অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ

সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু গ্ৰন্থ

সাহিত্যিকৰ নাম

গ্ৰন্থৰ নাম

চন

যতীন্দ্ৰ নাথ দুৱৰা

বনফুল

১৯৫৫

বেণুধৰ শৰ্মা

কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত

১৯৬০

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ইয়াৰুইঙ্গম

১৯৬১

বিৰিঞ্চি কুমাৰ বৰুৱা

অসমৰ লোক-সংস্কৃতি

১৯৬৪

অম্বিকাগিৰী ৰায়াচৌধুৰী

বেদনাৰ উল্কা

১৯৬৬

ত্ৰৈলোক্যনাথ গোস্বামী

আধুনিক গল্প-সাহিত্য

১৯৬৭

নলিনীবালা দেৱী

অলকানন্দ

১৯৬৮

অতুল চন্দ্ৰ হাজৰিকা

মঞ্চলেখা

১৯৬৯

লক্ষ্মীনাথ ফুকন

মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ

১৯৭০

চৈয়দ আব্দুল মালিক

অঘৰী আত্মাৰ কাহিনী

১৯৭২

সৌৰভ কুমাৰ চলিহা

গোলাম

১৯৭৪

নৱকান্ত বৰুৱা

ককাদেউটাৰ হাড়

১৯৭৫

ভৱেন্দ্ৰ নাথ শইকীয়া

শৃংখল

১৯৭৬

আনন্দ চন্দ্ৰ বৰুৱা

বকুল বনৰ কবিতা

১৯৭৭

হোমেন বৰগোহাঁই

পিতাপুত্ৰ

১৯৭৮

ভবেন বৰুৱা

সোণালী জাহাজ

১৯৭৯

যোগেশ দাস

পৃথিৱীৰ অসুখ

১৯৮০

নীলমণি ফুকন

কবিতা

১৯৮১

মামণি ৰয়ছম গোস্বামী

মামৰে ধৰা তৰুৱাল আৰু দুখন উপন্যাস

১৯৮২

নিৰ্মল প্ৰভা বৰদলৈ

সুদীৰ্ঘ দিন আৰু ঋতু

১৯৮৩

দেবেন্দ্ৰ নাথ আচাৰ্য

জংগম

(মৰণোত্তৰভাৱে, ১৯৮৪)

কৃষ্ণকান্ত সন্দিকৈ

কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ

(মৰণোত্তৰভাৱে, ১৯৮৫)

তীৰ্থনাথ শৰ্মা

বেণুধৰ শৰ্মা

১৯৮৬

হৰেকৃষ্ণ ডেকা

আন এজন

১৯৮৭

লক্ষ্মীনন্দন বৰা

পাতাল ভৈৰৱী

১৯৮৮

হীৰেণ গোহাঁই

অসমীয়া জাতিৰ জীৱনত মহাপুৰুষীয়া পৰম্পৰা

১৯৮৯

স্নেহ দেৱী

স্নেহ দেৱীৰ একুকি গল্প

(মৰণোত্তৰভাৱে, ১৯৯০)

অজিত বৰুৱা

ব্ৰক্ষ্মপুত্ৰ ইত্যাদি পদ্য

১৯৯১

হীৰেন ভট্টাচাৰ্য্য

শইচৰ পথাৰ মানুহ

১৯৯২

কেশৱ মহন্ত

মোৰ যে কিমান হেপাঁহ

১৯৯৩

শীলভদ্ৰ

মধুপুৰ বহুদূৰ

১৯৯৪

চন্দ্ৰপ্ৰসাদ শইকীয়া

মহাৰথী

১৯৯৫

নিৰুপমা বৰগোহাঞি

অভিযাত্ৰী

১৯৯৬

নগেন শইকীয়া

আন্ধাৰত নিজৰ মুখ

১৯৯৭

অৰুণ শৰ্মা

আশীৰ্বাদৰ ৰঙ

১৯৯৮

মেদিনী চৌধুৰী

বিপন্ন সময়

১৯৯৯

অপূৰ্ব শৰ্মা

বাঘে টাপুৰ ৰাতি

২০০০

মহিম বৰা

এধানি মাহিৰ হাঁহি

২০০১

নলিনীধৰ ভটাচাৰ্য্য

মহত্ব ঐতিহ্য

২০০২

বীৰেশ্বৰ বৰুৱা

অনেক মানুহ, অনেক ঠাই আৰু নিৰ্জনতা

২০০৩

হীৰেন্দ্ৰ নাথ দত্ত

মানুহ অনুকূলে

২০০৪

য়েছে দৰজে ঠংচি

মৌন ওঠ মুখৰ হৃদয়

২০০৫

অতুলানন্দ গোস্বামী

চেনেহৰ জৰীৰ গাঁঠি

২০০৬

পূৰবী বৰমুদৈ

শান্তনুকুলনন্দন

২০০৭

ৰীতা চৌধুৰী

দেওলাংখুই

২০০৮

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।

শেহতীয়া উন্নীতকৰণ: : 6/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate