অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেল-ধেমালী

ইয়াত শিশুসকলৰ বিভিন্ন খেল-ধেমালী উল্লেখ কৰা হʼল।

হাউ খেল
প্ৰায় ষাঠিৰ পৰা আশী দশকৰ সময়ছোৱাত অসমৰ নানা প্ৰান্তৰ খেলপথাৰ বোৰত জনপ্ৰিয়তা লাভ কৰা খেলসমুহৰ ভিতৰত অন্যতম এই “হাউ খেল” ।
ঢোপ খেল
এইটো খণ্ডত আমি ঢোপ খেলৰ বিষয়ে আলোচনা কৰিমহক ৷ এই খেলবিধ এতিয়াও সম্পূৰ্ণৰূপে লুপ্ত হৈ যোৱা নাই যদিও খেলুৱৈৰ সংখ্যা বহুখিনি কমি অহা পৰিলক্ষিত হৈছে ৷
এদিম ছেদিম বা
সত্তৰ দশকৰ পৰা নব্বৈ দশকৰ মাজভাগলৈ কণ কণ শিশুবোৰৰ মাজত এক জনপ্ৰিয় খেলত পৰিণত হোৱা এই খেল; “এদিম ছেদিম বা”
বাঘ ঐ বৰাহ ঐ
আশীৰ দশকৰ পৰা নব্বৈৰ ভাগলৈ নামনি অসমৰ যুৱক যুৱতী সমূহৰ মাজত জনপ্ৰিয় হোৱা এক অন্যতম খেল হ’ল “বাঘ ঐ বৰাহ ঐ”।
দিক্‌ নিৰ্ণায়ক
Back to top