অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ ৰাষ্ট্ৰপতিসকল

ভাৰতৰ ৰাষ্ট্ৰপতিসকল

নাম

কাৰ্যকাল

ড° ৰাজেন্দ্ৰ প্ৰসাদ

২৬ জানুৱাৰী ১৯৫০-১৩ মে, ১৯৬২

ড° সৰ্বপল্লী ৰাধাকৃষ্ণন

১৩ মে’ ১৯৬২-১৩ মে’ ১৯৬৭

ড° জাকিৰ হুছেইন

১৩ মে’ ১৯৬৭-৩ মে’ ১৯৬৯

বৰাহগিৰি ভেংকেটগিৰি (ভাৰপ্ৰাপ্ত)

৩ মে’ ১৯৬৯-২০ জুলাই, ১৯৬৯

ম: হেদায়েতুল্লা (ভাৰপ্ৰাপ্ত)

২০ জুলাই ১৯৬৯-২৪ আগষ্ট, ১৯৬৯

বৰাহগিৰি ভেংকেটগিৰি

২৪ আগষ্ট, ১৯৬৯-২৪ আগষ্ট, ১৯৭৪

ফকৰুদ্দিন আলি আহমেদ

২৪ আগষ্ট, ১৯৭৪- ১১ ফেব্ৰুৱাৰী, ১৯৭৭

বি ডি জাট্টি (ভাৰপ্ৰাপ্ত)

১১ ফেব্ৰুৱাৰী, ১৯৭৭- ২৫ জুলাই, ১৯৭৭

নিলম সঞ্জীৱ ৰেদ্দী

২৫ জুলাই, ১৯৭৭-২৫ জুলাই, ১৯৮২

গিয়ানী জাইল সিং

২৫ জুলাই, ১৯৮২-২৫ জুলাই, ১৯৮৭

ৰামস্বামী ভেংকেটৰমন

২৫ জুলাই, ১৯৮৭-২৫ জুলাই, ১৯৯২

ড° শংকৰ দয়াল শৰ্মা

২৫ জুলাই, ১৯৯২-২৫ জুলাই, ১৯৯৭

কে আৰ নাৰায়ণন

২৫ জুলাই, ১৯৯৭- ২৫ জুলাই, ২০০২

ড° এ পে জে আব্দুল কালাম

২৫ জুলাই, ২০০২-২৪ জুলাই, ২০০৭

প্ৰতিভা পাটিল

২৫ জুলাই, ২০০৭-বৰ্তমানলৈকে।

 

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা,

লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate