অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ কেইটামান বিশেষ উদ্যোগ-প্ৰতিষ্ঠান আৰু ঠাই

অসমৰ কেইটামান বিশেষ উদ্যোগ-প্ৰতিষ্ঠান আৰু ঠাই

১) অসমৰ প্ৰাকৃতিক গেছ প্ৰকল্প              - দুলীয়াজান, গুৱাহাটী, বঙাইগাওঁ।

২) অসমৰ পেট্ৰ’কেমিকেল প্ৰকল্প              - নামৰুপ, বঙাইগাওঁ।

৩) অসমৰ তেল শোধানাগাৰ               - ডিগবৈ, নুনমাটি (গুৱাহাটী), বঙাইগাওঁ,  নুমলীগড়।

৪) অসমৰ জুইশালৰ কাৰখানা               - ধুবুৰী।

৫) অসমৰ মৰাপাটৰ কল                  - শিলঘাট।

৬) অসমৰ চাহ গৱেষণা কেন্দ্ৰ              - টোকলাই (যোৰহাট)।

৭) অসমৰ তেল আৰু প্ৰাকৃতিৰ গেছ      - নাজিৰা।

আয়োগৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্য্যালয়

৮) চিমেণ্ট কাৰখানা                    - বোকাজান।

৯) চেনীকল                          - বৰুৱাবামুন গাওঁ, চৰগোলা আৰু কামপুৰ।

১০) ৰেলইঞ্জিন মেৰামতি                  - বঙাইগাওঁ, ডিব্ৰুগড়।

১১) তাপবিদ্যৎ উৎপাদন                  - নামৰুপ, লাকুৱা, চন্দ্ৰপুৰ, চালাকাটি।

(বৰ্ত্তমান চন্দ্ৰপুৰ, চালাকাটি বন্ধ)

১২) পাট-মুগা কাপোৰ উৎপাদন কৰা ঠাই       - শুৱালকুছি।

১৩) চূণশিল পোৱা ঠাই                  - ছিলাই পাহাৰ (কাৰ্বি আংলং)

১৪) ভাৰতীয় বিজ্ঞান-প্ৰযিক্তি               - উত্তৰ গুৱাহাটী।

প্ৰতিষ্ঠান থকা ঠাই

১৫) অসমৰ ৰাজ্যিক সংগ্ৰহালয়              - গুৱাহাটী।

থকা ঠাই

১৬) অসমৰ মৰাপাট কল                 - শিলঘাট।

১৭) অসমৰ তাৰকাগৃহ                   - গুৱাহাটী।

(প্লেনেটৰিয়াম) থকা ঠাই

১৮) অসমৰ চিৰিয়াখান                  - জাপৰিগোগ (গুৱাহাটী)।

১৯) অসমৰ মীন মহাবিদ্যালয়               - ৰহা (নগাওঁ)।

২০) আঞ্চলিক গৱেষণাগাৰ                 - যোৰহাট।

২১) অসমৰ আঞ্চলিক বিজ্ঞানকেন্দ্ৰ            - খানাপাৰা (গুৱাহাটী)।

২২) অসমৰ আৰবী ভাষাৰ প্ৰশিক্ষণ           - বঙিয়া।

মহাবিদ্যালয়

২৩) অসমৰ সংস্কৃত মহাবিদ্যালয়             - গুৱাহাটী, নলবাৰী।

২৪) অসমৰ সৈনিক স্কুল                  - মৰাণ, গোৱালপাৰা।

২৫) অসমৰ ফৰেনছিক লেবৰেটৰী             - গুৱাহাটী।

২৬) অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ               - চাবুৱা।

