অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ প্ৰধানমন্ত্ৰীসকল

ভাৰতৰ প্ৰধানমন্ত্ৰীসকল

নাম

কাৰ্যকাল

জৱাহৰলাল নেহৰু

১৫ আগষ্ট, ১৯৪৭- ২৭ মে’, ১৯৬৪

গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)

১৯৬৪(২৭ মে’ৰ পৰা ৯ জুনলৈ)

লাল বাহাদুৰ শাস্ত্ৰী

৯ জুন, ১৯৬৪- ১১ জানুৱাৰী, ১৯৬৬

গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)

১৯৬৬ (১১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে)

ইন্দিৰা গান্ধী

২৪ জানুৱাৰী, ১৯৬৬-২৪ মাৰ্চ, ১৯৭৭

মোৰাৰজী দেশাই

২৪ মাৰ্চ, ১৯৭৭-২৮ জুলাই, ১৯৭৯

চৰণ সিং

২৮ জুলাই, ১৯৭৯- ১৪ জানুৱাৰী, ১৯৮০

ইন্দিৰা গান্ধী

১৪ জানুৱাৰী, ১৯৮০-৩১ অক্টোৱৰ, ১৯৮৪

ৰাজীৱ গান্ধী

৩১ অক্টোৱৰ, ১৯৮৪-১ ডিচেম্বৰ, ১৯৮৯

বিশ্বনাথ প্ৰতাপ সিং

২ ডিচেম্বৰ, ১৯৮৯-১০ নবেম্বৰ, ১৯৯০

চন্দ্ৰশেখৰ

১০ নবেম্বৰ, ১৯৯০-২১ জুন, ১৯৯১

পি ভি নৰসিংহ ৰাও

২১ জুন, ১৯৯১-১৬ মে’, ১৯৯৬

অটল বিহাৰী বাজপেয়ী

১৯৯৬ (১৬ মে’ৰ পৰা ১ জুনলৈ)

এইচ ডি দেৱেগৌড়া

১ জুন, ১৯৯৬-২১ এপ্ৰিল, ১৯৯৭

ইন্দৰ কুমাৰ গুজৰাল

২১ এপ্ৰিল, ১৯৯৭-১৮ মাৰ্চ, ১৯৯৮

অটল বিহাৰী বাজপেয়ী

১৯ মাৰ্চ, ১৯৯৮-২২ মে’ ২০০৪

ড: মনমোহন সিং

২২ মে’ ২০০৪-বৰ্তমানলৈকে।

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা,

লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate