অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা

শিক্ষা-তত্ব অধ্যয়ন, যতীন বৰুৱা

  • আনুষ্ঠানিক শিক্ষাঃ স্কুল
  • ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ দায়িত্ব আনুষ্ঠানিক আৰু প্ৰত্যক্ষভাৱে গ্ৰহণ কৰা শিক্ষা-কৰ্তৃপক্ষৰ ভিতৰত স্কুল হৈছে অন্যতম। সেয়েহে ইয়াক আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি জনা যায়। ছাত্ৰই শিক্ষাগ্ৰহণ কৰিবলৈ স্কুললৈ যোৱাৰ কথাষাৰ সৰ্বসাধাৰণ লোকে পুৰণি কালৰে পৰা অনুভৱ কৰি আহিছে।

  • শিক্ষাৰ বৈষয়িক অৱস্থা
  • এটা সময় আছিল যেতিয়া স্কুলৰ বৈষয়িক অৱস্থা শিক্ষাদানৰ বাবে বিশেষ প্ৰয়োজন বুলি বিবেচনা কৰা হোৱা নাছিল। মুক্ত আকাশৰ তলত, গছ-গছনিৰ মাজত, গাঁৱৰ মুখিয়াল লোকৰ ঘৰৰ বাৰান্দাত, মন্দিৰ, মচজিদ, গীৰ্জা আদিৰ প্ৰংগণত অথবা গুৰুৰ ঘৰত অতি নিঃকিন অৱস্থাত ছাত্ৰক শিক্ষা দিয়া হৈছিল।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate