অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকল

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকল

নাম

কাৰ্যকাল

হৰিলাল জে কানিয়া

২৬ জানুৱাৰী, ১৯৫০-৬ নবেম্বৰ, ১৯৫১

এম পতঞ্জলি শাস্ত্ৰী

৭ নবেম্বৰ, ১৯৫১-৩ জানুৱাৰী, ১৯৫৪

মেহেৰ চান্দ মহাজন

৪ জানুৱাৰী ১৯৫৪-২২ ডিচেম্বৰ ১৯৫৪

বি কে মুখাৰ্জী

২৩ ডিচেম্বৰ ১৯৫৪-৩১ জানুৱাৰী, ১৯৫৬

এছ আৰ দাস

১ ফেব্ৰুৱাৰী, ১৯৫৬-৩০ ছেপ্টেম্বৰ ১৯৫৯

ভূৱনেশ্বৰ প্ৰসাদ সিনহা

১ অক্টোৱৰ ১৯৫৯-৩১ জানুৱাৰী, ১৯৬৪

পি বি গজেন্দ্ৰ গাডকৰ

১ ফেব্ৰুৱাৰী, ১৯৬৪- ১৫ মাৰ্চ, ১৯৬৬

এ কে সৰকাৰ

১৬ মাৰ্চ ১৯৬৬- ২৯ জুন, ১৯৬৬

কে চুব্বা ৰাও

৩০ জুন, ১৯৬৬-১১ এপ্ৰিল, ১৯৬৭

কে এন বাংচু

১২ অপ্ৰিল, ১৯৬৭-২৪ ফেব্ৰুৱাৰী ১৯৬৮

এম হেদায়েতুল্লা

২৫ ফেব্ৰুৱাৰী, ১৯৬৮-১৬ ডিচেম্বৰ ১৯৭০

জে চি শ্বাহ

১৭ ডিচেম্বৰ ১৯৭০-২১ জানুৱাৰী, ১৯৭১

এছ এম ছিক্ৰি

২২ জানুৱাৰী, ১৯৭১- ২৫ এপ্ৰিল, ১৯৭৩

এ এন ৰায়

২৬ এপ্ৰিল, ১৯৭৩-২৪ জানুৱাৰী, ১৯৭৭

এম এইচ বেগ

২৯ জানুৱাৰী, ১৯৭৭- ২১ ফেব্ৰুৱাৰী, ১৯৭৮

ৱাই ডি চন্দ্ৰচূড়

২২ ফেব্ৰুৱাৰী, ১৯৭৮- ১১ জুলাই ১৯৮৫

প্ৰফুল্ল চন্দ্ৰ নটৱৰলাল ভাগৱতী

১২ জুলাই ১৯৮৫-২০ ডিচেম্বৰ, ১৯৮৬

আৰ  এছ পাঠক

২১ ডিচেম্বৰ, ১৯৮৬-১৮ জুন, ১৯৮৯

ই এছ ভেংকটাৰমাইয়া

১৯ জুন ১৯৮৯-১৭ ডিচেম্বৰ ১৯৮৯

এছ মুখাৰ্জী

১৮ ডিচেম্বৰ, ১৯৮৯-২৫ ছেপ্টেম্বৰ ১৯৯০

ৰংনাথ মিশ্ৰ

২৬ ছেপ্টেম্বৰ, ১৯৯০-২৪ নৱেম্বৰ, ১৯৯১

কে এন সিং

২৫ নৱেম্বৰ ১৯৯১-১২ ডিচেম্বৰ, ১৯৯১

এম এইছ কানিয়া

১৩ ডিচেম্বৰ ১৯৯১-১৭ নৱেম্বৰ, ১৯৯২

এল এম শৰ্মা

১৮ নৱেম্বৰ ১৯৯২-১১ ফেব্ৰুৱাৰী, ১৯৯৩

এম এন ভেংকটাচালিয়া

১২ ফেব্ৰুৱাৰী, ১৯৯৩-২৪ অক্টোৱৰ, ১৯৯৪

এ এম আহমদী

২৫ অক্টোৱৰ, ১৯৯৪-২৪ মাৰ্চ ১৯৯৭

জে এছ বাৰ্মা

২৫ মাৰ্চ ১৯৯৭-১৭, ১৯৯৮

এম এম পাঞ্চিচি

১৮ জানুৱাৰী, ১৯৯৮- ৯ অক্টোৱৰ, ১৯৯৮

আদৰ্শ ছেইন আনন্দ

১০ অক্টোৱৰ ১৯৯৮- ৩১ অক্টোৱৰ, ২০০১

এছ পি বাৰুচা

১ নৱেম্বৰ ২০০১-৫ মে’ ২০০২

ভূপেন্দ্ৰ সিং কৃপাল

৬ মে’, ২০০২- ৭ নৱেম্বৰ ২০০২

জি বি পাটনায়ক

৮ নৱেম্বৰ, ২০০২- ১৮ ডিচেম্বৰ ২০০২

বিশ্বেশ্বৰ নাথ খাৰে

১৯ ডিচেম্বৰ, ২০০২- ২ মে’ ২০০৪

এছ ৰাজেন্দ্ৰ বাবু

২ মে- ২০০৪-১ জুন ২০০৪

ৰমেশ চন্দ্ৰ লাহোটি

১ জুন ২০০৪-১ নৱেম্বৰ ২০০৫

যোগেশ কুমাৰ ছাভাৰৱাল

১ নৱেম্বৰ ২০০৫- ১৩ জানুৱাৰী, ২০০৭

কে জি বালকৃষ্ণণ

১৪ জানুৱাৰী ২০০৭

 

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

 

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate