মূল পৃষ্ঠা / শিক্ষা / তথ্য প্ৰযুক্তি সাক্ষৰতা / ডিজিটেল ইণ্ডিয়া (Digital India) কি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডিজিটেল ইণ্ডিয়া (Digital India) কি?

দেশক ভৱিষ্যতৰ বাবে তৈয়াৰ কৰা। ২) কাম কৰা পদ্ধতি সলনি কৰা

১) দেশক ভৱিষ্যতৰ বাবে তৈয়াৰ কৰা।
২) কাম কৰা পদ্ধতি সলনি কৰা।
৩) পৰিৱৰ্তনৰ বাবে টেকন'লজী ব্যৱহাৰ।
৪) দেশৰ সকলো লোকলৈ আগবঢ়োৱা হ'ব হাই
স্পীড ইণ্টাৰনেট।
৫)কমন ছাৰ্ভিচ চেণ্টাৰলৈ সহজ যোগাযোগ।
৬) ডিজিটেল চিনি পোৱাৰ বাবে প্লেটফৰ্ম।
৭)সুৰক্ষিত আৰু বিশ্বাসযোগ্য চাইবাৰ স্পেচ।
৮) ভিৰৰ মাজত নিজৰ বাবে সামন্য ঠাই।
৯) ব্ৰডবেণ্ড হাইৱে।
১০) প্ৰতিজন লোকলৈ ফোনৰ সুবিধা।
১১) ইলেক্ট্ৰ'নিক সামগ্ৰী নিৰ্মান(ই-ক্ৰাণ্টি)
১২) আই পিৰ জৰিয়তে সংস্থাপন।
১৩) ভৱিষ্যতৰ বাবে তৈয়াৰ হোৱা কাৰ্যক্ৰম।
১৪)চাৰি লাখ পাব্লিক ইণ্টাৰনেত চেণ্টাৰ।
১৫) ২৪ লাখ স্কুল - বিশ্ববিদ্যালয়লৈ ৱাই-ফাই সেৱা।
১৬)১.৭ কোটি লোকলৈ আই-টি, টেলিকম আৰু
ইলেক্ট্ৰ'নিক মাধ্যমৰ সহায়ত সংস্থাপন আৰু
প্ৰশিক্ষণ।
১৭) ৮.৫ কোটি লোকলৈ পৰোক্ষ সংস্থাপন।
১৮) ১.৭ কোটি লোকলৈ পোনপোটীয়া
সংস্থাপন।
১৯) দেশৰ সকলো ৰাজ্যৰ চৰকাৰৰ বাবে ই-
গৱৰ্নেণ্স সেৱা।
২০) ঈত্যাদি।
ডিজিটেল ইণ্ডিয়া যোজনাই দেশৰ সমগ্ৰ গাঁও আৰু
চহৰ সমূহক ইণ্টাৰনেটৰ জৰিয়তে সংযোগ কৰাৰ
সুবিধা উপলব্ধ কৰাব।অৰ্থাৎ সাধাৰণ লোকে কাগজ-
পত্ৰৰ সলনি অনলাইনযোগে সৰহভাগ কাম কৰিব
পাৰিব। আনকি সাধাৰণ লোকেও লাভ কৰিব বিভিন্ন
প্ৰয়োজনীয় নথি-পত্ৰ ৰাখিব পৰা ডিজেটেল
লকাৰ।।

উৎস:ইন্টাৰনেট

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top