২৭) অসমৰ মানসিক চিকিৎসালয়             - তেজপুৰ।

থকা ঠাই

২৮) অসমৰ প্লাজমা ফিজিক্সৰ গৱেষণা         - গুৱাহাটি।

কেন্দ্ৰ থকা ঠাই

২৯) অসমৰ প্ৰস্তাবিত গেছ ক্ৰেকাৰ            - টেঙাখাত।

প্ৰকল্পৰ ঠাই

৩০) অসমৰ চিনেমা ষ্টুডিঅ’                - কাহিলিপাৰা (জ্যোতি চিত্ৰবন), গুৱাহাটী।

থকা ঠাই

৩১) কেন্দ্ৰীয় বিশ্ববিদ্যালয় থকা ঠাই           - তেজপুৰ, শিলচৰ।

৩২) অসমৰ বিশ্ববিদ্যালয় থকা ঠাই           - ডিব্ৰুগড় (ডিব্ৰুগড় বিশ্ববিদ্যালয়),

যোৰহাট (অসম কৃষি বিশ্ববিদ্যালয়),

গুৱাহাটী (গুৱাহাটী বিশ্ববিদ্যালয়)।

৩৩) অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়          - যোৰহাট, গুৱাহাটী।

৩৪) অসমৰ জাতীয় প্ৰযুক্তি প্ৰতিষ্ঠান           - শিলচৰ।

৩৫) অসমৰ উচ্চ ন্যায়ালয় থকা ঠাই          - গুৱাহাটী।

৩৬) অসমৰ গেছ বিদ্যুৎ প্ৰকল্প              - কঁঠালগুৰি।

৩৭) অসম সাহিত্য সভাৰ                 - যোৰহাট চন্দ্ৰকান্ত সন্দিকৈ ভৱন)।

মুখ্য কাৰ্য্যালয়

৩৮) অসমৰ হাতী দাঁতৰ বস্তু              - বৰপেটা।

তৈয়াৰ কৰা ঠাই

৩৯) অসমৰ স্পান চিল্কৰ কাৰখানা           - জাগীৰোড।

৪০) অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ            - গুৱাহাটী আৰু ছিলং। ১৯৪৮ চনৰ

১ জুলাইত স্থাপিত।

ভাৰতৰ কেইটামান বিশেষ তথ্য

১) ভাৰতৰ আটাইতকৈ দীৰ্ঘতম পুখুৰী               - অসমৰ শিৱসাগৰ পুখুৰী।

২) ভাৰতৰ আটাইতকৈ দীৰ্ঘতম                   - খড়গপুৰ ২,৭৩৩ ফুট।

ৰেলৱে প্লেটফৰ্ম

৩) ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী                - গংগা (২,৫১০ কিঃমিঃ)।

৪) ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই              - মৌছিনৰাম (বৰষুণৰ পৰিমাণ

বছৰি গড়ে ১১,৮৭৩ মিলিমিটাৰ)।

৫) ভাৰতৰ সৰ্বোচ্চ সন্মান                      - ভাৰতৰত্ন।

৬) ভাৰতৰ সৰ্বাধিক সাক্ষৰতা হাৰ                - কেৰেলা (৯০.৯২ শতাংশ)।

৭) ভাৰতৰ বৃহত্তম মন্দিৰ                      - মীনাক্ষী মন্দিৰ, মাদুৰাই

(মাটিকালি ৫৫,৮৬০ বৰ্গ মিটাৰ)।

৮) ভাৰতৰ বৃহত্তম জনবহুল নগৰ                 - মুম্বাই (১২৬০ নিযুত)।

৯) ভাৰতৰ বৃহত্তম তাৰকাগৃহ                    - বৰলা প্লেনেটৰিয়াম (কলকাতা)।

(প্লেনেটৰিয়াম)

১০) ভাৰতৰ বৃহত্তম নদীদ্বীপ                    - মাজুলী, অসম

(মাটিকালি ১,০৬০ বৰ্গ কিঃমিঃ)।

১১) ভাৰতৰ বৃহত্তম সংগ্ৰহালয়                   - ইণ্ডিয়াম মিউজিয়াম, কলকাতা।

১২) ভাৰতৰ বৃহত্তম ডাকঘৰ                    - মুম্বাই জি. পি. অ’।

১৩) ভাৰতৰ বৃহত্তম পুথিভঁৰাল                   - ৰাষ্ট্ৰীয় পুথিভঁৰাল, কলকাতা।

১৪) ভাৰতৰ বৃহত্তম চিৰিয়াখানা                  - জুল’জিকেল গাৰ্ডেন, কলকাতা।

১৫) ভাৰতৰ বৃহত্তম ব-দ্বীপ                     - সুন্দৰবন (৭৫,০০০ বৰ্গ কিঃমিঃ)।

১৬) ভাৰতৰ বৃহত্তম মৰুভূমি                    - থৰ মৰুভূমি ৰাগস্থান

(৮০৫ কিঃমিঃ দীঘল আৰু

৪৮৫ কিঃমিঃ বহল)।

১৭) ভাৰতৰ বৃহত্তম হ্ৰদ                       - উলাৰ হ্ৰদ, কাশ্মীৰ।

১৮) ভাৰতৰ বৃহত্তম কাৰাগাৰ                   - টিহাৰ চেণ্ট্ৰেল জেল, দিল্লী।

১৯) ভাৰতৰ বৃহত্তম ৰাজ্য                      - ৰাজস্থান (মাটিকালি হিচাপত)।

২০) ভাৰতৰ বৃহত্তম চিকিৎসালয়                  - বি. জে. মেডিকেল হস্পাতাল,

আহমেদাবাদ।

২১) ভাৰতৰ বৃহত্তম মছজিদ                     - জামা মছজিদ, দিল্লী।

২২) ভাৰতৰ দৈৰ্ঘ্যতম বালিচৰ (বীচ্ছ)              - চেন্নাইৰ মেৰীনা বীচ্ছ।

২৩) ভাৰতৰ দৈৰ্ঘ্যতম ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়            - ড° ৰাজেন্দ্ৰ প্ৰসাদ।

(১২ বছৰ ৪ মাহ ১৩ দিন)।

২৪) ভাৰতৰ উচ্চতম পৰ্বতশৃঙ্গ                   - গডউইন অষ্টিন

(K2, ২৮,২৫০ ফুট)

২৫) ভাৰতৰ উচ্চতম বিমানবন্দৰ                 - লাডাখৰ লেহ বিমানবন্দ

(১০,৬৮০ ফুট)

২৬) ভাৰতৰ বৃহত্তম চিনেমা হল                  - মাদুৰাই ‘থাংগাম’ ; ২,৫৬৩ জন

দৰ্শক একেলগে বহিব পাৰে।

২৭) ভাৰতৰ উচ্চতম স্তম্ভ                      - কুটুব মিনাৰ (৭৩ মিটাৰ)

২৮) ভাৰতৰ দীৰ্ঘতম পথ                      - গ্ৰেণ্ড ট্ৰাংক ৰ’ড।

২৯) ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য                     - গোৱা (৩,৭০২ বৰ্গ কিঃ মিঃ)।

পৃথিৱীৰ কেইটামান বিশেষ তথ্য

১) পৃথিৱীৰ বৃহত্তম পুথিভঁৰাল               - দি লাইব্ৰেৰী অৱ কংগ্ৰেছ (আমেৰিকা

যুক্তৰাষ্ট্ৰ; ১০৮,৪৩৩,৩৭০ ধৰণৰ সামগ্ৰী)।

২) পৃথিৱীৰ বৃহত্তম যাদুঘৰ                 - আমেৰিকান মিউজিয়া অৱ নেচাৰেল

হিষ্টৰী, নিউয়ৰ্ক।

৩) পৃথিৱীৰ বৃহত্তম বন্দৰ                 - নিউয়ৰ্ক আৰু নিউজাৰ্ছি বন্দৰ।

৪) পৃথিৱীৰ বৃহত্তম ৰে’লষ্টেচন               - গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল, নিউয়ৰ্ক।

(২৭৮ ফুট ১১ ইঞ্চি)।

৫) পৃথিৱীৰ বৃহত্তম প্ৰাচীৰ                 - চীনৰ প্ৰাচীৰ।

৬) পৃথিৱীৰ বৃহত্তম ঘণ্টা                  - মস্কোৰ পিতলৰ ঘণ্টা (২০০ টন)।

৭) পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য               - মহাভাৰত।

৮) পৃথিৱীৰ বৃহত্তম মহাসাগৰ               - প্ৰশান্ত মহাসাগৰ।

৯) পৃথিৱীৰ বৃহত্তম ৰাজপ্ৰাসাদ               - ব্ৰুনেইৰ চুলতানৰ ৰাজপ্ৰাসাদ (ইয়াত

১,৭৮৮ টা কোঠা আছে)।

১০) পৃথিৱীৰ বৃহত্তম হোটেল                - দি এম জি এম গ্ৰেণ্ড হোটেল, লা ভেগাছ ;

আমেৰিকা যুক্তৰাষ্ট্ৰ।

১১) পৃথিৱীৰ বৃহত্তম মৰুভূমি                - চাহাৰা, উত্তৰ আমেৰিকা (৮৪,০০,০০০

বৰ্গ কিঃমিঃ)।

১২) পৃথিৱীৰ বৃহত্তম সংগ্ৰহালয়               - স্মিথছোনিয়ান ইন্‌ষ্টিটিউট্‌ (আমেৰিকা

যুক্তৰাষ্ট্ৰ)।

১৩) পৃথিৱীৰ বৃহত্তম নদী দ্বীপ              - মাজুলী (অসম)।

১৪) পৃথিৱীৰ বৃহত্তম ব-দ্বীপ               - সুন্দৰ বন (পশ্চিমবংগ)।

১৫) পৃথিৱীৰ বৃহত্তম হ্ৰদ                  - কাস্পিয়ান সাগৰ (সক্ষিণ এচিয়া)।

১৬) পৃথিৱীৰ বৃহত্তম সাগৰ                - দক্ষিণ চীন সাগৰ।

১৭) পৃথিৱীৰ ব্ৰৰুহত্তম বিমান বন্দৰ           - হংকং আন্তৰ্জাতিক (হংকং, চীন)।

 

ৰবটৰ কথা

ৰবট হ’ল বিজ্ঞানী সকলে আধুনিক প্ৰশুক্তিবিদ্যাৰ সহায়ত তৈয়াৰ কৰা যন্ত্ৰ-মানৱ। বিশ্বত প্ৰথম ৰবট তৈয়াৰ কৰে ১৯৬২ চনত আমেৰিকাৰ ইউনিমেচন (UNIMATION) নামৰ সংস্থাই। সৌৰজগতৰ বিভিনহ্ন গ্ৰহৰ বিষয়ে তথ্য কৰিব পৰা বুদ্ধিমান ৰবটতো সাজি উলিয়াইছে ৰুচ দেশে। জাপানৰ এটা ৰবটে মানুহৰ দৰে কথা ক’ব পাৰে।

 

ধৰ্ম গ্ৰন্থৰ কথা

শিখসকলৰ মূল ধৰ্মগ্ৰন্থ                 - গ্ৰন্থচাহেব

হিন্দুসকলৰ মূল ধৰ্মগ্ৰন্থ                 - গীতা

বৌদ্ধসকলৰ মুল ধৰ্মগ্ৰন্থ                - ত্ৰিপিতটক

মুছলমানসকলৰ মূল ধৰ্ম গ্ৰন্থ              - কোৰান শ্বৰীফ

খ্ৰীষ্টিয়ানসকলৰ মূল ধৰ্মগ্ৰন্থ               - বাইবেল

লেখক: প্ৰতিভা দেৱী, কুইজ মঞ্চ

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate