মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কুইজ মঞ্চ / পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য সাগৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য সাগৰ

পৃথিৱীৰ কেইখনমান উল্লেখযোগ্য সাগৰ

নাম

কালি (বৰ্গ কিলোমিটাৰ/বৰ্গমাইল)

দক্ষিণ চীন সাগৰ

২৮,৪৯,০০০/১১,০০,০০০

ভূমধ্য সাগৰ

২৪,৯৯,৩৫০/৯,৬৫,০০০

বেৰিং সাগৰ

২২,৭৪,০২০/৮,৭৮,০০০

কেৰিবিয়ান সাগৰ

১৯,৪২,৫০০/৭,৫০,০০০

মেক্সিক’ উপসাগৰ

১৮,১৩,০০০/৭,০০,০০০

ওখটস্ক সাগৰ

১৫,২৮,১০০/৫,৯০,০০০

জাপান সাগৰ

১২,৯৫,০০০/৫,০০,০০০

হাডছন উপসাগৰ

১২,৩০,২৫০/৪,৭৫,০০০

আন্দামান সাগৰ

৭,৭৭,০০০/৩,০০,০০০

উত্তৰ সাগৰ

৫,৭৪,৯৮০/২,২২,০০০

লোহিত সাগৰ

৪,৪০,৩০০/১,৭০,০০০

বাল্টিক সাগৰ

৪,২২,১৭০/১,৬৩,০০০

কৃষ্ণ সাগৰ

৪,১১,৮১০/১,৫৯,০০০

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।
3.09615384615
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top