্তৰীপ (১৯৮৬)                 : ভবেন্দ্ৰ নাথ শইকীয়া।

অভিযাত্ৰী (১৯৯২)                 : নিৰুপমা বৰগোহাঞি।

অহ্ন-অপৰাহ্ন (২০০৬)              : লীনা শৰ্মা।

অমৃষা (২০০৭)                   : লীনা শৰ্মা।

অৰ্ঘ্যাৱলী (১৯৬৪)                 : বেণুধৰ শৰ্মা।

অলকানন্দা (১৯৬৭)                    : নলিনীবালা দেৱী।

অলকালৈ চিঠি (১৯৪৯)             : হলীৰাম ডেকা।

অশান্ত ইলেকট্ৰন (১৯৬২)            : সৌৰভ কুমাৰ চলিহা।

অশান্ত প্ৰহৰ (১৯৭৮)               : কাঞ্চন বৰুৱা।

অসম অভিধান (২০০১)             : শান্তনু কৌশিক বৰুৱা।

অসম ডায়েৰী (১ম খণ্ড, ২০০৭)        : পেইম থি গোহাঁই (সম্পাদিত)।

অসমৰ জনজাতি (১৯৬২)            : প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য (সম্পাদিত)।

অসমৰ অৰ্থনীতিত বনৌষধি আৰু         : অদীপ কুমাৰ ফুকন।

সুগন্ধি উদ্ভিদ (২০০২)

অদম্য শক্তি (২০০৭)               : সুৰেন শৰ্মা (অনু)।

অসমৰ বাতৰিকাকত :

এটি ৰুপৰেখা (১৯৯৩)              : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

অসমৰ বাতৰিকাকত-আলোচনীৰ         : চন্দ্ৰপ্ৰসাদ শইকীয়া (সম্পাদক)।

ডেৰশ বছৰীয়া ইতিহাস (১৯৯৮)

অসমৰ লোককলা (১৯৬৮)           : যুগল দাস।

অসমৰ লোক-সংস্কৃতি (১৯৬৭)         : বিৰিঞ্চি কুমাৰ বৰুৱা।

অসমৰ সংস্কৃতি (১৯৮৬)            : লীলা গগৈ।

অসমৰ সম্বাদ-পত্ৰৰ সমীক্ষাত্মক          : প্ৰসন্ন কুমাৰ ফুকন।

অধ্যয়ন (১৯৯৬)

অসমীয়া উপন্যাসৰ ভূমিকা (১৯৬৫)      : সত্যেন্দ্ৰনাথ শৰ্মা।

অসমীয়া কবিতাৰ ছন্দ (১৯৬২)        : মহেন্দ্ৰ বৰা।

অসমীয়া কবিতাৰ বৰ্ণালী (১৯৯৪)       : চন্দ্ৰ কটকী।

অসমীয়া চুটি গল্পৰ অধ্যয়ণ (১৯৯৫)     : প্ৰহ্‌লাদ কুমাৰ বৰুৱা।

অসমীয়া বিবিধ ব্যঞ্জন (১৯৯৬)        : অনু বেজবৰুৱা।

অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ

ইতিহাস (১৯৯১)                 : প্ৰফুল্ল মহন্ত।

অসমীয়া ব্যাকৰণ (১৮৫৯)           : হেমচন্দ্ৰ বৰুৱা।

অসমীয়া ভাষা আৰু সংস্কৃতি (১৯৬৭)     : বিৰিঞ্চি কুমাৰ বৰুৱা।

অসমীয়া ভাষাৰ ব্যাকৰণ              : নাথান ব্ৰাউন।

অসমীয়া লৰাৰ মিত্ৰ (১৮৪৯)          : আনন্দৰাম ঢেকিয়াল ফুকন।

অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৫৭)       : দেবেন্দ্ৰনাথ বেজবৰুৱা।

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক           : সত্যেন্দ্ৰনাথ শৰ্মা।

ইতিবৃত্ত (১৯৫৯)

অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া      : হীৰেন গোহাঁই।

পৰম্পৰা (১৯৮৭)

অসমীয়া জীৱনী অভিধান (১৯৯২)       : শিৱনাথ বৰ্মন।

অসীমত যাৰ হেৰাল সীমা (১৯৪৫)      : কাঞ্চন বৰুৱা।

অসমীয়া বিশ্বকোষ (১৯৮০)           : কনক চন্দ্ৰ মহন্ত।

অসমীয়া বিশ্বকোষ (১৯৮৭)           : ৰজনী কান্ত দেৱশৰ্মা (সম্পাদিত)।

অসমীয়া খণ্ডবাক্য কোষ (১৯৬১)       : বেণুধৰ ৰজখোৱা।

অসমীয়া সমাৰ্থক শব্দকোষ (১৯৯৮)      : সুমন্ত চলিহা।

অৰুণোদইৰ ধলফাট (১৯৬৫)          : বিৰিঞ্চি কুমাৰ বৰুৱা।

অসমীয়া নাট্য সাহিত্য (১৯৬২)         : সত্যেন্দ্ৰনাথ শৰ্মা।

অসমীয়া বুক অব্‌ ৰেকৰ্ডছ (২০০৬)      : শান্তনু কৌশিক বৰুৱা।

অচিনা (১৯৬৪)                  : অমূল্য বৰুৱা।

অসমীয়া ছন্দচিল্পৰ ভূমিকা (১৯৬৮)     : নৱকান্ত বৰুৱা।

অসমীয়া সাহিত্যত দৃষ্টিপাত (১৯৬১)     : হেমন্ত কুমাৰ শৰ্মা।

অসমীয়া সাহিত্যৰ ৰুপৰেখা (১৯৬২)      : মহেশ্বৰ নেওগ।

অসমীয়া উদ্ধৃতি অভিধান (২০০৩)       : ৰক্তাভজ্যোতি বৰা।

আই (১৯৬০)                        : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

