অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৃথিৱীৰ কেইখনমান দীৰ্ঘতম নদী

পৃথিৱীৰ কেইখনমান দীৰ্ঘতম নদী

নাম

দেশ/মহাদেশ

দৈৰ্ঘ্য (কিলোমিটাৰ)

নীল

আফ্ৰিকা

৬৬৭০

আমাজন

দক্ষিণ আমেৰিকা

৬৪০০

ইয়াং চিকিয়াং

চীন

৫৪৭০

উব ইৰটিছ

ৰাছিয়া

৫১৫০

কংগু

আফ্ৰিকা

৪৬৬৬

মিছৌৰি

উত্তৰ আমেৰিকা

৪৩৬০

আমুৰ

এছিয়া

৪৩৫০

হোৱাংহো

চীন

৪৩৪৪

লেনা

আফ্ৰিকা

৪২৬০

মেকেনজিং

কানাডা

৪২৪০

মেকং

এছিয়া

৪১৮৩

নাইজাৰ

আফ্ৰিকা

৪১৮৩

পাৰানা

দক্ষিণ আমেৰিকা

৩৯৪২

মিছিছিপি

উত্তৰ আমেৰিকা

৩৭৮০

ইনিছি

ৰাছিয়া

৩৮০৪

মূৰে-ডাৰ্লিং

অষ্ট্ৰেলিয়া

৩৭১৭

ভলগা

ৰাছিয়া

৩৬৮৫

মেডেৰিয়া

দক্ষিণ আমেৰিকা

৩২১৮

ইউকণ

আলাস্কা-কানাডা

৩১৮৪

ছেন্ট লৰেন্স

কানাডা-আমেৰিকা যুক্তৰাষ্ট্ৰ

৩০৫৭

ৰিঅ’ গ্ৰেণ্ড

মেস্কিকো-আমেৰিকা যুক্তৰাষ্ট্ৰ

৩০৩৩

পুৰুছ

দক্ষিণ আমেৰিকা

২৯৭৭

চাও ফ্ৰান্সিছকো

দক্ষিণ আমেৰিকা

২৯০০

চলউইন

এছিয়া

২৮১৫

ডানিয়ুব

ইউৰোপ

২৭৭৫

ইউফ্ৰেটিছ

এছিয়া

২৭৩৫

টকেনটিছ

দক্ষিণ আমেৰিকা

২৭৩৫

ব্ৰহ্মপুত্ৰ

এছিয়া

২৮৮০

ছিৰ-দাৰিয়া

কাজাখাস্তান

২৭০০

ছি

চীন

২৬৫৫

গংগা

ভাৰত

২৬৫৫

অৰিন’ক

দক্ষিণ আমেৰিকা

২৫৭৫

নেলছন

কানাডা

২৫৭৫

সিন্ধু

এছিয়া

২৭৩৫

জাম্বেজী

আফ্ৰিকা

২৫৭৫

উড়াল

ৰাছিয়া-কাজাখাস্তান

২৫৩৩

আমু-ডৰিয়া

তুৰ্কমেনিস্তান-উজবেকিস্তান

২৪৯৪

আলেনেক

ৰাছিয়া

২৪৯৪

পাৰাগুৱে

দক্ষিণ আমেৰিকা

২৪৯৪

জপুৰা

দক্ষিণ আমেৰিকা

২৪৯৪

আৰকানাছাছ

আমেৰিকা যুক্তৰাষ্ট্ৰ

২৩৩৩

কল’ৰাডো

আমেৰিকা যুক্তৰাষ্ট্ৰ-মেক্সিকো

২৩৩৩

নীপাৰ

ইউক্ৰেইন

২২৮০

ৰিঅ’নিগ্ৰো

দক্ষিণ আমেৰিকা

২২৫৩

অৰেঞ্জ

আফ্ৰিকা

২১৭২

ক’লিমা

ৰাছিয়া

২১৪৮

ইৰাৱতী

ম্যানমাৰ

২১৩২

অহিঅ’

আমেৰিকা যুক্তৰাষ্ট্ৰ

২১০০

কেমা

ৰাছিয়া

২০৩০

ডন

ৰাছিয়া

১৯৬৬

কলম্বিয়া

আমেৰিকা যুক্তৰাষ্ট্ৰ-কানাডা

১৯৫৩

ছ’ছকেটছৱান

কানাডা

১৯৪০

পিচ

কানাডা

১৯২৩

ডাৰলিং

অষ্ট্ৰেলিয়া

১৮৬৬

আঙ্গাৰা

ৰাছিয়া

১৮৬২

টাইগ্ৰিছ

এছিয়া

১৮৫০

ছানগাৰী

এছিয়া

১৮১৮

পেচ’ৰা

ৰাছিয়া

১৭৪৪

স্নেক

আমেৰিকা যুক্তৰাষ্ট্ৰ

১৬৭০

ৰেড

আমেৰিকা যুক্তৰাষ্ট্ৰ

১৬৩৮

চাৰ্চিল

কানাডা

১৬১০

পিলকোমাইয়ু

দক্ষিণ আমেৰিকা

১৬১০

উৰুগুৱে

দক্ষিণ আমেৰিকা

১৬১০

মগ্‌ডেলেনা

কলম্বিয়া

১৬১০

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate