মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / কুইজ মঞ্চ / পৃথিৱীৰ প্ৰধান মৰুভূমি কেইখন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৃথিৱীৰ প্ৰধান মৰুভূমি কেইখন

পৃথিৱীৰ প্ৰধান মৰুভূমি কেইখন

নাম

দেশ/মহাদেশ

মাটিকালি (বৰ্গ কিলোমিটাৰ)

ছাহাৰা

আফ্ৰিকা

৮৪,০০,০০০

লিবিয়া

আফ্ৰিকা

১৬,৮৩,৫০০

অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়া

১৫,৫৪,০০০

গোবি

মংগোলিয়া

১০,৩৬,০০০

ৰুব-অল-খালি

আৰৱ

৬,৪৭,৫০০

কালাহাৰি

বোৎছোৱানা

৫,১৮,০০০

গ্ৰেট ছেণ্ডি

অষ্ট্ৰেলিয়া

৪,১৪,৪০০

টকলা মাকান

চীন

৩,২৩,৯০০

গ্ৰেট ভিক্টোৰিয়া

অষ্ট্ৰেলিয়া

৩,২৩,৮০০

ছিৰিয়া

আৰৱ

৩,২৩,৮০০

অৰুন্টা

অষ্ট্ৰেলিয়া

৩,১০,৮০০

কাৰাকোম

তুৰ্কিস্তান

২,৭২,০০০

নুবিয়ান

আফ্ৰিকা

২,৫৯,০০০

থৰ

ভাৰত

২,৫৯,০০০

কিজিলকুম

তুৰ্কিস্তান

২,৩৩,১০০

আৰৱ

আৰৱ

১,২৯,৫০০

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top