অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভাৰতৰ ৰাষ্ট্ৰপতিসকল

ভাৰতৰ ৰাষ্ট্ৰপতিসকল

নাম

কাৰ্যকাল

ড° ৰাজেন্দ্ৰ প্ৰসাদ

২৬ জানুৱাৰী ১৯৫০-১৩ মে, ১৯৬২

ড° সৰ্বপল্লী ৰাধাকৃষ্ণন

১৩ মে’ ১৯৬২-১৩ মে’ ১৯৬৭

ড° জাকিৰ হুছেইন

১৩ মে’ ১৯৬৭-৩ মে’ ১৯৬৯

বৰাহগিৰি ভেংকেটগিৰি (ভাৰপ্ৰাপ্ত)

৩ মে’ ১৯৬৯-২০ জুলাই, ১৯৬৯

ম: হেদায়েতুল্লা (ভাৰপ্ৰাপ্ত)

২০ জুলাই ১৯৬৯-২৪ আগষ্ট, ১৯৬৯

বৰাহগিৰি ভেংকেটগিৰি

২৪ আগষ্ট, ১৯৬৯-২৪ আগষ্ট, ১৯৭৪

ফকৰুদ্দিন আলি আহমেদ

২৪ আগষ্ট, ১৯৭৪- ১১ ফেব্ৰুৱাৰী, ১৯৭৭

বি ডি জাট্টি (ভাৰপ্ৰাপ্ত)

১১ ফেব্ৰুৱাৰী, ১৯৭৭- ২৫ জুলাই, ১৯৭৭

নিলম সঞ্জীৱ ৰেদ্দী

২৫ জুলাই, ১৯৭৭-২৫ জুলাই, ১৯৮২

গিয়ানী জাইল সিং

২৫ জুলাই, ১৯৮২-২৫ জুলাই, ১৯৮৭

ৰামস্বামী ভেংকেটৰমন

২৫ জুলাই, ১৯৮৭-২৫ জুলাই, ১৯৯২

ড° শংকৰ দয়াল শৰ্মা

২৫ জুলাই, ১৯৯২-২৫ জুলাই, ১৯৯৭

কে আৰ নাৰায়ণন

২৫ জুলাই, ১৯৯৭- ২৫ জুলাই, ২০০২

ড° এ পে জে আব্দুল কালাম

২৫ জুলাই, ২০০২-২৪ জুলাই, ২০০৭

প্ৰতিভা পাটিল

২৫ জুলাই, ২০০৭-বৰ্তমানলৈকে।

 

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা,

লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

2.97101449275
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top