আউনীআটী সত্ৰৰ বুৰঞ্জী (১৯৭৫)        : তীৰ্থনাথ শৰ্মা।

আঁচুফুল                         : হেম বৰুৱা।

আছামিজ ইটছ ফৰমেছ্ন এণ্ড           : বাণীকান্ত কাকতি।

ডেভেলপমেণ্ট (১৯৪০)

আছামিজ মেৰেজ ছিষ্টেম              : হেমচন্দ্ৰ বৰুৱা।

আড্ডা, কত কথা ইত্যাদি (২০০১)       : তিলক হাজৰিকা।

আমাৰ সপোন (২০০৮)              : সুৰেশ শৰ্মা (অনুবাদ)।

আত্মানুসন্ধান                     : হোমেন বৰগোহাঞি।

আধালেখা দস্তাবেজ (১৯৮৮)           : মামণি ৰয়ছম গোস্বামী।

আধুনিক অসমীয়া সাহিত্যৰ            : নগেন শইকীয়া (সম্পাদিত)।

মঞ্জৰী (১৯৯৬)

আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী        : ডিম্বেশ্বৰ নেওগ।

আধুনিক অসমীয়া বিশ্বকোষ (১৯৯৪)     : সূৰ্য হাজৰিকা (সম্পাদিত)।

আধুনিক অসমীয়া শব্দকোষ (১৯৯১)      : সুমন্ত চলিহা।

আন এজন (১৯৮৬)               : হৰেকৃষ্ণ ডেকা।

আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন        : গুণাভিৰাম বৰুৱা।

চৰিত্ৰ (১৯৮০)

আন্ধাৰত নিজৰ মুখ (১৯৯১)          : নগেন শইকীয়া।

আপোন সুৰ (১৯৩৮)              : যতিন্দ্ৰনাথ দুৱৰা।

আমেৰিকান মিছনেৰীসকল আৰু          : হেৰম্বকান্ত বৰপূজাৰী।

ঊনবিংশ শতিকাৰ অসম (১৯৮৩)

আশীৰ্বাদৰ ৰং (১৯৯৬)             : অৰুণ শৰ্মা।

আহুতি (১৯৬২)                  : অম্বিকাগিৰি ৰায়চৌধুৰী।

আকাশবন্তী (১৯৬৭)                : নীলিমা দত্ত।

আনন্দে নধৰে হিয়া (১৯৬৭)          : লক্ষ্মীনাথ ফকন।

আধুনিক গল্প সাহিত্য (১৯৬৫)         : ত্ৰৈলোক্যনাথ গোস্বামী।

আছামিজ প্ৰ’ভাৰ্বছ (১৯৬২)           : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

আছামিজ লিটাৰেছাৰ (১৯৬৫)         : হেম বৰুৱা।

আছাম ইন দ দেজ অব্‌ দা কোম্পানী      : হেৰম্বকান্ত বৰপূজাৰী।

(১৯৬৩)

আডল্‌ফ হিট্‌লাৰ (১৯৮২)            : সত্যেন বৰকটকী।

আমাৰ সপোন (২০০৮)              : সুৰেশ শৰ্মা (অনদ্বাদ)।

আছাম ইয়েৰ বুক (২০০০)           : শান্তনু কৌশিক বৰুৱা (সম্পাদিত)।

ইংৰাজী অসমীয়া শব্দকোষ (১৮৬৪)      : এছ আৰ ৱাৰ্ড।

ইতিহাস চিন্তা (১৯৮৮)             : ধ্ৰুৱজ্যোতি বৰা।

ইতিহাসে সোঁৱৰা ছশটা বছৰ           : সৰ্বানন্দ ৰাজকুমাৰ।

ইয়াৰুইঙ্গম (১৯৬০)                : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ (১৯৭৯)       : নিৰুপমা বৰগোহাঁঞি।

ইণ্ডিয়া ২০২০ (২০০৪)              : সুৰেশ শৰ্মা (অনু)।

ইজৰাইল (১৯৬৭)                 : হেম বৰুৱা।

ঈশ্বৰী জখ্‌মি যাত্ৰী আৰু অন্যান্য (১৯৯১)  : মামণি ৰয়চম গোস্বামী।

উত্তৰাকাণ্ড ৰাময়ণ                  : শংকৰদেৱ।

উপলা নদীৰ দৰে (১৯৯০)           : মহেন্দ্ৰ বৰা।

উপত্যকাৰ পৰা উপত্যকালৈ (২০০২)      : দীপক কুমাৰ বৰকাকতি।

ঊনবিংশ শতিকাৰ অসম সংবাদ (১৯৯৫)   : যোগেন্দ্ৰ নাৰায়ণ ভূঞা।

একবিংশ শতিকাৰ অসম (২০০০)        : কনক সেন ডেকা (সম্পা.)।

এ কালছাৰেল হিষ্টৰী অব্‌ আছাম         : বিৰিঞ্চি কুমাৰ বৰুৱা।

এজাক মানুহ এখন অৰণ্য (১৯৮৬)      : উমাকান্ত শৰ্মা।

এছেণ্ডিং কুমজেলেকুৱা                : সত্যেন বৰকটকী।

এ গ্ৰামাৰ অব্‌ আছামিজ লেংগুৱেজ        : উইলিয়াম ৰবিনছন।

(১৮৩৯)

এ ফিউ ৰিমাৰ্কছ অন্‌ আছামিজ         : আনন্দৰাম ঢেকিয়াল ফুকন,

লেংগুৱেজ (১৮৪৯)

এধানি মাহীৰ হাঁহি (২০০১)           : মহিম বৰা।

এশ বছৰৰ অসমীয়া গদ্য-সাহিত্য (১৯৯৯)  : ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী (সম্পা.)।

এশ বছৰৰ অসমীয়া উপন্যাস (২০০৭)     : নগেন ঠাকুৰ (সম্পা.)।

ঐতিহ্য : অসমীয়া সাহিত্য (২০০৭)      : প্ৰফুল্ল চন্দ্ৰ বৰা (সম্পা.)।

ওমৰ তীৰ্থ (১৯২৫)                : যতীন্দ্ৰনাথ দুৱৰা। (অনু.)।

কংগ্ৰেছৰ কাঁচিয়ালি ৰ’দত (১৯৫৯)      : বেণুধৰ শৰ্মা।

কঃ পন্থা                        : কমলাকান্ত ভট্টচাৰ্য্য।

ককাদেউটা আৰু নাতি ল’ৰা (১৯১২)     : লক্ষ্মীনাথ বেজবৰুৱা।

ককাদেউতাৰ হাড় (১৯৭৩)           : নৱকান্ত বৰুৱা।

কথাগীতা                        : ভট্টদেৱ।

কথা গুৰুচৰিত                    : ৰামচৰণ ঠাকুৰ।

কথা ভাগৱত                     : ভট্টদেৱ।

কপিলীপৰীয়া সাধু (১৯৫৪)            : নৱকান্ত বৰুৱা।

কপলিং ছিগা ৰে’ল (১৯৫৯)           : লীলা গগৈ।

কাঠনিবাৰী ঘাট (১৯৬১)            : মহিম বৰা।

কানীয়া কীৰ্তন (১৯৬৩)             : হেমচন্দ্ৰ বৰুৱা।

কালপুৰুষ (১৯৭৬)                 : দেবেন্দ্ৰনাথ আচাৰ্য।

কিউপিউ আৰু ছাইকী                : হেম বৰুৱা।

কীৰ্ত্তন – ঘোষা                    : শংকৰদেৱ।

কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ          : কৃষ্ণকান্ত সন্দিকৈ।

কেতেকী (১৯৬১)                 : ৰঘুনাথ চৌধাৰী।

কবি আৰু কবিতা (১৯৬৯)           : নন্দ তালুকদাৰ।

কায়কল্প (২০০২)                  : ডঃ লক্ষ্মীনন্দন বৰা।

কটন কলেজ (১৯৭০)               : নবীন বৰুৱা।

কথা বৰেণ্য ১০০ (২০০৬)           : শোণিত বিজয় দাস, মুনীন বায়ন (সম্পা.)।

কদম কলি (১৯৬৪)                : লক্ষ্মীনাথ বেজবৰুৱা।

কালচাৰেল হিষ্ট’ৰি অব্‌ আছাম (১৯৬৯)   : বিৰিঞ্চি কুমাৰ বৰুৱা।

কেঁহোকলি                       : লক্ষ্মীনাথ বেজবৰুৱা।

কোনে কেতিয়া ক’ত কেনেকৈ কি         : শান্তনু কৌশিক বৰুৱা।

আৱিষ্কাৰ কৰিছিল (২০০০)

গীতা                          : মহেন্দ্ৰ বৰা (অনু.)।

গোলাম (১৯৭৪)                  : সৌৰভ কুমাৰ চলিহা।

গ্ৰামাটিকেল নটিচেছ (পাছলৈ নটছ)       : নাথান ব্ৰাউন।

অব্‌ দা আছামিজ লেংগুৱেজ (১৮৪৮)

গজেন্দ্ৰ উপাখ্যান (১৯৭০)            : দুৰ্গেশ্বৰ বৰঠাকুৰ।

গৰমা কুঁৱৰী (১৯৮০)              : নৱকান্ত বৰুৱা।

গহ্বৰ (১৯৮৭)                   : ভবেন্দ্ৰনাথ শইকীয়া।

গল্প আৰু শিল্প (১৯৯৮)             : হৃদয়ানন্দ গগৈ। (সম্পা.)

গৱেষণা পদ্ধতি পৰিচয় (১৯৯৬)        : নগেন শইকীয়া।

গাঁৱলৈ আহিলো ঘূৰি (১৯৯৯)          : জগদীশ ফুকন।

গঙা চিলনীৰ পাখি (১৯৬২)           : লক্ষ্মীনন্দন বৰা।

গৃহযুদ্ধ (২০০৯)                  : কনকসেন ডেকা।

চৰাইদেউ                        : ত্ৰৈলোক্য ভট্টাচাৰ্য।

চৈয়দ আব্দুল মালিক ৰচনাৱলী           : লুৎফুৰ ৰহমান (সম্পা.)।

(প্ৰথম খণ্ড, ১৯৯৮)

চিৰাজ (১৯৬৭)                  : ফণী শৰ্মা।

চিত্ৰ-বিচিত্ৰ অসম (২০০৩)           : প্ৰদীপ বৰুৱা।

চেনেহজৰীৰ গাঁঠি (২০০৩)            : অতুলানন্দ গোস্বামী।

ছয় দশকৰ গদ্য (২০০৩)            : ভবেন্দ্ৰ নাথ শইকীয়া।

ছয় দশকৰ গল্প (২০০১)             : সৌৰভ কুমাৰ চলিহা।

জীৱন বৃত্ত (১৯৯৯)                : ভবেন্দ্ৰ নাথ শইকীয়া।

জীৱন ৰেখা (২০০২)               : ভবেন্দ্ৰ নাথ শইকীয়া।

জীৱনৰ দীঘ আৰু বাণি (১৯৮৮)       : মহেশ্বৰ নেওগ।

জীৱনৰ বাটত (১৯৪৫)              : বীণা বৰুৱা।

জাৱনী সংগ্ৰহ (১৯২৫)              : পদ্মনাথ গোহাঞি বৰুৱা (সম্পা.)।

জ্ঞানমালিনী                      : মফিজুদ্দিন আহমদ হাজৰিকা।

জংগম (১৯৮২)                  : দেৱেন্দ্ৰনাথ আচাৰ্য।

জাতিষ্মৰ (১৯৬১)                 : মহেন্দ্ৰ বৰা।

জলপদ্ম (২০০১)                  : নিৰ্মলপ্ৰভা বৰদলৈ।

ডাক-প্ৰবচন আৰু ডাক-পৰম্পৰা (২০০৫)  : ডঃ নবীন চন্দ্ৰ শৰ্মা।

ডাৱৰ আৰু নাই (১৯৫৫)            : যোগেশ দাস।

ডায়েৰী (২০০১)                  : অনুৰাধা শৰ্মাপূজাৰী।

ডিছক’ভাৰী অব্‌আছাম (১৯৬২)        : সতীশ চন্দ্ৰ কাকতি।

ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত         : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

এভুমুকি (১৯৭৮)

ডেকা-ডেকেৰীৰ বেদ (১৯৫৮)         : অম্বিকাগিৰি ৰায়চৌধুৰী।

তুমি (১৯৬২)                        : অম্বিকাগিৰি ৰায়চৌধুৰী।

তুলনামূলক সাহিত্য আৰু অনুবাদ         : প্ৰফুল্ল কটকী।

বিচাৰ(২০০২)

দঁতাল হাতীৰ উয়ে খোৱা হাওদা (১৯৮৮) : মামণি ৰয়ছম গোস্বামী।

দশম                          : শংকৰদেৱ।

দহিকতৰা (১৯৬২)                : ৰধূনাথ চৌধাৰী।

দূৰবীণ (১৯৫১)                  : বেণুধৰ শৰ্মা।

দেৱী (১৯৬৯)                   : নিৰ্মল প্ৰভা বৰদলৈ।

দৃষ্টিকোণ (১৯৯৫)                 : চন্দ্ৰ প্ৰসাদ শইকীয়া।

দেও লাংখুই (২০০৫)               : ৰীতা চৌধুৰী।

দেৱ দুন্দুভি বাজে কাৰ বাবে (১৯৬৮)    : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (অনু.)।

দিল্লীৰ ডুখৰীয়া ছবি (১৯৬৬)         : অনু বৰুৱা।

দক্ষিণপাট সত্ৰ (১৯৬৮)            : বেণুধৰ শৰ্মা।

ধন্য নৰ তনু ভাল (১৯৮৭)          : চৈয়দ আব্দুল মালিক।

নতুন কবিতা (১৯৫৬)              : মহেন্দ্ৰ বৰা।

নৱকান্ত বৰুৱা শিশু সাহিত্য সমগ্ৰ        : গগন চন্দ্ৰ অধিকাৰী (সম্পাদনা)।

(প্ৰথম খণ্ড, ২০০৩)

‘নতুন দৈনিক’ৰ এটা দশকৰ নিৰ্বাচিত      : সূৰ্য হাজৰিকা (সম্পা.)।

ৰচনা সংকলন (১৯৯৮)

নন্দন-তত্ত্ব : প্ৰাচ্য আৰু পশ্চাত্য         : ত্ৰৈলোক্য নাথ গোস্বামী।

(১৯৮০)

নৱকান্ত বৰুৱাৰ উপন্যাস সমগ্ৰ (২০০২)    : উৎপল দত্ত (সম্পা.)।

নাপালেঅ’ বোনাপাৰ্ট (১৯৭৩)          : সত্যেন বৰকটকী।

নামঘৰীয়া (১৯৯০)                : অতুলানন্দ গোস্বামী।

নাম-ঘোষা                       : মাধৱদেৱ।

নিৰ্বাচিত সম্পাদকীয় (১৯৯৫)          : চন্দ্ৰ প্ৰসাদ শইকীয়া।

নীলকণ্ঠী ব্ৰজ (১৯৭৬)              : মামণি ৰয়ছম গোস্বামী।

নীলা চৰাই (১৯৪৮)               : অতুল চন্দ্ৰ হাজৰিকা।

নিউ লাইট অন হিষ্টৰী অব্‌ আছামীজ      : ডিম্বেশ্বৰ নেওগ।

লিটাৰেচাৰ (১৯৬২)

নাটক আৰু অভিনয় প্ৰসংগ            : সত্য প্ৰসাদ বৰুৱা।

নিমাতী কইনা (১৯৬৪)             : জ্যোতিপ্ৰসাদ আগৰৱালা।

নতুন পোহৰত অসমীয়া সাহিত্য (১৯৫৭)   : ডিম্বেশ্বৰ নেওগ।

নিঃসংগতা (২০০১)                : হোমেন বৰগোহাঞি।

পথ-প্ৰদৰ্শক আত্মা (২০০৫)            : সুৰেশ শৰ্মা (অনু.)।

পবিত্ৰ অসম (১৯৬০)                   : মহেশ্বৰ নেওগ।

পাতাল-ভৈৰৱী (১৯৬৮)             : লক্ষ্মীনন্দন বৰা।

পপীয়া তৰাৰ সাধু                  : ৰীতা চৌধুৰী।

পান-ভোজন (২০০১)               : মুক্তি প্ৰসাদ গগৈ।

পাপৰ পুখুৰী (২০০০)               : য়েছে দৰজে ঠংচি।

পাহাৰী কন্যা (২০০৬)              : বিকাশজ্যোতি বৰুৱা।

পিতা-পুত্ৰ (১৯৭৫)                : হোমেন বৰগোহাঞি।

পুৰণি অসমীয়া সাহিত্য (১৯৬৮)       : বাণীকান্ত কাকতি।

পৃথিৱীৰ অসুখ (১৯৭৯)              : যোগেশ দাস।

পৃথিৱীৰ প্ৰেম                     : ফণী তালুকদাৰ।

পৃথিৱীৰ বিভিন্ন ভাষা                : নগেন ঠাকুৰ।

পৃথিৱী-পৰিক্ৰমা (প্ৰথম খণ্ড, ২০০৪)      : শান্তনু কৌশিক বৰুৱা।

পৃথিৱীৰ হাঁহি (১৯৬৩)              : লুম্বেৰ দাই।

প্ৰতিমা                         : চন্দ্ৰ কুমাৰ আগৰৱালা।

প্ৰসংগ-কোষ (১৯৬৩)              : আব্দুছ ছাত্তাৰ।

প্ৰসংগ : জ্যোতিপ্ৰসাদ (২০০২)         : ভবেন বৰুৱা।

প্ৰাচীন কামৰুপত ধৰ্মৰ ধাৰা (১৯৫৫)     : বাণীকান্ত কাকতি।

প্ৰায়োগিক সমীক্ষা                   : প্ৰফুল্ল কটকী।

প্ৰতিপদ (১৯৭০)                  : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

পদুম কুঁৱৰী                      : লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰফেছাৰ বৰুৱাৰ চিঠি (১৯৬৮)        : বিৰিঞ্চি কুমাৰ বৰুৱা।

প্ৰাগজ্যোতোষৰ ইতিহাস (২০০২)         : ডিম্বেশ্বৰ শৰ্মা।

ফেৰেংগাদাও (১৯৮২)               : মেদিনী চৌধুৰী।

ফিনিক্স পখীৰ গান                  : নবীন বৰুৱা।

ফেলানি (২০০৩)                  : অৰুপা পটংগীয়া কলিতা।

বতাহত ক’ৰ গধূলিগোপাল (২০০৫)      : ডঃ হীৰেন গোহাঁঞি।

বিষকন্যাৰ দেশত (২০০৬)            : য়েছে দৰজে ঠংচি।

বকুল বনৰ কবিতা (১৯৭৬)          : আনন্দ চন্দ্ৰ বৰুৱা।

বনফুল (১৯৫২)                  : যতিন্দ্ৰ নাথ দুৱৰা।

বন্দুকাবেহাৰ (১৯৭৬)               : মেদিনী চৌধুৰী।

বৰগীত (১৯৯২)                  : বাপচন্দ্ৰ মহন্ত (সম্পা.)।

বহল ব্যাকৰণ                     : সত্যনাথ বৰা।

বান্ধোন সুলকি পৰে (১৯৯৪)          : তৰুণ চন্দ্ৰ বৰুৱা (অনু.)।

বাহিৰে ৰ্ং চং ভিতৰে কোৱাভতুৰী       : হেমচন্দ্ৰ বৰুৱা।

বাৰভূঞাৰ চমু বুৰঞ্জী (১৯৬১)         : নকুল চন্দ্ৰ ভূঞা।

বাঁহীৰ পাতত চিন্তাৰ ৰেঙনি (১৯৯৪)          : নমিতা ডেকা (সম্পা.)।

বিংশ শতাব্দীৰ অসমীয়া সাহিত্য (১৯৬৭)  : হোমেন বৰগোঁহাঞি।

বিজ্ঞান লেখকৰ হাতপুথি (২০০৩)       : ডঃ দীনেশ চন্দ্ৰ গোস্বামী (সম্পা.)।

বিজ্ঞানৰ কি কিয় কনকৈ কোন আৰু      : শান্তনু কৌশিক বৰুৱা।

কেতিয়া (১৯৯৮)

বিপন্ন সময়                      : মেদিনী চৌধুৰী।

বিহুগীত আৰু বনঘোষা (১৯৬১)        : লীলা গগৈ।

বিস্মৃত ব্ক্তিক্ৰম (১৯৮১)            : মুনীন বৰকটকী।

বিশ্বকোষ (বিজ্ঞান)                 : দীনেশ চন্দ্ৰ গোস্বামী (সম্পা.)।

বিশ্ব ঐতিহ্য (২০০৮)               : শান্তনু কৌশিক বৰুৱা।

বাঁহ ফুলৰ গোন্ধ (২০০৫)            : য়েছে দৰজে ঠংছি।

বিষকন্যাৰ দেশত (২০০৬)            : য়েছে দৰজে ঠংছি।

বন্দো কি ছন্দেৰে (১৯৬৫)           : অম্বিকাগিৰী ৰায়চৌধুৰী।

বুঢ়ী আইৰ সাধু (১৯১১)            : লক্ষ্মীনাথ বেজবৰুৱা।

বেদনাৰ উল্কা (১৯৬৪)              : অম্বিকাগিৰী ৰায়চৌধুৰী।

বেলিমাৰ                        : লীলা গগৈ।

বৃকোদৰ বৰুৱাৰ বিয়া (১ম-২য় খণ্ড) : লীলা গগৈ।

বেণুধৰ শৰ্মা (১৯৮৩)              : তীৰ্থনাথ শৰ্মা।

বৈষ্ণৱ শব্দকোষ (২০০৭)             : ডঃ ভাৰত বৰা।

ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (১৯৮৯)         : অজিৎ বৰুৱা।

ব্যৰ্থতাৰ দান (১৯৫৬)              : লক্ষ্মীধৰ শৰ্মা।

বিভিন্ন নৰক (১৯৬৬)              : হোমেন বৰগোহাঞি।

বিষণ্ণতা (২০০২)                  : হোমেন বৰগোহাঞি।

ভৱিষ্যদৰ্শন : অসম (২০০৫)          : অদীপ কুমাৰ ফুকন।

ভাৰতবৰ্ষ ২০২০ (২০০৪)             : দুৰেশ শৰ্মা (অনু.)।

ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ        : লক্ষ্মীনাথ তামুলী।

অৱদান (১৯৮৮)

ভাতৰ ভ্ৰমণ সাৰথি (১৯৯৩)          : পুৰন্দৰ গগৈ, অনন্ত হাজৰিকা।

ভোগজৰা                        : ডিম্বেশ্বৰ নেওগ।

মঞ্চলেখা (১৯৬৭)                 : অতুল চন্দ্ৰ হাজৰিকা।

মগৰীবৰ আজান (১৯৪৮)            : সাৰদাকান্ত বৰদলৈ আৰু কৃষ্ণকান্ত ভট্টাচাৰ্য।

মজিয়াৰ পৰা মেজলৈ (১৯৮৬)         : বেণুধৰ শৰ্মা।

মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ (২০০৬)      : হোমেন বৰগোহাঞি।

মধুপুৰ বহু দূৰ (১৯৯২)             : শীলভদ্ৰ।

মনোমতী (১৯৬৫)                 : ৰজনীকান্ত বৰদলৈ।

মহাত্মাৰ পৰা ৰুপকোঁৱৰলৈ (১৯৬৯)      : লক্ষ্মীনাথ ফুকন।

মহাৰথী (১৯৯২)                  : চন্দ্ৰ প্ৰসাদ শইকীয়া।

মহেন্দ্ৰ বৰঠাকুৰৰ নিৰ্বাচিত নাটক        : মহেন্দ্ৰ বৰঠাকুৰ।

(২০০২)

মাজুলী (২০০১)                  : প্ৰশান্ত কুমাৰ মহন্ত (সম্পা.)।

মাদাৰ গডেছ কামাখ্যা (১৯৬৭)         : বাণীকান্ত কাকতি।

মানুহ বিচাৰি (১৯৮৭)              : লক্ষ্যধৰ চৌধুৰী।

মামৰে ধৰা তৰোৱাল (১৯৮০)         : মামণি ৰয়ছম গোস্বামী।

মিছন ইণ্ডিয়া (২০০৭)                   : সুৰেশ শৰ্মা (অনু.)।

মিৰি জীয়ৰী (১৮৯৪)              : ৰজনীকান্ত বৰদলৈ।

মৃত্যুঞ্জয় (১৯৭০)                  : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

মেকং নৈ দেখিলো (১৯৬৭)           : হেম বৰুৱা।

মৌন ওঁঠ মুখৰ হৃদয় (২০০১)         : য়েছে দৰজে ঠংচি।

মোৰ জন্ম হোৱাটো অন্ততঃ সঁচা (২০০৯)  : ৰংবং তেৰাং।

মোৰ জীৱন সোঁৱৰণ (১৯২৮)         : লক্ষ্মীনাথ বেজবৰুৱা।

মোৰ যে কিমান হেঁপাহ (১৯৯২)        : কেশৱ মহন্ত।

মোৰ সোঁৱৰণী (১৯৭১)             : পদ্মনাথ গোহাঞি।

মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ : লক্ষ্মীনাথ বেজবৰুৱা।

মহাপ্ৰাণ অসমীয়া ডঃ ভবেন্দ্ৰনাথ শইকীয়া    : ৰক্তাভজ্যোতি বৰা (সম্পা.)।

মোৰ সাংবাদিক জীৱন (১৯৮৯)        : হোমেন বৰগোহাঞি।

মোৰ সত্য অন্বেষণৰ কাহিনী (১৯৮৮)    : অমিয় কুমাৰ দাস (অনু.)।

মদাৰ ফুলৰ মালা (১৯৬৮)           : হেমচন্দ্ৰ শৰ্মা।

মিলনৰ সুৰ (১৯৫৮)               : যতীন্দ্ৰনাথ দুঅৱৰা।

মৃত্যু গছকি আনা জয় জিনি            : বীৰেন বৰকটকী।

মন ময়ূৰী (১৯৬৭)                : হেম বৰুৱা।

মণিৰাম দেৱান (১৯৬৬)            : বেণুধৰ শৰ্মা।

যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ (১৯৪৯)   : কৃষ্ণকান্ত সন্দিকৈ।

ৰংপুৰে কথ কয়                   : পদ্মধৰ চলিহা।

ৰংমিলিৰ হাঁহি (১৯৮১)             : ৰংবং তেৰাং।

ৰমন্যাসবাদ (১৯৯৫)               : মহেন্দ্ৰ বৰা।

ৰাজপথে ৰিঙিয়ায় (১৯৫৫)           : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

ৰামধেনুৰ সম্পাদকীয়                : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

ৰামধেনুৰ শ্ৰেষ্ঠ গল্প (১৯৯৭)          : হৃদয়ানন্দ গগৈ (সম্পা.)।

ৰুপতীৰ্থৰ যত্ত্ৰী (১৯৬৫)             : চৈয়দ আব্দুল মালিক।

ৰুপালীম (১৯৬০)                 : জ্যোতিপ্ৰসাদ আগৰৱালা।

ৰেড ৰিভাৰ এণজ্ঞ ব্লু হিলছ           : হেম বৰুৱা।

ৰঙ্গিলী (১৯৬২)                  : ৰজনীকান্ত বৰদলৈ।

লঘু-গুৰু (১৯৯৬)                 : মহেন্দ্ৰ বৰা।

লিতিকাই (১৮৯০)                : লক্ষ্মীনাথ বেজবৰুৱা।

লেখক-সাংবাদিকৰ গাইড (১৯৯৮)      : শান্তনু কৌশিক বৰুৱা, শাংকব কৌশিক বৰুৱা।

লোক কল্পদৃষ্টি (১৯৮৭)              : নীলমণি ফুকন।

লৌহিত্য-সিন্ধু (১৯৯৭)              : তিলোত্তমা মিশ্ৰ।

শকুনিৰ প্ৰতিশোধ (১৯৬৮)           : গণেশ গগৈ।

শিল্পীৰ আলোকযাত্ৰা (২০০২)           : গীতাশ্ৰী তামুলী আৰু অখিল গগৈ (সম্পা.)।

শেৱালি (১৯৬৫)                  : ৰত্নাকৰ বৰকাকতি।

শিৱ (২০০০)                    : নিৰ্মল প্ৰভা বৰদলৈ।

শেষ পৃষ্ঠা (১ম, ২য়, ৩য় খণ্ড)        : ভবেন্দ্ৰ নাথ শইকীয়া।

শৃংখল (১৯৭৩)                   : ভবেন্দ্ৰ নাথ শইকীয়া।

শ্ৰী কৃষ্ণ (১৯৯৬)                 : সুৰেন্দ্ৰ কুমাৰ দাস।

শ্ৰী শ্ৰী শংকৰদেৱ (১৯৪৮)           : মহেশ্বৰ নেওগ।

শ্ৰী শ্ৰী শংকৰদেৱ : বৈষ্ণৱ ছেইণ্ট        : বিৰিঞ্চি কুমাৰ বৰুৱা।

অব্‌ আছাম (১৯৬০)

শংকৰদেৱ এণ্ড হিজ টাইমছ (১৯৬৫)          : মহেশ্বৰ নেওগ।

সন্ধিয়াৰ সুৰ (১৯২৮)              : নলিনীবালা দেৱী।

সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (১ম         : শান্তনু কৌশিক বৰুৱা।

আৰু ২য় খণ্ড ; ২০০১-২০০২)

সবিনয় নিবেদন (২০০০)             : গৌৰীশংকৰ ভট্টাচাৰ্য।

সাগৰ দেখিছা (১৯৬৬)             : দেৱকান্ত বৰুৱা।

সাগৰিকা (২০০২)                 : লীনা শৰ্মা।

সাতসৰী অসম বুৰঞ্জী                : সূৰ্য কুমাৰ ভূঞা।

সাধু কথাৰ কুকি (১৯১০)            : লক্ষ্মীনাথ বেজবৰুৱা।

সাৰথি (১৯১৫)                  : সত্যনাথ বৰা।

সাহিত্য আৰু চেতনা (১৯৭৬)              : হীৰেণ গোহাঁই।

সাহিত্য বিচাৰ (১৯২২)              : সত্যনাথ বৰা।

সাহিত্য আৰু সাহিত্য                : মহেন্দ্ৰ বৰা।

সাহিত্যবিদ্যা পৰিক্ৰমা (১৯৬২)         : তীৰ্থনাথ শৰ্মা।

সপোনৰ দিকচৌ বনত (২০০৯)         : ডঃ হীৰেন গোহাঁই।

সুগন্ধি পখিলা (১৯৮১)              : হীৰেন ভট্টাচাৰ্য।

সাহিত্যৰথী (২০০৬)                : ডঃ প্ৰফুল্ল কটকী।

সুন্দৰৰ সৰু-বৰ আলিয়েদি (১৯৮০)      : ভূপেন হাজৰিকা।

সুদীৰ্ঘ দিন আৰু ঋতু (১৯৮২)         : নিৰ্মলপ্ৰভা বৰদলৈ।

সুবালা (১৯৬৩)                  : হোমেন বৰগোহাঁই।

সুৰুযমুখীৰ স্বপ্ন (১৯৬০)             : চৈয়দ আব্দুল মালিক।

সেউজী পাতৰ কাহিনী (১৯৫১)         : ৰাস্না বৰুৱা।

স্নেহ দেৱীৰ একুঁকি গল্প (১৯৯১)        : স্নেহ দেৱী।

স্বৰ্ণলতা (১৯৯১)                  : তিলোত্তমা মিশ্ৰ।

সোণালী জাহাজ (১৯৭৭)             : ভবেন বৰুৱা।

সেই নদী নিৰৱধি (১৯৬৯)           : নিৰুপমা বৰগোহাঞি।

সূৰ্য হেনো নামি আহে এই             : নীলমণি ফুকন।

নদীয়েদি (১৯৬৩)

সৌৰজগত (২০০৪)                : দীপজ্যোতি নেওগ।

সপোনৰ খোজ (২০০৫)              : শাংকব কৌশিক বৰুৱা।

সাহিত্য-সংজ্ঞা কোষ (২০০৫)          : ডঃ প্ৰফুল্ল কটকী।

সহস্ৰাব্দৰ বিশ্ব (২০০৪)              : শান্তনু কৌশিক বৰুৱা।

সমাৰ্থ শব্দকোষ (২০০৪)             : ডঃ প্ৰফুল্ল কটকী।

সীতাহৰণ কাব্য                    : ভোলানাথ দাস।

সঞ্চয়ন (১৯৫৯)                  : মহেশ্বৰ নেওগ (সম্পা.)।

সাদৰী (১৯৬৬)                  : ৰঘূনাথ চৌধাৰী।

সুৰভী (১৯৬৬)                  : লক্ষ্মীনাথ বেজবৰুৱা।

সীমান্তৰ সম্ভেদ (১৯৫৮)             : পৰাগ চলিহা।

সাহিত্য আলোচনা (১৯৬১)           : ত্ৰৈলোক্যনাথ গোস্বামী।

সাহিত্য উপক্ৰমণিকা (১৯৮৫)         : মহেন্দ্ৰ বৰা।

হালধীয়া চৰায়ে বাওধান খায় (১৯৭৩)    : হোমেন বৰগোহাঞি।

হাহোঁ আহক                      : দিলীপ কুমাৰ বৰুৱা।

হে অৰণ্য হে মহানগৰ (১৯৫১)        : নৱকান্ত বৰুৱা।

হেমকোষ (১৯০০)                 : হেমচন্দ্ৰ বৰুৱা।

হেৰাই যোৱা দিনবোৰ                : দেৱেশ্বৰ শৰ্মা।

হেৰোৱা দিগন্ত (১৯৬৯)             : তৰুণ চন্দ্ৰ বৰুৱা (অনু.)।

হিষ্ট্‌ৰী অব্‌ আছাম (১৯০৫)           : এডোৱাৰ্ড গেইট।

হিষ্ট্‌ৰী অব্‌ আছামিজ লিটাৰেচাৰ         : বিৰিঞ্চি কুমাৰ বৰুৱা।

(১৯৬৪)

হেঙুল আকাশ, ক’লা চাইকেল,          : ডঃ হীৰেন গোহাঁই।

এজন আৰোহী (২০০৭)

লেখক: শান্তনু কৌশিক বৰুৱা, লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

শেহতীয়া উন্নীতকৰণ: : 7/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate